চিকিৎসালয়ৰ পৰা পলায়ন ২৩ কোভিড ৰোগীৰ : কিয় পলায়ন ইজনৰ পিছত সিজনকৈ কৰোনাক্ৰান্তৰ?

চিকিৎসাধীন হৈ থকাৰ পৰাই পলায়ন কৰিছে ২৩ গৰাকীকৈ কোভিড আক্ৰান্ত ৰোগী। এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে দিল্লীৰ হিন্দু ৰাও চিকিৎসালয়ত।...

Read moreDetails

মাৰ্ঘেৰিটাত ৰেড ক্ৰছ ছ’চাইটিৰ প্ৰতিষ্ঠা দিৱস অনুষ্টুপীয়াকৈ উদযাপন

 আজি ৮ মে দিনটো সমগ্ৰ বিশ্বতে ৰেড ক্ৰছ ছ’চাইটিৰ প্ৰতিষ্ঠা দিৱস ৰূপে উদযাপন কৰাৰ লগতে মাৰ্ঘেৰিটাতো বৰ্তমান কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত...

Read moreDetails

কৰোনাতংক : দেশৰ জেইলসমূহৰ পৰা কয়দীক মুকলি কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কৰোনাৰ দ্বিতীয় ঢৌৱে আতংকৰ সৃষ্টি কৰিছে সমগ্ৰ দেশতে। ইতিমধ্যে কৰোনাই দেশৰ কাৰাগাৰসমূহতো প্ৰৱেশ কৰিছে। দেশৰ কৰোনাৰ ভয়ংকৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য...

Read moreDetails

৩৮ বছৰৰ মূৰত পুনৰ মুকলি হ’ল ৰূপসী বিমান বন্দৰ,২৪ গৰাকী যাত্ৰীৰে অৱতৰণ প্ৰথমখন বিমানৰ

সুদীৰ্ঘ ৩৮ বছৰৰ অন্তত পুনৰ মুকলি হ’ল নামনি অসমৰ ঐতিহ্যমণ্ডিত ৰূপসী বিমান বন্দৰ।আজি ২৪ গৰাকী যাত্ৰী কঢ়িয়াই গুৱাহাটীৰ পৰা উৰা...

Read moreDetails

দিল্লীত সৰ্বানন্দ নিমাত; সাংবাদিকৰ আগত মুখ খুলি কি ক’লে হিমন্ত বিশ্ব শৰ্মাই?

কোন হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী? তাক লৈ জল্পনা-কল্পনা চলি থকাৰ মাজতে দিল্লীলৈ তলব কৰা হৈছিল সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক।...

Read moreDetails

মানৱতা : আঢ়ৈ লক্ষাধিক লোকৰ আৰ্থিক সাহায্য; ১৬ কোটি টকীয়া ইঞ্জেকশ্যনেৰে জীৱন দান এটি শিশুৰ

এটি কণমানি শিশু। পিতৃ মাতৃৰ এই মৰমৰ কণমানি শিশুটিয়েই আক্ৰান্ত হ’ল এবিধ অতি দুৰাৰোগ্য বিৰল ৰোগত। চিকিৎসা আৰম্ভ কৰাৰ পিছতে...

Read moreDetails

ক’ভিডৰ গণ সংক্ৰমণ : বোকাখাতৰ বৰচাপৰি চাহ বাগিচাক কন্টেনমেন্ট জ’ন ঘোষণা

বোকাখাত মহকুমাৰ বৰচাপৰি চাহ বাগিচাত ৩৯ জন লোকৰ শৰীৰত ক'ভিড সংক্ৰমন ধৰা পৰাৰ পিচত মহকুমা প্ৰশাসনে বাগিচা খনক কন্টেনমেন্ট জ'ন...

Read moreDetails

টকিঅ’ৰ লগতে জাপানৰ তিনিখন চহৰত বৃদ্ধি কৰা হ’ল জৰুৰীকালীন অৱস্থাৰ সময়, অনিশ্চয়তাত অলিম্পিক

ক’ৰ’নাৰ সংহাৰে দিশহাৰা কৰা জাপানত আজি দেশখনৰ চৰকাৰে জাপানকে ধৰি ইয়াৰ কাষৰীয়া তিনি খন চহৰত জৰুৰীকালীন অৱস্থৰ ম্যাদ আজি পুনৰ...

Read moreDetails

অন্ধ্ৰপ্ৰদেশৰ খনিত ভয়ংকৰ বিস্ফোৰণ, নিহত ১০ শ্ৰমিক

অন্ধ্ৰপ্ৰদেশত এটা খনিত আজি সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। এই বিস্ফোৰণত এতিয়ালৈকে ১০ জন শ্ৰমিকৰ মৃত্যু ঘটিছে। ৰাজ্য খনৰ...

Read moreDetails

স্থানীয় যুৱকৰ দ্বাৰা কলিয়াবৰত হৰিণা পোৱালি উদ্ধাৰ : বন বিভাগে এৰি দিলে শিলঘাটৰ বনাঞ্চলত

কলিয়াবৰৰ নলতলিত এটা হৰিণা পোৱালি উদ্ধাৰ। কলিয়াবৰ মহকুমাৰ উলুৱনী আৰক্ষী চকীৰ অন্তগত নলতলিৰ সমীপৰ হাজৰিকা পথাৰত আজি এটা হৰিণা পোৱালি...

Read moreDetails
Page 2226 of 5984 1 … 2,225 2,226 2,227 … 5,984

Stay Connected

Recent News