দেশ

পত্নীক হত্যা কৰাৰ পিছত ড্ৰামত লুকুৱালে মৃতদেহ, তাৰ ওপৰত ঢালি দিলে চিমেণ্ট; ধৰা পৰিল কেনেকৈ?

গুজৰাটৰ চুৰাটত এজন লোকে পত্নীক হত্যা কৰি উৱলি যোৱা মৃতদেহ কাঠৰ ড্ৰামত লুকুৱাই ৰাখিছিল। পুলিচক বিভ্ৰান্ত কৰিবলৈ তেওঁ নিৰুদ্দেশ হোৱা...

Read moreDetails

অভিনৱ কৌশল, শৌচাগাৰলৈ গৈ নকলৰ আশ্ৰয় এইমছৰ শিক্ষাৰ্থীৰ! বাতিল MBBS-ৰ পৰীক্ষা

দিল্লী এইমছৰ দৰে দেশৰ অন্যতম শীৰ্ষ চিকিৎসা প্ৰতিষ্ঠানতো নকলৰ বাবে এটা MBBS পৰীক্ষা বাতিল কৰা হৈছে। অভিযোগ অনুসৰি পৰীক্ষাৰ সময়ত...

Read moreDetails

‘ইমান ৰাতি বাহিৰত কিয়?’ আৰক্ষীৰ গুলীত নিহত ফুড ডেলিভাৰী কৰ্মী, গুৰুতৰভাৱে আহত এজন

বন্ধুৰ সৈতে ঘৰুৱা অনুষ্ঠান এটাৰ পৰা উভতি আহি আছিল পাণ্ডৱ কুমাৰ (২১) নামৰ এজন যুৱক। সময় তেতিয়া মাজনিশা। দিল্লী আৰক্ষীৰ...

Read moreDetails

পাকিস্তানত অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ শ্বেখ ইউছুফ আফ্ৰিদী

পাকিস্তানৰ উত্তৰ-পশ্চিম খাইবাৰ পখতুনখোৱা প্ৰদেশত অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত হৈছে লস্কৰ-ই-তৈবাৰ (LeT)ৰ প্ৰভাৱশালী কমাণ্ডাৰ শ্বেখ ইউছুফ আফ্ৰিদী। এটাৰ পিছত এটাকৈ...

Read moreDetails

হিমালয়ত পুনৰ মহাপ্ৰলয়ৰ আশংকা! ৰাউনথি নদীত ওলমি থকা হিমবাহক লৈ এন জি টিৰ জৰুৰী হস্তক্ষেপ

কেন্দ্ৰীয় হিমালয়ৰ উত্তৰাখণ্ড অংশত ওলমি থকা এটা বিশালাকায় হিমবাহে (Hanging Glacier) সৃষ্টি কৰিব পৰা সম্ভাব্য বিপদৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে...

Read moreDetails

অসম সন্তানৰ বিশ্বজয়! বিজ্ঞানৰ ‘অস্কাৰ’ বঁটাৰে জিলিকিল জাগীৰোডৰ অধ্যাপক, জেনেভাৰ গৱেষণাগাৰত অসাধ্য সাধন

অসমৰ শৈক্ষিক তথা বিজ্ঞান জগতৰ বাবে এক ঐতিহাসিক সাফল্য কঢ়িয়াই আনিছে জাগীৰোড মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড৹ প্ৰাঞ্জল...

Read moreDetails

ৰক্ষকেই ভক্ষক: সুৰামত্ত আৰক্ষীৰ গুলীচালনাত কৰুণ মৃত্যু শ্ৰমিকৰ, ৰাজধানীত তীব্ৰ চাঞ্চল্য

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ আলিপুৰ অঞ্চলত দেওবাৰে নিশা এজন সুৰামত্ত দিল্লী আৰক্ষীৰ কনিষ্টবলৰ গুলীচালনাত এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন এজন...

Read moreDetails

চৰকাৰী হেঁচাত সেও মানিছে নেকি মেটাই? ফেচবুক-ইনষ্টাগ্ৰামৰ সমল কৰ্তনক লৈ তীব্ৰ বিতৰ্ক

ভাৰত বৰ্তমান বিশ্বৰ সেইসমূহ নিৰ্বাচিত দেশৰ তালিকাত অন্তৰ্ভুক্ত হৈছে, য’ত জনপ্ৰিয় ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক আৰু ইনষ্টাগ্ৰামে স্থানীয় আইনৰ প্ৰয়োজনীয়তাৰ...

Read moreDetails

বিজেপিত যোগদান কৰা আপৰ ৭ সাংসদৰ পদ খাৰিজৰ দাবী, ৰাজ্যসভাৰ অধ্যক্ষলৈ আৱেদন

আম আদমী পাৰ্টিৰ পৰা পদত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা ৭ গৰাকী ৰাজ্যসভাৰ সাংসদক অযোগ্য ঘোষণা কৰাৰ দাবীত দেওবাৰে...

Read moreDetails

বিজেপিত যোগদানৰ পুৰস্কাৰ! প্ৰতিবাদৰ মাজতেই হৰভজন সিঙক কেন্দ্ৰীয় চৰকাৰৰ বিশেষ নিৰাপত্তা প্ৰদান

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ হৰভজন সিঙে শনিবাৰে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। তেওঁৰ এই সিদ্ধান্তৰ পিছতেই আম আদমি পাৰ্টি...

Read moreDetails
Page 150 of 1785 1 149 150 151 1,785

Stay Connected

Recent News