দেশ

জানুৱাৰীৰ শেষত একেৰাহে তিনিদিন বন্ধ থাকিব পাৰে বেংক: জানক সবিশেষ

জানুৱাৰী মাহৰ শেষ সপ্তাহত দেশজুৰি বেংক সেৱা ব্যাহত হোৱাৰ সম্ভাৱনা দেখা দিছে। গণতন্ত্ৰ দিৱসৰ লগতে সাপ্তাহিক বন্ধ আৰু বেংক কৰ্মচাৰীসকলৰ...

Read moreDetails

ন্যায়িক স্বতন্ত্ৰতাত কাৰ্যপালিকাৰ হস্তক্ষেপ অশুভ লক্ষণ: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতীয় ন্যায়পালিকাৰ স্বতন্ত্ৰতা ৰক্ষাৰ ক্ষেত্ৰত এক বলিষ্ঠ স্থিতি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই শেহতীয়াকৈ কাৰ্যপালিকাৰ হস্তক্ষেপক লৈ গভীৰ...

Read moreDetails

বাংলাদেশত আন এক ভয়ানক ঘটনা; শুই থকা অৱস্থাত সংখ্যালঘু যুৱকক জীৱন্তে জ্বলাই হত্যা

পুনৰ বাংলাদেশত সংখ্যালঘু যুৱকক জ্বলাই হত্যা কৰাৰ অভিযোগ উঠিছে। এইবাৰ এই ঘটনা সংঘটিত হৈছে নাৰ্চিংডিত। অভিযোগ অনুসৰি শুকুৰবাৰে (২৩ জানুৱাৰী)...

Read moreDetails

নিৰাপত্তাজনিত উদ্বেগ, গোপনে বাংলাদেশ এৰিলে বিদ্যুৎ প্ৰকল্পৰ ৯ ভাৰতীয় অভিযন্তাই

নিৰাপত্তাহীনতাত ভূগি বাংলাদেশৰ পৰা গোপনে দেশলৈ উভতি আহিছে ৯ জন ভাৰতীয় অভিযন্তা। বাংলাদেশৰ বাগেৰহাটত ৰামপাল বিদ্যুৎ কেন্দ্ৰ নিৰ্মাণৰ কামত জড়িত...

Read moreDetails

তুষাৰপাতৰ ফলত ৬৮৫টা পথ বন্ধ; দীঘলীয়া যান-জঁটত আবদ্ধ হিমাচলৰ কেইবাখনো পাহাৰীয়া চহৰ

হিমাচল প্ৰদেশৰ পাহাৰীয়া চহৰবোৰ প্ৰচণ্ড বৰফৰ ফলত বিধ্বস্ত হৈ পৰিছে। তুষাৰপাতৰ বাবে বন্ধ কৰি দিয়া হৈছে পথ। ঘণ্টাৰ পিছত ঘণ্টা...

Read moreDetails

পত্নীৰ বাবে স্বামীৰ উপাৰ্জনত বাধা আহিলে ভৰণ-পোষণ বন্ধ; উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

যদি পত্নীৰ কাম বা গাফিলতিৰ বাবে স্বামীৰ উপাৰ্জনত বাধাৰ সৃষ্টি হয়, তেন্তে বিবাহ বিচ্ছেদৰ পিছত তেওঁ ভৰণ-পোষণৰ দাবী কৰিব নোৱাৰিব।...

Read moreDetails

বেটে-বলে দমনীয় টীম ইণ্ডিয়া! নিউজিলেণ্ডক পৰাস্ত কৰি ১৯ অনুৰ্ধ বিশ্বকাপৰ ছুপাৰ ছিক্সত ভাৰত

১৯ বছৰ অনুৰ্ধৰ এদিনীয়া বিশ্বকাপতো ভাৰতৰ আধিপত্য অব্যাহত আছে। বাংলাদেশ আৰু আমেৰিকাৰ পিছতে শনিবাৰে আয়ুষ মাত্ৰেৰ দলটোৱে নিউজিলেণ্ডকো পৰাস্ত কৰে।...

Read moreDetails

গুজৰাটত ‘SIR’ৰ নামত চলিছে ‘ভোট চুৰি’: নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী

নিৰ্বাচন আয়োগ ভাৰতীয় গণতন্ত্ৰৰ ৰক্ষক নে ভোট চুৰিৰ অংশীদাৰ? নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ পুনৰবাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতা...

Read moreDetails

“এতিয়া মৃত্যু উপত্যকাত পৰিণত বাংলাদেশ, চলিছে বিদেশী শক্তিৰ লুণ্ঠন”: ইউনুছক তীব্ৰ আক্ৰমণ শ্বেখ হাছিনাৰ

বাংলাদেশৰ ক্ষমতাচ্যুত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই এইবাৰ এক চাঞ্চল্যকৰ অডিঅ’ বাৰ্তাযোগে ড° মহম্মদ ইউনুছৰ চৰকাৰক তীব্ৰ প্ৰত্যাহ্বান জনাইছে। বৰ্তমানৰ অন্তৱৰ্তীকালীন...

Read moreDetails

ইৰানৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ কঠোৰ প্ৰস্তাৱ: বিপক্ষে ভোট দিলে ভাৰতে

বিশ্বৰ ভূ-ৰাজনীতিত এক গুৰুত্বপূৰ্ণ পাক! শেহতীয়াকৈ ইৰানত চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীৰ ওপৰত চলোৱা কঠোৰ দমন-নীতিক গৰিহণা জনাই ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদে গ্ৰহণ...

Read moreDetails
Page 346 of 1880 1 … 345 346 347 … 1,880

Stay Connected

Recent News