দেশ

পশ্চিম বংগত ‘অস্বাভাৱিক’ হাৰত মুছলমান ভোটাৰ বৃদ্ধিৰ অভিযোগ বিজেপিৰ; ‘ঘৃণনীয় ৰাজনীতি’ আখ্যা তৃণমূলৰ

পশ্চিম বংগত ভোটাৰ তালিকাৰ জনগাঁথনিগত পৰিৱৰ্তনক লৈ শাসকীয় তৃণমূল কংগ্ৰেছ আৰু বিৰোধী ভাৰতীয় জনতা পাৰ্টিৰ মাজত তীব্ৰ ৰাজনৈতিক সংঘাতৰ সৃষ্টি...

Read moreDetails

‘ভোট নিদিলে টকাও নিদিওঁ’, প্ৰচাৰৰ সময়ত ভোটাৰক চিধা সকীয়নি অজিত পাৱাৰৰ

ভাৰতৰ ৰাজনীতিত ধনৰ বিনিময়ত ভোট ক্ৰয় কৰাৰ অভিযোগ পুৰণি যদিও প্ৰচাৰৰ মঞ্চত থিয় হৈ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে ‘পুঁজি’ (ফাণ্ড)...

Read moreDetails

সংসদৰ শীতকালীন অধিৱেশন: ১০খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰিব চৰকাৰে

অহা ১ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া সংসদৰ শীতকালীন অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ আইনী সংস্কাৰৰ বাবে সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ।...

Read moreDetails

‘SIR মানে চৰকাৰে ভোটাৰ বাছনি কৰিছে’, মন্তব্য নিৰ্মলা সীতাৰমণৰ অৰ্থনীতিবিদ স্বামী পৰকলা প্ৰভাকৰৰ

তেওঁ দেশৰ প্ৰখ্যাত অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰ। তেওঁৰ আন এটা পৰিচয় হৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ স্বামী। সদায়ে মোডী চৰকাৰৰ তীব্ৰ...

Read moreDetails

অধিক বিপদত নীৰৱ মোদী, এইবাৰ  প্ৰিয় গাড়ী দুখনৰো হ’ব নিলাম

অধিক বিপদত পৰিছে নীৰৱ মোদী। এইবাৰ ঋণ পৰিশোধ নকৰাৰ প্ৰিয় গাড়ীখনো নিলাম কৰা হ’ব। এই পৰ্যন্ত নীৰৱৰ পৰা তিনিখন গাড়ী...

Read moreDetails

ডুবাইত তেজস বিমান দুৰ্ঘটনা: উইং কমাণ্ডাৰ নমন শ্যালৰ বিয়োগত গভীৰ শোকত ম্ৰিয়মান ওপজা গাঁও

ডুবাই এয়াৰ শ্ব’ ২০২৫-ৰ সময়ত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান ‘তেজস’ দুৰ্ঘটনাত পতিত হৈ কৰুণভাৱে প্ৰাণ হেৰুৱায় উইং কমাণ্ডাৰ নমন শ্যালে।...

Read moreDetails

মধ্যপ্ৰদেশৰ দুখন জিলাত দুজন বিএলঅ’ৰ মৃত্যু; এছ.আই.আৰ. জৰীপৰ চাপত প্ৰাণ হেৰুওৱাৰ অভিযোগ পৰিয়ালৰ

নিৰ্বাচনৰ পূৰ্বে চলি থকা ভোটাৰ তালিকাৰ ‘বিশেষ নিবিড় পুনৰীক্ষণ’ (SIR)ৰ মাজতে মধ্যপ্ৰদেশৰ দুখন পৃথক জিলাত যোৱা ২৪ ঘণ্টাৰ ভিতৰতে দুজন...

Read moreDetails

প্ৰদূষণৰ ব্যাপক প্ৰাদুৰ্ভাৱ! ২৩ বছৰ অনুৰ্ধ ক্ৰিকেট ট্ৰফীৰ খেলসমূহ দিল্লীৰ বাহিৰলৈ স্থানান্তৰ বিচিচিআই-ৰ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ২৩ বছৰ অনুৰ্ধ পুৰুষ ক্ৰিকেট ট্ৰফী এলিট বিভাগৰ নকআউট মেচ দিল্লীৰ পৰা মুম্বাইলৈ স্থানান্তৰিত কৰিছে। বিচিচিআই...

Read moreDetails

নৌসেনাৰ গোপন তথ্য পাকিস্তানলৈ সৰবৰাহ : কৰ্ণাটকত গ্ৰেপ্তাৰ দুই ‘পাক চোৰাংচোৱা’

ভাৰতীয় যুদ্ধজাহাজ আৰু নৌসেনাৰ গোপন তথ্য পাকিস্তানলৈ সৰবৰাহ কৰাৰ অভিযোগত দুজন যুৱকক কৰ্ণাটকৰ উদুপিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ধৃত দুজনৰ...

Read moreDetails

১২ খন ৰাজ্য-কেন্দ্ৰশাসিত অঞ্চলত এছ আই আৰ: ৯৯ শতাংশ এনৰ’লমেণ্ট ফৰ্ম (EF) বিতৰণত নিৰ্বাচন আয়োগৰ সফলতা

ভাৰতৰ নিৰ্বাচন আয়োগে (ECI) দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলত চলি থকা এছ আই আৰ অভিযানত উল্লেখযোগ্য সফলতা লাভ...

Read moreDetails
Page 356 of 1825 1 … 355 356 357 … 1,825

Stay Connected

Recent News