দেশ

প্ৰশ্নকাকতত কুকুৰৰ নাম ‘ৰাম’ ৰখাৰ অভিযোগ: প্ৰধান শিক্ষয়িত্ৰী নিলম্বিত

ছত্তীশগড়ৰ এখন চৰকাৰী বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ইংৰাজী প্ৰশ্নকাকতক লৈ সৃষ্টি হোৱা এক বিতৰ্কৰ পাছত এগৰাকী প্ৰধান শিক্ষয়িত্ৰীক নিলম্বন কৰা হৈছে।...

Read moreDetails

বিবাহ বিচ্ছেদৰ মূল্য ১৫ হাজাৰ কোটি টকা; ভাইৰেল Zoho-ৰ মালিকৰ ব্যয়বহুল ডাইভোৰ্চৰ গোচৰ

জোহোৰ স্বত্বাধিকাৰী শ্ৰীধৰ ভেম্বু পুনৰ বাতৰিৰ শিৰোনামলৈ আহিছে। এইবাৰ চৰ্চালৈ আহিছে তেওঁৰ বিবাহ বিচ্ছেদৰ খবৰ। এই গোচৰ চলি আছে আমেৰিকাৰ...

Read moreDetails

ট্ৰাম্পৰ অতি ঘনিষ্ঠ চাৰ্জিঅ’ গ’ৰৰ দিল্লী আগমন: ভাৰত-আমেৰিকাৰ বাণিজ্য যুদ্ধৰ মাজতে বিশেষ কূটনৈতিক তৎপৰতা

ভাৰত আৰু আমেৰিকাৰ মাজত সৃষ্টি হোৱা কূটনৈতিক আৰু বাণিজ্যিক সংঘাতৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ অতি ঘনিষ্ঠ তথা নৱনিযুক্ত আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’...

Read moreDetails

একেখন স্কুটীত ৪ জন আৰোহী; ৰৈ থকা ট্ৰাকত খুন্দা মাৰি ৩ জনৰ মৃত্যু, এজন হাস্পাতালত

পথৰ কাষত ৰৈ থকা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত তিনিজন স্কুটী আৰোহীৰ মৃত্যু হয়। শনিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ঝাৰখণ্ডৰ...

Read moreDetails

বাংলাদেশৰ নতুন বিএনপি অধ্যক্ষ তাৰিক ৰহমানক সাক্ষাৎ ভাৰতীয় দূত প্ৰণয় বাৰ্মাৰ

বাংলাদেশত নিযুক্ত ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় বাৰ্মাই শনিবাৰে অৰ্থাৎ ১০ জানুৱাৰী, ২০২৬ তাৰিখে বাংলাদেশ জাতীয়তাবাদী দলৰ (বিএনপি) নৱ-নিৰ্বাচিত অধ্যক্ষ তাৰিক ৰহমানক...

Read moreDetails

চুৰাটত নীৰৱ মোডীৰ সংস্থাত অগ্নিকাণ্ড! দুৰ্ঘটনা নে প্ৰমাণ ধ্বংস কৰাৰ চেষ্টা? উত্থাপন হৈছে প্ৰশ্ন

চুৰাটৰ বিশেষ অৰ্থনৈতিক মণ্ডলৰ ফায়াৰ ষ্টাৰ ডাইমণ্ড ইউনিটত অগ্নিকাণ্ড সংঘটিত গৈছে। এই ইউনিটটো পলাতক নীৰৱ মোডীৰ সৈতে জড়িত। দুদিন ধৰি...

Read moreDetails

মধুৰীআমৰ গুণাগুণ আৰু আমাৰ স্বাস্থ্যত ইয়াৰ অপৰিসীম প্ৰভাৱ

প্ৰতিদিনে ফল-মূল খোৱাটো শৰীৰৰ বাবে কিমান উপকাৰী সেই কথা আজিৰ দিনত সকলোৱে জানে। আনকি চিকিৎসকেও সুস্থ হৈ থাকিবলৈ আমাক সদায়...

Read moreDetails

ইৰানত গণ-বিক্ষোভৰ ভয়ংকৰ ৰূপ: নিৰাপত্তা বাহিনীৰ গুলীত ২১৭ জনৰ মৃত্যু, আহত কেইবা সহস্ৰাধিক

ইৰানৰ সাম্প্ৰতিক ৰাজনৈতিক সংকট আৰু গণ-বিক্ষোভে এতিয়া এক চৰম উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে। দেশখনৰ ধৰ্মীয় নেতৃত্বৰ বিৰুদ্ধে অব্যাহত থকা এই...

Read moreDetails

দিল্লীত তালিবানৰ প্ৰথমগৰাকী ৰাষ্ট্ৰদূত, আফগান চৰকাৰক স্বীকৃতি দিয়াৰ দিশে নেকি ভাৰত?

শেহতীয়াকৈ দিল্লীত নিযুক্তি দিয়া হৈছে তালিবানৰ প্ৰথমগৰাকী ৰাষ্ট্ৰদূতক। ইয়াৰ লগে লগে চৰ্চা আৰম্ভ হৈছে যে ভাৰতে এতিয়া আফগানিস্তানৰ তালিবান চৰকাৰক...

Read moreDetails

বিমানবন্দৰৰ সমীপতে দুৰ্ঘটনাত পতিত এখন চাৰ্টাৰ্ড বিমান;  সৌভাগ্যক্ৰমে সকলো যাত্ৰী সুৰক্ষিত

ওড়িশাৰ ৰুড়কেলাৰ সমীপত বুধবাৰে এখন চাৰ্টাৰ্ড বিমান দুৰ্ঘটনাত পতিত হয়। ৰুড়কেলাৰ জগদা ব্লকৰ অন্তৰ্গত জাল্ডা এলেকাত এই দুৰ্ঘটনা সংঘটিত হয়।...

Read moreDetails
Page 359 of 1880 1 … 358 359 360 … 1,880

Stay Connected

Recent News