ৰাজনীতি

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাজধানী দিল্লীত চলি থকা তীব্ৰ প্ৰতিবাদৰ মাজতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। সদৌ ভাৰত...

Read moreDetails

সংকটত দেশৰ খাদ্য, ইন্ধন আৰু অৰ্থনীতি; এইবাৰ সতৰ্কবাণী শুনালে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰধান সচিবে

কেৱল খাদ্য আৰু ইন্ধনেই নহয়, বিশ্বৰ পৰিস্থিতিৰ বাবে সংকটৰ সন্মুখীন হৈছে অৰ্থনীতিও। প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিবে নিজেই এনে সতৰ্কবাণী শুনাইছে। তেওঁ...

Read moreDetails

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

‘দিল্লী চলো’ৰ আহ্বান দিছে ককৰোচ জনতা পাৰ্টিৰ আহ্বায়ক বিজিত দীপকেই। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত...

Read moreDetails

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

নিৰ্বাচন আয়োগে নিৰ্বাচনী তালিকাৰ বিশেষ ব্যাপক সংশোধন (SIR) সম্পূৰ্ণ হোৱা ৰাজ্যসমূহত বাদ পৰা ভোটাৰৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ...

Read moreDetails

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

অহা বছৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন। তৎপৰ হৈ উঠিছে কংগ্ৰেছ। প্ৰাদেশিক সংগঠনত ডাঙৰ আৰু আচৰিত ধৰণৰ সালসলনি কৰিছে কংগ্ৰেছে। অজয়...

Read moreDetails

‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে। ভৱিষ্যতে এই প্ৰস্তাৱিত সংশোধনী ন্যায়িক পৰ্যালোচনাৰ...

Read moreDetails

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

দিল্লীৰ যন্তৰ মন্তৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত শুকুৰবাৰে পুৱাৰে পৰা উত্তেজনা সৃষ্টি হৈছে। বিৰোধী দল, ছাত্ৰ সংগঠন...

Read moreDetails

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘চৰকাৰে ক্ষমতাত বৰ্তি থাকিব বিচাৰে। সেয়ে SIR।’ যেতিয়া সমগ্ৰ দেশ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত তোলপাৰ, তেতিয়াই এনেদৰে...

Read moreDetails

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

কংগ্ৰেছৰ বাবে এইবাৰ নেতাৰ ঘৰলৈ উভতি অহাৰ বতৰ নেকি? পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী...

Read moreDetails

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

এছআইআৰ বিতৰ্ক আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যকলাপক লৈ বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ই বুধবাৰে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। ইণ্ডিয়া...

Read moreDetails
Page 8 of 21 1 … 7 8 9 … 21

Stay Connected

Recent News