দেশ

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা এল মুৰুগনে। তথ্য আৰু সম্প্ৰচাৰ বিভাগ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ...

Read moreDetails

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

পঞ্জাৱত মাদক দ্ৰব্যৰ অবৈধ বেহাৰ বিৰুদ্ধে যুঁজ দি প্ৰাণ হেৰুৱালে এগৰাকী সমাজকৰ্মীয়ে। ৰাজ্যখনৰ মানছাত সোমবাৰে পুৱা এগৰাকী ঔষধৰ দোকানীৰ গুলীত...

Read moreDetails

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

আন্না হাজাৰেৰ অনশন, নিৰ্ভয়াৰ ন্যায়ৰ দাবী, আৰু আন বহু ঐতিহাসিক গণবিক্ষোভৰ সাক্ষী এই যন্তৰ মন্তৰ। কিন্তু আপুনি জানেনে যে প্ৰায়...

Read moreDetails

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

মধ্যপ্ৰদেশৰ বুধনী বিধান সভা সমষ্টিৰ কোছমি গাঁৱত বন বিভাগে ১২টা জনজাতীয় লোকৰ গৃহ ভাঙি পেলোৱাৰ পিছতে এক বৃহৎ বিতৰ্কৰ সৃষ্টি...

Read moreDetails

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত পুনৰ উত্তাল হৈ পৰিছে ৰাজধানী। প্ৰতিবাদস্থলীৰ মৰ্যাদা হেৰুৱাৰ পিছদিনাই পুনৰ দিল্লীৰ যন্তৰ মন্তৰত...

Read moreDetails

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

যন্তৰ মন্তৰত আৰু প্ৰতিবাদ কৰিব নোৱাৰিব। তাৰ পৰিৱৰ্তে দিল্লী আৰক্ষীয়ে ৰাজধানীত প্ৰতিবাদ আৰু প্ৰতিবাদী কাৰ্যসূচীৰ বাবে তিনিটা নতুন স্থান চিনাক্ত...

Read moreDetails

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

ৰাজধানী দিল্লীত মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত্যাগৰ দাবীত প্ৰতিবাদ চলি আছে। এনে পৰিস্থিতিত সোমবাৰে কেৰালা বিধানসভাত জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত এটা...

Read moreDetails

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধী ভোটচুৰিৰ বিষয়টো লৈ সৰৱ হৈ পৰিছে। বিৰোধী INDIA মিত্ৰজোঁটৰ সাংসদৰ সৈতে সমদল কৰি সোমবাৰে তেওঁ...

Read moreDetails

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

কেৱল বজাৰলৈ গ’লেই অনুভৱ কৰিব পাৰি যে কেঁচা শাক-পাচলি, পিঁয়াজ,  আৰু আনকি সৰু সৰু বস্তুৰ দামো কিমান বাঢ়িছে। বজাৰত বহুদিনৰ...

Read moreDetails

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে। প্ৰতিবাদৰ বাবে নিৰ্ধাৰিত স্থানত অধিবক্তাসকলে নিজৰ মত প্ৰকাশ কৰিব পাৰে। সোমবাৰে এই...

Read moreDetails
Page 5 of 1847 1 … 4 5 6 … 1,847

Stay Connected

Recent News