শীর্ষ সংবাদ

মাৰ্ঘেৰিটাত এন এছ চি এন(আই এম)ৰে জড়িতৰ সন্দেহত সেনাই আটক কৰা যুৱকক লৈ ৰহস্য

২২ ডিচেম্বৰত অসম-অৰুণাচল সীমান্তৱৰ্তী মাৰ্ঘেৰিটাৰ নামদাং চাহ বাগিচাৰ পথৰ পৰা সেনাৰ ৯নং বেটেলিয়নৰ ৰাজপুতনা ৰাইফলছৰ এটা দলে নিষিদ্ধ ঘোষিত সংগঠন...

Read moreDetails

ইণ্টাৰনে’টত শিকি খেলনা গাড়ীৰ পৰা ৰে’ললৈকে বিস্ফোৰণ

পুতলা গাড়ীত বিস্ফোৰণ ঘটাই ক্ষান্ত নাথাকি ঢাপলি মেলিছিল ৰে’লগাড়ী উৰুৱাই দিবলৈ। তাতেই লাগিল কেণাটো। মহানগৰ আৰক্ষীৰ জেৰাত ওলাল উৰহী গছৰ...

Read moreDetails

কৃষ্ণাইত ভয়ংকৰ পথ দুৰ্ঘটনা : গুৰুতৰভাৱে আহত তিনিজন, চিকিৎসালয়ত এজনৰ মৃত্যু

গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত পাইকান ছুপাৰ মাৰ্কেটত আজি নিচেই পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই...

Read moreDetails

অসমৰ সাংবাদিক সন্ত্ৰাসবাদী নেকি, মাননীয় প্ৰধান মন্ত্ৰী?

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে অসমৰ সাংবাদিক সন্ত্ৰাসবাদী নেকি? যিকোনো সংবাদকৰ্মীৰ আত্মসন্মানত আঘাত কৰিব পৰা এই প্ৰশ্নটোৱেই আজি উত্থাপিত হৈছে...

Read moreDetails

বাক্সাত অভিযান চলাই ওভতাৰ পথতে ভয়ংকৰ দুৰ্ঘটনা; ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ দুজনৰ মৃত্যু

আজি পুৱাৰ ভাগত বাক্সা জিলাৰ শালবাৰীৰ গোৱৰ্ধনাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত এগৰাকী আৰক্ষী বিষয়াৰ লগতে গাড়ীচালকসহ দুজন লোকে...

Read moreDetails

গুৱাহাটী গ্ৰন্থমেলাৰ প্ৰথম দিনটোতে লেখক টুনুজ্যোতি গগৈৰ গ্ৰন্থ উন্মোচন

আজি গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত আৰম্ভ হোৱা প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা প্ৰাংগণত লেখক টুনুজ্যোতি গগৈৰ এখন গ্ৰন্থ উন্মোচন হয়। ‘আমাৰ অসম...

Read moreDetails

গীতানগৰ থানাত হাজিৰ হ’ব লাগিব পাৰে জুবিন

গুৱাহাটীস্থিত নিজ ঘৰত “আত্মহত্যা” কৰা কংগ্ৰেছ নেতা, ব্যৱসায়ী অনুপম বৰদলৈৰ “ছুইছাইদ ন’ট”ত নাম থকা সূত্ৰে তদন্তকাৰী গীতানগৰ থানাত হাজিৰ হ’ব...

Read moreDetails

চিমেণ্টৰ জিএছটি নকমিল : সাধাৰণৰজনৰ ‘এটা ঘৰৰ সপোন’ক অৱজ্ঞা মোদী চৰকাৰৰ

সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আজি জি এছ টি কাউন্সিলৰ বহু প্ৰত্যাশিত ৩১ সংখ্যক বৈঠকত মাত্ৰ কেইপদমান বস্তুৰ জি এছ টিহে...

Read moreDetails

পাপনলৈকে যে অন্ততঃ মনত পৰিল অসমৰ কোটিটকীয়া এম্বেছেদৰ প্ৰিয়ংকাৰ!

জয়পুৰ, লছ এঞ্জেলছ, দিল্লী, মুম্বাই— ক’ত হোৱা নাই অসম পৰ্য্যটনৰ বহু কোটি টকীয়া এম্বেছেদৰ প্ৰিয়ংকাৰ বিয়াৰ পাৰ্টি! আমি নাজানো বিয়াৰ...

Read moreDetails

গুৱাহাটীত সদৌ অসম ভিত্তিত প্ৰাইজমানি নাম প্ৰতিযোগিতা

অহা ১৩ জানুৱাৰি, ২০১৯ (৮ মাঘ)ত সদৌ জাপৰিগোগ সাৰ্বজনীন পূজা সমিতি আৰু কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ দ্বাৰা এখন সদৌ অসম প্ৰাইজমানি...

Read moreDetails
Page 4903 of 5259 1 4,902 4,903 4,904 5,259

Stay Connected

Recent News