শীর্ষ সংবাদ

ছিকিমৰ পথ সম্প্ৰসাৰণত ক্ষতিগ্ৰস্থ গাঁওবাসীৰ প্ৰতিবাদ

গেংটকৰ সমীপৰ ৰেন’ক-পাকয়ং পথ সম্প্ৰসাৰণ প্ৰকল্পৰ বাবে ক্ষতিগ্ৰস্থ হোৱা গাঁওবাসীয়ে বুধবাৰে উপযুক্ত ক্ষতিপূৰণৰ দাবীত এটা প্ৰতিবাদী সমদল উলিয়ায়। প্ৰতিবাদকাৰী সকলে...

Read moreDetails

তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ চাকৰিৰ উৰ্ধ্বসীমা ৪৪বছৰলৈ বৃদ্ধি

চাকৰি প্ৰত্যাশী নিৱনুৱা যুৱক- যুৱতীৰ বাবে এক সুখবৰ। অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ ক্ষেত্ৰত চাকৰিৰ বয়সৰ উৰ্ধ্বসীমা ৪৪...

Read moreDetails

অটল অমৃত অভিযান, উপ-ৰাষ্ট্ৰপতিৰ উদ্বেগ আৰু অসমৰ স্বাস্থ্য খণ্ডৰ দুৰৱস্থা

অসম চৰকাৰে প্ৰবৰ্তন কৰা নগদবিহীন বীমা আঁচনি ‘অটল অমৃত অভিযান’ৰ শুভাৰম্ভ কৰি উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে কেবাটাও বিশেষ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে।...

Read moreDetails

হোজাই আৰক্ষীয়ে জিলাখনত অবৈধ সুৰাৰ বিৰুদ্ধে চলাইছে তীব্ৰ অভিযান

হোজাই জিলাত ভাৰতত তৈয়াৰী বিদেশী সুৰাৰ অবৈধ ব্যৱসায় উৎখাত কৰাৰ লক্ষ্যৰে এটা দায়িত্বশীল আৰক্ষীৰ দলে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে। আৰক্ষীৰ...

Read moreDetails

কয়লা কেলেংকাৰিত জড়িত পাঁচজন অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ

বৰাকত সংঘটিত কয়লা কেলেংকাৰীত জড়িত থকা পাঁচজন পৰিবহণ, কৰ আৰু চক্ৰ বিষয়াক গ্ৰেপ্তাৰ কৰাৰ পাছত বুধবাৰে  চি আই ডিয়ে কাছাৰৰ...

Read moreDetails

গুৱাহাটীত ’সৌৰ শক্তি চালিত মূধচৰ প্ৰসাৰ’ বিষয়ক কৰ্মশালা

গুৱাহাটীত ১৯ আৰু ২০ এপ্ৰিল তাৰিখে অসম শক্তি উন্নয়ন সংস্থাৰ সহযোগত পেচ-ডি কাৰিকৰী সাহায্য আঁচনিয়ে সৌৰ শক্তি পৰিচালনা সম্পৰ্কীয় এখন...

Read moreDetails

অসমত ১৯ খন নতুন কেন্সাৰ হাস্পাতাল স্থাপন কৰা হ’ব : স্বাস্থ্যমন্ত্ৰী

অতি সোনকালেই অসমত ১৯ খন নতুন কেন্সাৰ হাস্পাতাল স্থাপন কৰা হ’ব। বুধবাৰে ৰাজ্যৰ স্বাস্থ্যসেৱাৰ উদ্যোগত আৰম্ভ কৰা অটল ‘অমৃত অভিযান:...

Read moreDetails

ভুৱা নিযুক্তিৰে ৰে’লত চাকৰি : বহিঃৰাজ্যৰ ৭ গৰাকী যুৱক-যুৱতীক গ্ৰেপ্তাৰ

ৰে’ল বিভাগত সংঘটিত হোৱা ভুৱা নিযুক্তিৰ গোপন বেহাৰ এক ঘটনা পোহৰলৈ আহিছে। ভুৱা নিযুক্তিৰে ৰে’ল বিভাগত চাকৰি দিয়া এনে এক...

Read moreDetails

নামনি সোৱণশিৰি প্ৰকল্প : নতুন বিশেষজ্ঞ সমিতি গঠনৰ নিৰ্দেশ সেউজ ন্যায়াধীকৰণৰ

সম্প্ৰতি নিৰ্মাণ কাৰ্য বন্ধ হৈ থকা গেৰুকামুখৰ নামনি সোৱণশিৰি প্ৰকল্প সম্পৰ্কত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে এক গুৰুত্ব পূৰ্ণ ৰায় প্ৰদান কৰিছে।...

Read moreDetails

বিষয়া-মন্ত্ৰীৰ ‘হৰিণাৰ ফাৰ্ম’ গুৱাহাটীৰ চিৰিয়াখানা; অভিযোগ অস্বীকাৰ ডি এফ অ’ৰ

গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানাত কৰ্তৃপক্ষই চিৰিয়াখানাখনৰ হৰিণা খোৱাৰ গুৰুতৰ অভিযোগ তুলিছে ‘চিৰিয়াখানা সুৰক্ষা মঞ্চ’ই। আনহাতে এই অভিযোগ অস্বীকাৰ কৰিছে চিৰিয়াখানাৰ...

Read moreDetails
Page 5680 of 5796 1 5,679 5,680 5,681 5,796

Stay Connected

Recent News