জোনবিল মেলা সন্দৰ্ভত মৰিগাঁও জিলা প্ৰশাসনৰ বিশেষ সভা

 মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বুধবাৰে দিনৰ ১ বজাত অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱাৰ সঞ্চালনাত আগন্তুক জোনবিল মেলা উদযাপনৰ প্ৰস্তুতিৰ সন্দৰ্ভত...

Read moreDetails

বোকাখাতত কৃতীমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা চুতীয়া জাতি সন্মিলন আৰু চুতীয়া ছাত্ৰ সংন্থাৰ

বোকাখাত জিলা চুতীয়া জাতি সন্মিলন আৰু বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত আজি বোকাখাতৰ সতী সাধনী ভৱনত কৃতীমান ছাত্ৰ-ছাত্ৰীক...

Read moreDetails

ৰাইজৰ সভাত জবাবদিহি কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু পথ নিৰ্মাণৰত কোম্পানীৰ বিষয়াক

উজনিৰ যোৰহাট বাইপাচৰ পৰা জাঁজীলৈকে নিৰ্মাণৰত চাৰিলেন যুক্ত পথৰ কাম অতি নিম্ন মানৰ হোৱাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপন হৈ আহিছিল।...

Read moreDetails

কংগ্ৰেছৰ পৰা অজন্তাক বহিস্কাৰৰ পাছতে হিমন্তৰ টিপ্পনী ‘তেওঁ আজিলৈকে বিজেপিৰে কোনো ৰাজনৈতিক আলোচনা কৰা নাছিল’

কংগ্ৰেছৰ পৰা অজন্তা নেওগক বহিস্কাৰৰ বাবেই যেন বাট চাই আছিল ৰাজ্যৰ দক্ষ তথা প্ৰতাপী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। চল...

Read moreDetails

ৰাজ্যত আকৌ নতুনকৈ দিয়া হ’ব নেকি লকডাউন? কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ব্ৰিটেইনকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত নতুন ধৰণৰ ক’ৰ’ণা ভাইৰাছে মূৰ দাঙি উঠাৰ সময়তে ভাৰতৰ একাধিক ৰাজ্যত লকডাউন ঘোষণা কৰা হৈছে।...

Read moreDetails

প্ৰসংগ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অজন্তা নেওগ : কংগ্ৰেছৰ পৰা পদত্যাগ নে বহিস্কাৰ?

কংগ্ৰেছত এতিয়া উঠিছে পদত্যাগৰ জোঁৱাৰ। কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে প্ৰাক্তন মন্ত্ৰী তথা সুদীৰ্ঘ সময় ধৰি কংগ্ৰেছৰে জৰিত হৈ থকা অজন্তা...

Read moreDetails

ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষ্যে টীয়কত ৰক্তদান শিবিৰ

বেচৰকাৰী সংস্থা সুৱাসৰ উদ্যোগত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত আজি ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিনৰ লগত সংগতি ৰাখি টীয়কৰ...

Read moreDetails

৭৯নং জাগীৰোড বিধানসভা সমষ্টিত ‘ৰাইজৰ দল’ৰ সমষ্টি সমিতি গঠন

অসমৰ ৰাজনৈতিক ক্ষেত্ৰত নতুনকৈ আত্মপ্ৰকাশ হোৱা 'ৰাইজৰ দলৰ' ৭৯নং জাগীৰোড বিধানসভা সমষ্টিটোত আজি সমষ্টি সমিতি গঠন কৰা হয়। এই উপলক্ষ্যে...

Read moreDetails

বাংলাদেশৰ অৰ্থনৈতিক অৱস্থা উন্নত, অসমলৈ অনুপ্ৰৱেশকাৰী অহা নাই : BGB সঞ্চালক প্ৰধান

যোৱা ২২ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ হোটেল তাজ ভিভান্টাত অনুষ্ঠিত হৈছিল ৫১ সংখ্যক ভাৰতৰ সীমা সুৰক্ষা বাহিনী আৰু বাংলাদেশৰ সীমা নিৰাপত্তাৰক্ষীৰ...

Read moreDetails

নীতিশক মোক্ষম আঘাত দি জে ডি(য়ু)ৰ ছজন বিধায়কৰ বিজেপিত যোগদান

বিহাৰত নীতিশ কুমাৰে বিজেপিৰ সৈতে লগ লাগি চৰকাৰ চলাই আছে। কিন্তু নীতিশক মোক্ষম আঘাত দি অৰুণাচল প্ৰদেশত জনতা দল(য়ুনাইটেড)ৰ ছজন...

Read moreDetails
Page 2632 of 5989 1 … 2,631 2,632 2,633 … 5,989

Stay Connected

Recent News