শীর্ষ সংবাদ

অসমীয়া লিপিৰ স্বীকৃতি : Bengali-Assamese ৰূপে থাকিব ক’ড চাৰ্টত

অসমীয়া লিপিৰ স্বতন্ত্ৰতাৰ স্বীকৃতি আৰু ইয়াৰ য়ুনিক’ড মান সন্দৰ্ভত লণ্ডনত চলি থকা ISOৰ সভাত হ’ব লগীয়া সিদ্ধান্তবোৰক লৈ যোৱা দুদিনত...

Read moreDetails

আলফা (স্বাধীন)লৈ এইবাৰ আহ্বান আছু-২৮টা জনগোষ্ঠীয় সংগঠনৰ

আলফা (স্বাধীন)এ অপহৰণ কৰা জাগুনৰ গোপাল উপাধ্যায়ক একমাত্ৰ মানৱীয় দৃষ্টিভংগীৰে মুকলি কৰি দিবলৈ আছু আৰু ২৮টা জনগোষ্ঠীয় সংগঠনে আজি ২১...

Read moreDetails

তিনিচুকীয়াত অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পণ ৬ গৰাকী আলফা (স্বাধীন) সদস্যৰ

সংযুক্ত মুক্তি বাহিনী অসম(স্বাধীন)ৰ শীৰ্ষ পৰ্যায়ৰ ছজন কেডাৰে তিনিচুকীয়াত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে। অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই গুৱাহাটীৰ কাহিলিপাৰাস্থিত...

Read moreDetails

জিম্মাত নিৰ্য্যাতন : গোৱালপাৰাৰ আৰক্ষী অধীক্ষকক দুবছৰৰ কাৰাদণ্ড কামৰূপ সত্ৰ ন্যায়াধীশৰ

হত্যাত অভিযুক্ত এজন লোকক আৰক্ষীৰ জিম্মাত নিৰ্য্যাতন চলোৱাৰ অভিযোগত গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাক কামৰূপ জিলা আৰু সত্ৰ ন্যায়াধীশে...

Read moreDetails

কেন্দ্ৰীয় মন্ত্ৰী বিজয় গোৱেলৰ বৈঠক : অসমত লেহেমীয়া গতিত চলিছে ৰাষ্ট্ৰীয় পথ, ৰে’লপথ নিৰ্মাণৰ কাম

অসমত চলি থকা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন প্ৰকল্পসমূহৰ নিৰ্মাণৰ কাম লেহেমীয়া হৈ আছে। কেন্দ্ৰীয় পৰিসংখ্যা আৰু প্ৰকল্প কাৰ্য্যকৰীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী...

Read moreDetails

হিমন্তৰ দম আছে যদি ‘এবিপি’ৰ বিৰুদ্ধে গোচৰ তৰক: তৰুণ গগৈৰ প্ৰত্যাহ্বান

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এবিপি নিউজে প্ৰচাৰ কৰা ‘অপাৰেশ্যন দালাল’ত অসমৰ ক্ষমতাশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম ওলোৱাৰ চাঞ্চল্য অব্যাহত...

Read moreDetails

কাইলৈৰ পৰা শক্তিপীঠ কামাখ্যাধামত মহা অম্বুবাচী মেলা

বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো নীলাচলৰ শক্তিপীঠ কামাখ্যাধামত কাইলৈৰ পৰা আৰম্ভ হ’ব মহা অম্বুবাচী মেলাৰ।সেই উপলক্ষে আজি শুভাৰম্ভ হ’ব এই...

Read moreDetails

সাংগঠনিক স্থিতি মজবুত কৰাৰ বিপৰীতে যুৱ কংগ্ৰেছৰ নিৰ্বাচনক লৈ তৎপৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা

বিগত বিধানসভাৰ নিৰ্বাচনত ৰাজ্যখনত বিধ্বস্ত হৈ পৰা কংগ্ৰেছ দলটোৱে আগন্তুক নিৰ্বাচনসমূহৰ বাবে ককাঁলত টঙালি বান্ধি সাজু হৈছে যদিও দলটোৰ ভিতৰত...

Read moreDetails

মাজুলীত বিশ্বকাপৰ উন্মাদনা : ১ জুলাইৰ পৰা জিলা ভিত্তিত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা

সমগ্ৰ বিশ্বৰ লগতে অসমতো আৰম্ভ বিশ্বকাপ ফুটবলৰ উন্মাদনা । সত্ৰনগৰী মাজুলীতো এতিয়া বিশ্বকাপৰ জ্বৰ। বনগাঁও আঞ্চলিক তৰুণ ক্লাবৰ সৌজন্যত বনগাঁও...

Read moreDetails

শ্ৰীমন্ত শংকৰ একাডেমীত বিশ্ব যোগ দিৱস উদযাপন

সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি আজি মহানগৰীৰ শ্ৰীমন্ত শংকৰ একাডেমীতো উলহ মালহেৰে বিশ্ব যোগ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে...

Read moreDetails
Page 5610 of 5807 1 5,609 5,610 5,611 5,807

Stay Connected

Recent News