এইবাৰ ‘ৰূপালী পৰ্দাৰ মোডী’ বিবেক অবেৰয়ৰ ঘৰত ড্ৰাগছৰ সন্ধানত আৰক্ষীৰ তালাচী

বলিউডৰ ড্ৰাগছ কাণ্ডই এতিয়া সমগ্ৰ দেশতে জোকাৰণিৰ সৃষ্টি কৰিছে। বিশেষকৈ অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক আত্মহত্যাৰ তদন্ত কৰিবলৈ গৈ আৰক্ষী...

Read moreDetails

মহানগৰীত কেনেকৈ কি কি নিয়ম মানি পাতিব লাগিব দুৰ্গা পূজা? ক’লে প্ৰশাসনে

দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু আৰক্ষীৰ এখন যৌথ সভা বৃহস্পতিবাৰে অনুষ্ঠিত হয়। জিলা পুথিভঁৰালত অনুষ্ঠিত...

Read moreDetails

বহু মুছলমান যুৱকে হিন্দু নামলৈ ফেচবুক একাউণ্ট খুলি হিন্দু যুৱতীক বিয়া কৰি আহিছে: হিমন্ত বিশ্ব শৰ্মা

লাভ জিহাদৰ বিৰুদ্ধে যেন যুদ্ধ ঘোষণা কৰিছে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শেহতীয়াকৈ লাভ জিহাদৰ বিৰুদ্ধে সৰৱ হৈ পৰা...

Read moreDetails

মণিপুৰত নতুনকৈ ৩০১ গৰাকী লোক কোভিড প’জিটিভ

মণিপুৰত বুধবাৰে নতুনকৈ ৩০১ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰ ফলত ৰাজ্যখনত মুঠ ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা...

Read moreDetails

কৰ’নাত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি প্ৰসিদ্ধ ক্ৰীড়া সাংবাদিক কিশোৰ ভিমানিৰ

কৰ’না ভাইৰাছত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটিছে প্ৰসিদ্ধ ক্ৰীড়া সাংবাদিক কিশোৰ ভিমানিৰ। যোৱা মাহতে কৰ’নাত আক্ৰান্ত হোৱাৰ পাছত ভিমানিক কলকাতাৰ এখন...

Read moreDetails

গুগল বিভ্ৰান্তি: ক্ৰিকেটাৰ শুভমন গীলৰ পত্নী হেনো শচীন কন্যা ছাৰা তেণ্ডুলকাৰ!

ছাৰ্চ ইঞ্জিন গুগলে পুনৰ কৰিলে এটা বিশেষ ভুল। কিছুদিন পূৰ্বে গুগলে আফগান ক্ৰিকেটাৰ ৰছিদ খানৰ পত্নী বুলি অনুষ্কা শৰ্মাৰ নাম...

Read moreDetails

এজোপা ৫৮৬ বছৰীয়া বিৰল প্ৰজাতিৰ বটবৃক্ষ-নাম বাখৰ বেঙেনা; ক’ত আছে এইজোপা গছ?

এইখন অসমতে অৱস্থিত ৫৮৬ বছৰীয়া এজোপা বিস্ময়কৰ বটবৃক্ষ। আহোম ৰাজত্ব কালৰ বৰ্ণিল ইতিসাহৰ সাক্ষী এইজোপা বটবৃক্ষৰ নাম 'বাখৰ বেঙেনা'। শিৱসাগৰ...

Read moreDetails

কোহলী-ৰোহিতক অতিক্ৰমী আই পি এলত শিখৰ ধাৱানে গঢ়িলে এক অভিলেখ

দিল্লী কেপিটেলছ দলৰ অপেনিং বেটছমেন শিখৰ ধাৱানে এটা নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। বুধবাৰে ৰাজস্থান ৰয়েলছৰ বিপক্ষে খেলা মেচখনত ধাৱানে...

Read moreDetails

অসমত মাদ্ৰাছা বন্ধৰ চৰকাৰী নিৰ্দেশনাত ক্ষুব্ধ বাংলাদেশৰ ইছলামিক সংগঠন

ভাৰতৰ হিন্দুত্ববাদী বিজেপি চৰকাৰৰ মুছলমান বিদ্বেষী পদক্ষেপৰ অংশ হিচাপেই অসমৰ চৰকাৰী মাদ্ৰাছা বন্ধৰ নিৰ্দেশ দিয়া হৈছে বুলি অভিযোগ কৰিছে জমিয়ত...

Read moreDetails

যোৱা বছৰৰ তুলনাত এইবাৰ সামান্য ধনী হ’ল প্ৰধানমন্ত্ৰী মোডী, কিমান সম্পত্তিৰ মালিক মোডী? জানো আহক

ভাৰতবৰ্ষৰ দৰে বিশাল দেশ এখনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত নৰেন্দ্ৰ মোডী কিমান ধনী ব্যক্তি? এই কথা জানিবলৈ বহুতৰে হয়তো মন যাব।...

Read moreDetails
Page 2884 of 5999 1 … 2,883 2,884 2,885 … 5,999

Stay Connected

Recent News