শীর্ষ সংবাদ

অসমীয়াৰ সংজ্ঞা পৰিষ্কাৰকৈ নাজানে মুখ্য মন্ত্ৰী সোণোৱালে: জিতেন দত্ত

‘তেওঁ হিন্দু বাংলাদেশী খিনিকো অসমীয়া বুলি ভাবি থাকে নেকি? মই ভাবো আজিৰ তাৰিখত সৰ্বানন্দ সোণোৱালে অসমীয়া সংজ্ঞাটোও পৰিষ্কাৰকৈ নাজানে।‘ মুখ্য...

Read moreDetails

প্ৰসংগ এন আৰ চিৰ ৫বিধ নথি : প্ৰতিপক্ষক ৩০ অক্টোবৰৰ ভিতৰত মত দিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ

আজি উচ্চতম ন্যায়ালয়ত এন আৰ চিৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ বিবেচিত এটা শুনানি হয়। বাদ পৰি ৰোৱা ৪০ লাখৰো অধিক লোকৰ...

Read moreDetails

বিশাল প্ৰতিবাদেৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিজেপিক সকীয়ালে মিত্ৰদল অগপই

কেন্দ্ৰ আৰু ৰাজ্যত শাসনাধিষ্ঠ বিজেপিয়ে অসমৰ থলুৱা ৰাইজ আৰু বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ মতৰ বিপৰীতে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বিচৰা...

Read moreDetails

হিন্দু বাংলাদেশী বিষয়টোত বিজেপি অকলশৰীয়া : প্ৰমাণ হ’ল সৰ্বাত্মক বন্ধ আৰু অগপৰ প্ৰতিবাদী কাৰ্য্যসূচীত

আজি ৰাজ্যৰ ৪৬টা জাতীয়-জনগোষ্ঠীয় দল-সংগঠনে দিয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ আৰু চৰকাৰৰ অংশীদাৰ দল অগপৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ সফল ৰূপায়ণে এটা কথা...

Read moreDetails

১৭ নৱেম্বৰত গুৱাহাটীত সভা অনুষ্ঠিত কৰিবই : ফেপেৰি পাতিবলৈ এৰা নাই বিধায়ক শিলাদিত্যই

অহা ১৭ নৱেম্বৰত গুৱাহাটীত সভা অনুষ্ঠিত কৰিবলৈ বদ্ধ পৰিকৰ বিধায়ক শিলাদিত্য দেৱ। সোমবাৰে হোজাইৰ গড়কাপ্টানী বিভাগৰ আৱৰ্ত ভৱনত অনুষ্ঠিত এখন...

Read moreDetails

নাগৰিকত্ব বিধেয়ক প্ৰসংগত আজি যুটীয়া সংসদীয় সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে  নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰাৰ বাবে উঠি পৰি লগাৰ সময়তে অসমৰ আঞ্চলিক দল...

Read moreDetails

অসম বন্ধত গুৱাহাটীত স্তব্ধ জনজীৱন : তিনিজন প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ

গুৱাহাটী মহানগৰীতো নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ ৰ বিৰোধিতাৰে প্ৰায় ৬০ টা জাতীয়-জনগোষ্ঠীয় সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ...

Read moreDetails

১৭ নৱেম্বৰৰ সমাৱেশ প্ৰতিহত কৰাৰ সংকল্প : হাতত হেংদাঙ ল’লে আহোম সেনাই

১৭ নৱেম্বৰত খানাপাৰাত অনুষ্ঠিত হ’ব লগা থলগিৰি বিৰোধী শক্তিক প্ৰতিহত কৰিবলৈ হাতত হেংদাঙ ল’লে আহোম সেনা আৰু টাই আহোম মহিলা...

Read moreDetails

দেশৰ মুখ্য ন্যায়াধীশৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰা অতিৰিক্ত উপায়ুক্ত পুলক মহন্তক নিলম্বন

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে যোৱা ১৬ অক্টোবৰত অসম ভ্ৰমণ কৰাৰ তেওঁৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰা কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত...

Read moreDetails

নগাঁৱত চাঞ্চল্য : ঘৰৰ চোতালতে প্ৰাক্তন সেনা জোৱানক গুলীয়াই হত্যা

ক্ৰমাৎ অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা নগাঁৱত আজি সন্ধিয়া সংঘটিত এক চাঞ্চল্যকৰ ঘটনাত ননৈৰ এজন প্ৰাক্তন সেনাবাহিনীৰ লোকক নিজ ঘৰৰ চোতালতে দুৰ্বৃত্তই...

Read moreDetails
Page 5753 of 6055 1 … 5,752 5,753 5,754 … 6,055

Stay Connected

Recent News