শীর্ষ সংবাদ

ঘৰতেই হাৰ্ট এটেক, মুম্বাইৰ চিকিৎসালয়ত ভৰ্তি আশা ভোছলে; আই চি ইউত চিকিৎসাধীন

বৰ্ষীয়ান সংগীতশিল্পী আশা ভোছলেক মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তিকৰা হৈছে। সূত্ৰ অনুসৰি শনিবাৰে বিয়লি তেওঁক মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা...

Read moreDetails

ইৰাণলৈ অস্ত্ৰ প্ৰেৰণৰ প্ৰস্তুতি লৈছে চীনে; দাবী আমেৰিকাৰ চোৰাংচোৱা সংস্থাৰ

আমেৰিকাৰ চোৰাংচোৱা সংস্থাই দাবী কৰা অনুসৰি অহা কেইসপ্তাহমানৰ ভিতৰত চীনে ইৰাণলৈ নতুন বায়ু প্ৰতিৰক্ষা ব্যৱস্থা প্ৰেৰণৰ বাবে সাজু হৈছে বুলি...

Read moreDetails

মহিলা সংৰক্ষণ বিধেয়ক কাৰ্যকৰী কৰাত বিলম্ব: কেন্দ্ৰীয় চৰকাৰক ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছৰ

সংসদত গৃহীত হোৱাৰ পাছতো মহিলা সংৰক্ষণ আইন ৰূপায়ণত হোৱা বিলম্বক লৈ মোদী চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে দেশৰ মুখ্য...

Read moreDetails

নিৰ্বাচনৰ পিছত ‍বিৰোধী দলৰ কৰ্মী আৰু সংবাদ মাধ্যমৰ ওপৰত চলা জঘন্য আক্ৰমণক ধিক্কাৰ ডি ৱাই এফ আই-ৰ

নিৰ্বাচনৰ পিছত ‍বিৰোধী দলৰ কৰ্মী আৰু সংবাদ মাধ্যমৰ ওপৰত চলা জঘন্য আক্ৰমণক ধিক্কাৰ দিছে ডি ৱাই এফ আই-ৰ অসম ৰাজ‍্যিক...

Read moreDetails

নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ: বিৰোধী প্ৰাৰ্থী কুনকি চৌধুৰীক পানবজাৰ আৰক্ষীৰ চমন

চলিত অসম বিধানসভা নিৰ্বাচনৰ মাজতে নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰাৰ অভিযোগত গুৱাহাটী আৰক্ষীয়ে বিৰোধী ঐক্যৰ প্ৰাৰ্থী কুনকি চৌধুৰীক চমন জাৰি...

Read moreDetails

গোৱালপাৰাত অনৈতিক কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত পাঁচগৰাকীক আটক

গোলপাৰা জিলাৰ এখন হোটেলত চলোৱা এক তীব্ৰ অভিযানত আৰক্ষীয়ে এটা অনৈতিক দেহ ব্যৱসায়ৰ চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে। এক গোপন...

Read moreDetails

চিকিৎসাৰ বাবে নিবলৈ নিদিয়াৰ পিছতে ছাত্ৰৰ মৃত্যুৰ অভিযোগ; তিতাবৰত সহপাঠীৰ প্ৰতিবাদ

শনিবাৰে তিতাবৰৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ এজন ছাত্ৰৰ মৃত্যুত চৌহদত প্ৰতিবাদৰ সৃষ্টি হয়। সহপাঠী ছাত্ৰ-ছাত্ৰীসকলে কৰ্তৃপক্ষৰ বিৰুদ্ধে অৱহেলাৰ অভিযোগ তুলি প্ৰতিবাদ...

Read moreDetails

ৰং সলালে বিজেপিৰ পালিনেতা নৱ লহকৰে: মধ্য গুৱাহাটীত বিজয় গুপ্তাক সমৰ্থন কৰিবলৈ গৈ বিৰোধী প্ৰাৰ্থীক হাৰাশাস্তি

এসময়ত বিজেপিৰ জ্যেষ্ঠ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ অন্যতম সহযোগী হিচাপে পৰিচিত তথা শুক্ৰেশ্বৰ মণ্ডল বিজেপিৰ সভাপতি নৱ কুমাৰ লহকৰ ওৰফে ৰাজাৰ...

Read moreDetails

দিন দুপৰতে অধিবক্তাক গুলীয়াই হত্যা বিজেপি শাসিত ৰাজ্যত; পলায়নৰ সময়তে বিপত্তি দুৰ্বৃত্তৰ

উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত দিনৰ দুপৰতে দুই দুষ্কৃতিকাৰীয়ে এজন অধিবক্তাক গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। মৃত অধিবক্তাজনৰ নাম ৰাজীৱ সিং।...

Read moreDetails

গুৱাহাটীত যুৱ অভিযন্তাৰ ৰহস্যজনক মৃত্যু; মাত্ৰ এমাহ পূৰ্বে আৱদ্ধ হৈছিল বিবাহপাশত

গুৱাহাটীত এজন ২৮ বছৰীয়া যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্যৰ সৃষ্টি হৈছে।, আৰক্ষী বিষয়াৰ বিপৰীত ভাষ্য, প্ৰত্যক্ষদৰ্শীয়ে আগবঢ়োৱা বুলি কোৱা তথ্য...

Read moreDetails
Page 377 of 6017 1 … 376 377 378 … 6,017

Stay Connected

Recent News