দেশ

অৰণ্যৰ পৰা কাঁহীখনলৈ: অসমৰ হেৰাই যোৱা খাদ্য-সংস্কৃতিৰ পুনৰুদ্ধাৰৰ সংকল্প

এইবাৰৰ গণতন্ত্ৰ দিৱসত গুৱাহাটী মহানগৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ আত্মাস্বৰূপ থলুৱা খাদ্য-সম্ভাৰৰ ওপৰত এক বৈপ্লৱিক আলোচনাৰ সাক্ষী হ'বলৈ সাজু হৈছে। ২০২৬ চনৰ ২৬...

Read moreDetails

৫০লৈ লিখিব নোৱাৰাৰ কৰুণ পৰিণতি: পিতৃৰ প্ৰহাৰত প্ৰাণ হেৰুৱালে ৪ বছৰীয়া কন্যাই

সন্তানৰ বাবে পিতৃ এজোপা বটবৃক্ষৰ দৰে, যাৰ ছাঁত সন্তানে মৰম-আকলুৱাতাৰ লগতে এক সুৰক্ষিত পৰিৱেশ লাভ কৰে। কিন্তু সেই পিতৃয়েই যেতিয়া...

Read moreDetails

আমেৰিকাত সন্তানৰ সন্মুখতে পত্নী আৰু তিনি আত্মীয়ক গুলীয়াই হত্যা ভাৰতীয় ব্যক্তিৰ!

আমেৰিকাৰ জৰ্জিয়াত তিনি সন্তানৰ সন্মুখতে এজন ভাৰতীয় লোকে পত্নী আৰু তিনিজন আত্মীয়ক গুলীয়াই হত্যা কৰে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।...

Read moreDetails

দূতাবাসৰ ভুৱা নম্বৰ প্লেট ব্যৱহাৰ কৰি দিল্লীত গ্ৰেপ্তাৰ অসমৰ মহিলা

দূতাবাসৰ নিলামত ক্ৰয় কৰা এখন গাড়ীত ভুৱা দূতাবাসৰ নম্বৰ প্লেট ব্যৱহাৰ কৰাৰ অভিযোগত অসমৰ এগৰাকী ৪৫ বছৰীয়া মহিলাক দিল্লী আৰক্ষীয়ে...

Read moreDetails

দিব্যাংগ কোটাত মেডিকেলত নামভৰ্তি কৰিবলৈ যুৱকে কাটিলে নিজৰেই ভৰি; সজালে আক্ৰমণৰ কাহিনী

উত্তৰ প্ৰদেশৰ জৌনপুৰত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা ঘটিছে। আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে দিব্যাংগ কোটা ব্যৱহাৰ কৰি এম বি...

Read moreDetails

হিণ্ডেনবাৰ্গৰ দুঃস্বপ্ন ঘূৰি আহিল; আদানিৰ সংস্থাই হেৰুৱালে ১ লাখ কোটি টকাৰ বজাৰ মূলধন

২৫ জানুৱাৰী, ২০২৩-ত আদানি গ্ৰুপৰ দহটা কোম্পানীৰ মুঠ বজাৰ মূলধন ১ লাখ কোটি টকা হ্ৰাস পাইছিল। ২৩ জানুৱাৰী, ২০২৬-ত আদানি...

Read moreDetails

দিল্লীত হাছিনাৰ গৰ্জন! ইউনুছক ‘দেশৰ শত্ৰু’ আখ্যা দি কি ক’লে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে?

মহম্মদ ইউনুছক দেশ আৰু জাতিৰ শত্ৰু আখ্যা দি তীব্ৰ আক্ৰমণ চলালে শ্বেইখ হাছিনাই। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে মুখ্য উপদেষ্টা হিচাপে নিযুক্তি...

Read moreDetails

ৰায়পুৰত ঈশানৰ ধুমুহা, ঘটিল সূৰ্য্যদয়ো! নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ত ভাৰতৰ ‘ধামাকা’ জয়

চৈয়দ মুস্তাক আলী ট্ৰফীত সৰ্বাধিক ৰান সংগ্ৰহ কৰিও ৰাষ্ট্ৰীয় দললৈ প্ৰত্যাৱৰ্তনৰ বাবে আশাবাদী নাছিল ঈশান কিষাণ। কিন্তু কোনে জানিছিল যে...

Read moreDetails

ইন্দোৰত পুনৰ পানীৰ পৰা হোৱা ৰোগৰ আতংক : দূষিত পানী খাই অসুস্থ ২২ জন

মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰত পানীৰ পৰা হোৱা ৰোগৰ প্ৰাদুৰ্ভাৱে পুনৰ এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। মাত্ৰ কেইসপ্তাহমান আগতে এই চহৰখনত জলবাহিত...

Read moreDetails

নেতাজীকো শুনানিলৈ মাতিলেহেঁতেন! জন্মজয়ন্তীত কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগক লক্ষ্য কৰি মমতাৰ তীব্ৰ আক্ৰমণ

নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বন্দোপাধ্যায়ে কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ...

Read moreDetails
Page 347 of 1880 1 … 346 347 348 … 1,880

Stay Connected

Recent News