অসমৰ মাটিত আহি পৰিল এটি বাংলাদেশী বেলুন। এই ঘটনাই সীমান্ত অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰে। প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে জনোৱা মতে,...
Read moreDetailsআমেৰিকাৰ চোৰাংচোৱা সংস্থা চিআইএ (CIA)-ৰ মতে, কিউবাৰ অৰ্থনীতিৰ গুৰুত্বপূৰ্ণ খণ্ডসমূহ, যেনে কৃষি আৰু পৰ্যটন, সঘনাই হোৱা বিদ্যুৎ কৰ্তন, বাণিজ্যিক নিষেধাজ্ঞা...
Read moreDetailsভাৰতীয় ক্ৰিকেটৰ প্ৰাণস্পন্দন বিৰাট কোহলী! যেতিয়ালৈকে তেওঁ ক্ৰীজত থাকে, তেতিয়ালৈকে জয়ৰ আশা বৰ্তি থাকে। তাৰ পিছতে আহে চিন্তা। যদিও কিছু...
Read moreDetailsইৰানত অব্যাহত থকা তীব্ৰ চৰকাৰবিৰোধী প্ৰতিবাদৰ মাজতে মধ্যপ্ৰাচ্যৰ ভূ-ৰাজনীতি পুনৰ উত্তপ্ত হৈ পৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰানৰ শাসকীয় পক্ষক...
Read moreDetailsআমেৰিকাৰ মিচিচিপি ৰাজ্যত সংঘটিত এক হৃদয়বিদাৰক ঘটনাই সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ২৪ বছৰীয়া এজন যুৱকে নিজ পৰিয়ালৰ সদস্য...
Read moreDetailsঅসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱাইছিৰ মাজত ভাৰতীয় সংবিধান আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ পদক লৈ এক তীব্ৰ...
Read moreDetailsদেশজুৰি এতিয়া মকৰা জালৰ দৰে বিয়পি পৰিছে ডিজিটেল গ্ৰেপ্তাৰৰ ভয়ংকৰ জালিয়াতি। শেহতীয়াকৈ এই প্ৰৱঞ্চনাৰ জালত পৰি সৰ্বস্বান্ত হ’বলগীয়া হৈছে এহাল...
Read moreDetailsকেন্দ্ৰৰ পত্ৰৰ পিছতে ব্যৱস্থা গ্ৰহণ কৰিছে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সে। চৰকাৰী সূত্ৰই জনোৱা মতে, অশ্লীল বিষয়বস্তু বিয়পোৱাৰ অভিযোগত এতিয়ালৈকে ৩৫০০টা...
Read moreDetailsজনপ্ৰিয় কণ্ঠশিল্পী, অভিনেতা প্ৰশান্ত তামাঙৰ আকস্মিক মৃত্যুৰ খবৰে সমগ্ৰ দেশৰ লগতে সংগীত অনুৰাগীসকলক গভীৰ শোকত পেলাইছে। মাত্ৰ ৪৩ বছৰ বয়সতে...
Read moreDetailsছত্তীশগড়ৰ এখন চৰকাৰী বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ইংৰাজী প্ৰশ্নকাকতক লৈ সৃষ্টি হোৱা এক বিতৰ্কৰ পাছত এগৰাকী প্ৰধান শিক্ষয়িত্ৰীক নিলম্বন কৰা হৈছে।...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd