ৰাজনীতি

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

নিৰ্বাচন আয়োগৰ কাম-কাজক লৈ চলি থকা বিতৰ্কৰ মাজতে মহাৰাষ্ট্ৰৰ মুখ্য নিৰ্বাচনী বিষয়াই নিৰ্বাচন আয়োগলৈ পত্ৰ লিখি এছ আই আৰ (বিশেষ...

Read moreDetails

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

পশ্চিমবংগ বিধানসভাৰ ১০ গৰাকী বিদ্ৰোহী তৃণমূল কংগ্ৰেছ বিধায়কৰ সদস্যপদ খাৰিজৰ আৱেদন সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষই তিনি মাহৰ ভিতৰত সিদ্ধান্ত গ্ৰহণ কৰিব...

Read moreDetails

এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ককৰোচ জনতা পাৰ্টিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পদত্যাগৰ দাবীত আন্দোলন আৰম্ভ কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়াইছে।...

Read moreDetails

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী মুৰলী মনোহৰ যোশীয়ে উত্তৰাখণ্ডৰ বদ্ৰীনাথত সংগীত কনচাৰ্টকে ধৰি এটা সাংস্কৃতিক মহোৎসৱৰ আয়োজনক তীব্ৰ...

Read moreDetails

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে ককৰোচ জনতা পাৰ্টীয়ে অহা ২ অক্টোবৰৰ পৰা পুনৰ আন্দোলনৰ...

Read moreDetails

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

বিগত চাৰি বছৰত সমগ্ৰ দেশজুৰি মুঠ ১১১ গৰাকী সাংসদ আৰু বিধায়কে নিজৰ দল সলনি কৰিছে। ভাৰতৰ নিৰ্বাচন নিৰীক্ষণ সংস্থা 'এছ'চিয়েশ্যন...

Read moreDetails

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০২৬–২৭ বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্থাপিত নিৰ্বাচন-সম্পৰ্কীয় অভিযোগসমূহৰ নিষ্পত্তিৰ উদ্দেশ্যে গঠিত নিৰ্বাচন ন্যায়াধিকৰণে দুগৰাকী প্ৰাৰ্থী...

Read moreDetails

‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক লৈ বিতৰ্কৰ মাজতে এইবাৰ নতুন এক চাঞ্চল্যকৰ অভিযোগ! এইবাৰ কেৰেলাৰ প্ৰাক্তন মুখ্য সচিব জি...

Read moreDetails

মতানৈক্য নাই! বুজাবলৈ এলানি ব্যাখ্যা আয়োগৰ; বিৰোধীৰ হেঁচাত নতুন পদক্ষেপো

ভোটাৰ তালিকাত বিশেষ ব্যাপক সংশোধন (SIR)কে ধৰি বিভিন্ন বিষয়ত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু আন দুগৰাকী নিৰ্বাচন আয়ুক্ত...

Read moreDetails
Page 15 of 27 1 … 14 15 16 … 27

Stay Connected

Recent News