শীর্ষ সংবাদ

আদিল হুছেইনৰ বৰ্ণাঢ্য কেৰিয়াৰত সংযোজিত হ’ল আন এক সন্মান

অসমৰ প্ৰসিদ্ধ অভিনেতা আদিল হুছেইনৰ বৰ্ণাঢ্য অভিনয় জীৱনৰ কেৰিয়াৰত সংযোজিত হ’ল আন এক সন্মান। বাংগালোৰত অনুষ্ঠিত হোৱা ইনোভেটিভ ইন্টাৰনেশ্যনেল ফিল্ম...

Read moreDetails

আৰক্ষী বিষয়া, গল্পকাৰ কুলধৰ শইকীয়া হ’ব অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকপ্ৰধান

কুলধৰ শইকীয়াক অসম আৰক্ষী ( Assam Police )ৰ নতুন সঞ্চালকপ্ৰধানৰূপে নিযুক্তি দিয়া হৈছে। ১৯৮৫ বৰ্ষৰ আই পি এছ শইকীয়া বৰ্তমান...

Read moreDetails

মাজুলীত বিচ্ছিন্ন যোগাযোগ : আধা বাটৰ পৰাই উভতিব লগা হ’ল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী

নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পোৱা ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই মাজুলীৰ মূল ভূ-খণ্ডৰ পৰা বিচ্ছিন্ন কৰি তুলিলে ১৭ খন গাঁৱক। বিচ্ছিন্ন যাতায়াত যোগাযোগৰ ...

Read moreDetails

কৰ্মচাৰীৰ অভাৱত অচল সৰভোগ ডাকঘৰ : বিভিন্ন সেৱাৰ পৰা বঞ্চিত অঞ্চলবাসী ৰাইজ

ডাক সেৱা,ক্ষুদ্ৰ সঞ্চয়, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ব্যক্তিগত পাৰ্চেলৰ আদান- প্ৰদানৰ প্ৰয়োজনীয় চৰকাৰী মাধ্যম এই ডাক সেৱা। কিন্তু এই ডাক...

Read moreDetails

হাজো-নলবাৰী-গুৱাহাটী পথত ডিঙি কটা মৃতদেহ উদ্ধাৰ: উত্তেজিত ৰাইজৰ পথ অৱৰোধ

কামৰূপ জিলাৰ বামুণবড়ীত আজি এটা ডিঙি কটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। ঘটনাৰ ন্যায় বিচাৰি...

Read moreDetails

এ আই ইউ ডি এফৰ সৈতে মিতিৰালিক কেন্দ্ৰ কৰি তুংগত উঠিছে কংগ্ৰেছ-বিজেপিৰ বাক-বিতণ্ডা

ৰাজ্যখনত জলন্ত সমস্যাই লগ নেৰা সময়তে বোকা চটিওৱা ৰাজনীতিত লিপ্ত হৈ পৰিছে ৰাজ্যৰ শাসক-বিৰোধী। এ আই ইউ ডি এফৰ সৈতে কংগ্ৰেছ-বিজেপি...

Read moreDetails

২ শতাংশ বৃদ্ধি কৰা হ’ল ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচ

ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিশ্ৰুতি প্ৰদান কৰা অনুসৰি কৰ্মচাৰীসকলক ২ শতাংশ মৰগীয়া বানচ প্ৰদান কৰাৰ বাবে...

Read moreDetails

দেৱাল ভগা গুৱাহাটীৰ চিৰিয়াখানাৰ; ওলাই যায় হৰিণ, সোমাই দুষ্কৃতিকাৰী

গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা ( Assam State Zoo cum Botanical Garden )ৰ বিষয়াই হৰিণা ভক্ষণ কৰা বুলি গুৰুতৰ অভিযোগ আনি...

Read moreDetails

মুখ্য মন্ত্ৰীৰ সময়সীমালৈ এসপ্তাহো নাই, বিশ্বনাথত আৰম্ভই হোৱা নাই মথাউৰিৰ মেৰামতি

অসমৰ সকলো মথাউৰিৰ নিৰ্মাণ তথা মেৰামতি সম্পূৰ্ণ কৰাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বান নিয়ন্ত্ৰণ মন্ত্ৰী কেশৱ মহন্তই দিয়া...

Read moreDetails

অসমত নাই ‘কোনো হিন্দু বাংলাদেশী’, নাগৰিকত্ব বিধেয়কৰ সমৰ্থনত ‘অসম নাগৰিক মঞ্চ’

অসমৰ প্ৰায় সকলো জাতীয় সংগঠনে নাগৰিকত্ব সংশোধন বিধেয়ক ( Citizenship Amendment Bill )ৰ সৰ্বাত্মক বিৰোধিতা কৰা আৰু এন আৰ চিক...

Read moreDetails
Page 5672 of 5797 1 5,671 5,672 5,673 5,797

Stay Connected

Recent News