দেশ

কৃষকৰ বাবে জীৱনৰ অন্তিম অনশনত বহিবলৈ সাজু হৈছে আন্না হাজাৰে

কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা তিনিখন নতুন কৃষি আইন বাতিলৰ দাবীত দিল্লী সিঙ্ঘু সীমান্তত বিক্ষোভ প্ৰদৰ্শন কৰি থকা কৃষকসকলৰ সমৰ্থনত পুনৰ...

Read moreDetails

জনতা দল(য়ু)ৰ তৎপৰতা : বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইংগিত ৰাষ্ট্ৰীয় সম্পাদকৰ

বিহাৰৰ মুখ্য মন্ত্ৰী নীতিশ কুমাৰ নেতৃত্বাধীন জনতা দল(য়ু)য়ে অসমত সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে। ইয়াৰ অংশ হিচাপে মঙলবাৰে নগাঁৱত দলটোৱে এখন...

Read moreDetails

৯ মাহৰ পিছত আজি খুলিব জগন্নাথ মন্দিৰ, কেতিয়া আৰু কেনেদৰে দৰ্শন কৰিব পাৰিব জানক

ওড়িশাৰ পুৰী চহৰত অৱস্থিত বিখ্যাত জগন্নাথ মন্দিৰৰ দুৱাৰ আজিৰ পৰা ভক্তসকলৰ বাবে খোলা হ’ব। ন মাহ পিছত মন্দিৰটো ভক্তৰ বাবে...

Read moreDetails

কৃষক বিক্ষোভৰ বাবে এই পৰ্যন্ত ১৪ হাজাৰ কোটি ব্যৱসায়িক লোকচান : CAIT

কৃষি আইনক কেন্দ্ৰ কৰি দিল্লীৰ সীমাত চলি থকা প্ৰতিবাদৰ সময়তেই ব্যৱসায়ী সংগঠন কনফাডেৰেশ্যন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ চমুকৈ চি এ...

Read moreDetails

৩,৪০,০০০ ডলাৰত বিক্ৰী হ’ল সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰ ডন ব্ৰেডমেনৰ টেষ্ট কেপ

অষ্ট্ৰেলিয়াৰ ডন ব্ৰেডমেনে ১৯২৮ চনত অভিষেক টেষ্ট মেচত পৰিধান কৰা ‘বেগী গ্ৰীণ কেপ’টো নিলামযোগে ৪ লাখ ৫০ হাজাৰ অষ্ট্ৰেলিয়ান ডলাৰ...

Read moreDetails

ক’ৰ’না বিৰোধী যুঁজত জয়ৰ দিশে ভাৰত! ৬ মাহৰ মূৰত হ্ৰাস পালে আক্ৰান্তৰ সংখ্যা

ভাৰতত দ্ৰুত গতিত হ্ৰাস পাবলৈ ধৰিছে ক’ৰ’নাৰ সংক্ৰমণ। তথ্য অনুসৰি যোৱা ৬ মাহৰ অন্তত প্ৰথমবাৰৰ বাবে এটা দিনত দেশত ক’ৰ’না...

Read moreDetails

আলিগড় মুছলিম বিশ্ববিদ্যালয়ক সম্বোধন কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে, ৫৬ বছৰৰ মূৰত আহিছে এই সুযোগ

আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ শতবৰ্ষ উদযাপনৰ আজিৰ দিনটো ইতিহাস হৈ ৰ’ব। কিয়নো ৫৬ বছৰৰ পিছত আজি কোনো প্ৰধান মন্ত্ৰীয়ে ইয়াক সম্বোধন...

Read moreDetails

২৭ দিনত ভৰি দিলে কৃষক বিদ্ৰোহে; আজি কি সিদ্ধান্ত ল’ব কৃষকসকলে?

নতুন কৃষি আইনৰ বিৰুদ্ধে দিল্লীৰ সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলৰ ভৱিষ্যত কাৰ্যপন্থা কি হ’ব সেই কথা আজি স্পষ্ট হোৱাৰ...

Read moreDetails

বৃটেইনত পুনৰ ক’ৰ’নাৰ নুতন ৰূপ, বিমান সেৱা বন্ধ কৰিলে ভাৰতে

ক’ৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে সোমবাৰে বৃটেইনৰ পৰা আহিবলগীয়া সকলো ধৰণৰ বিমানৰ সেৱা বাতিল কৰাৰ কথা ঘোষণা কৰে। বৃটেইনত নতুনকৈ...

Read moreDetails

দিল্লীত পুনৰ দলৱদ্ধ বলাৎকাৰ কাণ্ড: বন্ধুত্বৰ সুবিধালৈ চাৰিজনে বলাৎকাৰ কৰিলে কিশোৰীক

দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত বলাৎকাৰৰ ঘটনা হ্ৰাস পোৱা বুলি আৰক্ষীয়ে দাবী কৰি অহাৰ সময়তে চহৰ খনত পুনৰ সংঘটিত হৈছে...

Read moreDetails
Page 1643 of 1815 1 1,642 1,643 1,644 1,815

Stay Connected

Recent News