ধর্ষণৰ অভিযোগত যোৰহাটত গ্ৰেপ্তাৰ দুই ৰিক্সাচালক; ধৰ্ষণৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

যোৰহাট চহৰৰ মাজমজিয়াতে এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত সোমবাৰে নিশা আৰক্ষীয়ে দুজন ৰিক্সাচালকক গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি, গ্ৰেপ্তাৰ হোৱা ৰিক্সাচালক...

Read moreDetails

কাজিৰঙাৰ গঁড় হত্যা আৰু খৰ্গৰ গোপন ব্যৱসায়ৰ সৈতে জড়িত হাৰুণ ৰছিদক আটক

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যা আৰু গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত মষ্ট ৱান্টেড হাৰুণ ৰছিদক যোৱা নিশা আটক কৰিছে...

Read moreDetails

অসম-নাগালেণ্ড সীমান্তৰ সৰুপথাৰৰ বিভিন্ন ঠাই পৰিদৰ্শন গোলাঘাট জিলাৰ উপায়ুক্তৰ

গোলাঘাট জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে সোমবাৰে জিলাখনৰ সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তৰ বি চেক্টৰৰ চেতিয়াগাঁও শিবিৰ, জাহাজী গাঁও আৰু চেইনপুৰ অঞ্চল...

Read moreDetails

কোভিডৰ চিকিৎসাৰ পৰা বাদ পৰিল জিংক- মাল্টি ভিটামিন, আৰু কি কি দৰৱ পৰিল বাদ?

নিৰ্দিষ্ট কোনো দৰৱ নথকা ৰোগ কোভিড। বিশ্বৰ বিভিন্ন দেশৰ চিকিৎসকসকলে লক্ষণৰ ওপৰত নিৰ্ভৰ কৰি কোভিডৰ চিকিৎসা চলোৱাৰ লগতে ভাৰততো স্বাস্থ্য...

Read moreDetails

চিৰাঙত দ্বাদশ শ্ৰেণীৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ

ৰাজ্যখনৰ শৈক্ষিক ক্ষেত্ৰৰ উন্নয়নত অধিক গুৰুত্ব আৰোপ কৰি অসম চৰকাৰে দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক বিনামূলীয়াকৈ পাঠ্যপুথি যোগানৰ বাবে লোৱা আঁচনি অনুসৰি...

Read moreDetails

পুনেৰ ছেনিটাইজাৰ প্ৰস্তুত কৰা উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড,কমেও ১৪ জনৰ মৃত্যু

ক'ৰ'নাতংকই বিৰাজ কৰা দেশত প্ৰতিদিনে বহু লোকৰ প্ৰাণ মাৰাত্মক ভাইৰাছ বিধে কাঢ়ি নিয়াৰ সময়তে আজি সন্ধিয়াৰ ভাগত পুনেত সংঘটিত হয়...

Read moreDetails

আজি ৰাজ্যত কিমান লোক কোভিডত আক্ৰান্ত হ’ল, কিমানৰ হ’ল মৃত্যু?

কোভিড পৰিস্থিতিৰ উন্নতিৰ লগে লগে ৰাজ্যত এতিয়া কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যাও কমি আহিছে। একেদৰে হ্ৰাস পাই আহিছে পজিটিভিটিৰ হাৰ...

Read moreDetails

এইবাৰ উত্তৰ গুৱাহাটীত আৰক্ষীয়ে জব্দ কৰিলে কোটি কোটি টকাৰ বাৰ্মিজ চুপাৰী

নামনি অসমৰ বঙাইগাঁৱকে ধৰি বিভিন্ন স্থানত বাৰ্মিজ চুপাৰী জব্দ হোৱাৰ সময়তে এইবাৰ উত্তৰ গুৱাহাটী ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কত কামৰূপ আৰক্ষীৰ অভিযানত...

Read moreDetails

কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ পুনৰ গঠনৰ দাবী কোচ ৰাজবংশী জাতীয় মহাসভাৰ

নামনি অসমৰ প্ৰাচীন কমতাপুৰ তথা ঐতিহাসিক কোচ বিহাৰ ৰাজ্যৰ অন্তৰ্গত অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকল সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু...

Read moreDetails

ৰাজ্যসমূহলৈ সকাহ: ১৮-৪৪ বছৰৰ লোকৰ বাবেও কেন্দ্ৰই দিব বিনামূলীয়া ভেকচিন

ক’ভিডৰ ভয়াৱহতা ৰোধৰ বাবে চৰকাৰে যোৱা ১ মে’ৰ পৰা ১৮ৰ পৰা ৪৪ বছৰৰ ভিতৰত ব্যক্তিসকলক ক’ভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছিল।দুটাকৈ...

Read moreDetails
Page 2148 of 5998 1 … 2,147 2,148 2,149 … 5,998

Stay Connected

Recent News