শীর্ষ সংবাদ

পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত ভাৰতীয় বায়ুসেনাৰ জোৱান

পাকিস্তানী চোৰাংচোৱা সংস্থাৰ কৰ্মীৰ সৈতে সম্পৰ্ক ৰখাৰ অভিযোগত অসমৰ শোণিতপুৰ জিলাত ভাৰতীয় বায়ুসেনাৰ (IAF) এজন অৱসৰপ্ৰাপ্ত জোৱানক গ্ৰেপ্তাৰ কৰা হৈছে।...

Read moreDetails

মহাৰাষ্ট্ৰৰ কৃষকৰ মাজত বাঢ়িছে চৰম পন্থা: ৯ মাহত ৭৮১ জনে ত্যাগ কৰিলে নিজৰ জীৱন

মহাৰাষ্ট্ৰত কৃষকৰ আত্মহত্যাৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। চলিত বৰ্ষৰ প্ৰথম ন মাহত মুঠ ৭৮১ জন কৃষকে আত্মহত্যা কৰিছে। ঋণৰ বোজা,...

Read moreDetails

উত্তৰ-পূবত বহনক্ষমতা বৃদ্ধিৰ সূচনা কেইৰ্ণ অইল এণ্ড গেছৰ

গুৱাহাটী, ১৪ ডিচেম্বৰ, ২০২৫: ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস উপলক্ষে ভাৰতৰ বহনক্ষম উন্নয়ন আৰু দায়িত্বশীল শক্তি ব্যৱস্থাপনৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ...

Read moreDetails

পচন্দৰ দৰা বিচাৰি দিলেই লাভ কৰিব ৮৯ লাখ টকাৰ পুৰস্কাৰ : কিন্তু দৰা হ’ব লাগিব বহুগামী আৰু ধনকুবেৰ

অনলি ফেনছৰ মোহময়ী চেলিব্ৰেটি আয়েলাই বিচাৰিছে দৰা। শেহতীয়াকৈ তেওঁ ছাবষ্টেকত ঘোষণা কৰিছে যে যদি কোনোবাই তেওঁৰ বাবে এজন উপযুক্ত দৰা...

Read moreDetails

এমজিএনৰেগাৰ নাম সলনি কৰাৰ সিদ্ধান্ত; নিশ্চিত কৰ্মদিন ১২৫ দিনলৈ বৃদ্ধিৰ প্ৰস্তাৱ

কেন্দ্ৰীয় চৰকাৰে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন (MGNREGA)-ত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিবলৈ সাজু হৈছে। এই আঁচনিখনৰ নাম সলনি কৰি...

Read moreDetails

শান্তিৰ নোবেল বিজয়ী নাৰ্গেছ মহম্মদীক গ্ৰেপ্তাৰ ইৰাণ চৰকাৰৰ

ইৰাণৰ নিৰাপত্তা বাহিনীয়ে নোবেল বঁটা বিজয়ী আৰু মহিলা অধিকাৰ কৰ্মী নাৰ্গেছ মহম্মদীক গ্ৰেপ্তাৰ কৰাৰ কথা তেওঁৰ ফাউণ্ডেচনে প্ৰকাশ কৰিছে। নাৰ্গেছ...

Read moreDetails

এইবাৰ দীপৰ বিলৰ শতিকা পুৰণি গছৰ ওপৰত চৰকাৰৰ শেন চকু : ৰে’লৱে দলং নিৰ্মাণৰ বাবে কটা হ’ব এশৰো অধিক গছ

গুৱাহাটীৰ দাঁতিকাষৰীয়া মনোমোহা জলাহভূমি দীপৰ বিলৰ বহু শতিকা পুৰণি গছবোৰ এতিয়া নোহোৱা হোৱাৰ পথত। জানিব পৰা মতে, প্ৰায় পাঁচ কিলোমিটাৰ...

Read moreDetails

পৃথক পৃথক নহয়, এইবাৰ উচ্চ শিক্ষা নিয়ন্ত্ৰণত ‘এক দেশ, এক সংস্থা’, বিধেয়কত অনুমোদন মোডী কেবিনেটৰ

কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে উচ্চ শিক্ষাৰ বিভিন্ন বিভাগক এইবাৰ এটা কৰ্তৃপক্ষৰ অধীনলৈ আনিব বিচাৰিছে। সেই উদ্দেশ্যে ‘বিকশিত ভাৰত শিক্ষা কৰ্তৃপক্ষ...

Read moreDetails

‘সংকটত নেকি আমাৰ গণতন্ত্ৰ?’ নৰ্থইষ্ট নাওৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষ্যে বিশিষ্ট অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰৰ বক্তৃতানুষ্ঠান

গুৱাহাটীস্থিত উত্তৰ পূৱ ভাৰতৰ অন্যতম দ্বি-ভাষিক স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান নৰ্থইষ্ট নাও-এ অহা ১৫ ডিচেম্বৰত অষ্টম বৰ্ষত ভৰি দিব। ২০১৭ চনৰ...

Read moreDetails

ভাৰতৰ মাটিত দুভৰিৰ যাদুকৰ : পুৱতি নিশা কলিকতাত উপস্থিত লিয়নেল মেছি

অপেক্ষাৰ অৱসান। শুক্ৰবাৰে পুৱতি নিশা কলিকতা মহানগৰীত ভৰি থলে ফুটবলৰ যাদুকৰ লিওনেল মেছিয়ে। প্রায় শেষ নিশা মেছিক আদৰিবলৈ বিমানবন্দৰত হাজিৰ...

Read moreDetails
Page 506 of 5942 1 505 506 507 5,942

Stay Connected

Recent News