নাৰ্ছিঙত ৮০শতাংশ মহিলাৰ সংৰক্ষণৰ বিৰুদ্ধে এইমছত ‘পুৰুষ নাৰ্ছ ৰক্ষা’ অভিযান আৰম্ভ

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে শেহতীয়াভাৱে লোৱা এক  সিদ্ধান্তই নাৰ্ছিং বৃত্তিৰ সৈতে জড়িত যুৱকসকলক ক্ষুব্ধ কৰি তুলিছে। অলপতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে সিদ্ধান্ত...

Read moreDetails

পুনৰ কাৰাগাৰৰ পৰা গ্ৰেপ্তাৰ অখিল গগৈক

অখিল গগৈক চাবুৱা থানাৰ তিনিটাকৈ নতুন গোচৰত কাৰাগাৰৰ পৰা বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হৈছে। অখিল গগৈৰ বিৰুদ্ধে চাবুৱা থানাই তিনিটা গোচৰৰ...

Read moreDetails

অভিনেতা চনু চুডৰ সহায়ত ঘৰলৈ উভতিল গৰ্ভৱতী মহিলা; কৃতজ্ঞতা ব্যক্ত কৰি জন্মলাভ কৰা সন্তানৰ নাম ৰাখিলে চনু চুড

দেশত ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে ল’কডাউন চলি আছে আৰু এই কঠিন সময়ত বলিউদৰ অভিনেতা চনু চুডে প্ৰব্ৰজিত শ্ৰমিক সকলক নিজৰ...

Read moreDetails

কাশ্মীৰত পুলৱামা সদৃশ আক্ৰমণৰ পুনৰাবৃত্তি বিফল; নিৰাপত্তাৰক্ষীৰ হাতত জব্দ বৃহৎ পৰিমাণৰ আই ই ডি ভৰ্তি বাহন

দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাত ২০১৯ বৰ্ষৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ পৰা ৰক্ষা কৰিলে নিৰাপত্তাৰক্ষী বাহিনীয়ে। প্ৰতিবেদন অনুসৰি, বৃহস্পতিবাৰে ৰাজপোৰা...

Read moreDetails

কৰ’নাৰ লক্ষণ দেখা দিয়াৰ পাছত হাস্পাতলত ভৰ্তি বিজেপি নেতা সম্বিত পাত্ৰ

কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ লক্ষণ দেখা দিয়াৰ পাছত হাস্পাতলত ভৰ্তি  হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰ। গুৰুগ্ৰামৰ মেদান্তা প্ৰাইভেট...

Read moreDetails

কৰ’নাৰ বিৰুদ্ধে সজাগতাৰ প্ৰচাৰত বলীউদ; নাগপুৰ আৰক্ষীৰ অভিনৱ পোষ্টাৰ

কৰ’নাৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টিৰে সাধাৰণ নাগৰিকক বাৰ্তা দিবলৈ নাগপুৰ আৰক্ষীয়ে ব্যৱহাৰ কৰিলে বলীউদৰ জনপ্ৰিয় ছবিৰ দৃশ্য। কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ...

Read moreDetails

ৰাজ্যত পুনৰ ৩৩গৰাকী কোভিড-১৯ পজিটিভ; আক্ৰান্তৰ সংখ্যা ৮৩১লৈ বৃদ্ধি

ৰাজ্যত ৮৩১ গৰাকীলৈ লৈ বৃদ্ধি পালে ক'ৰ'না আক্ৰান্ত ৰোগীৰ সংখ্যা। এই মুহূৰ্তত ৩৩ গৰাকীকৈ লোকৰ দেহত পোৱা গৈছে ক'ৰ'ণা ভাইৰাছৰ...

Read moreDetails

ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীৰ মে’ মাহৰ দৰমহা সন্দৰ্ভত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই?

দেশজুৰি চলি আছে চতুৰ্থ পৰ্যায়ৰ ল'কডাউন। ক'ৰ'না সংক্ৰমণ প্ৰতিৰোধৰ বাবে লকডাউনৰ ফলত দেশৰ অৰ্থনৈতিক অৱস্থা বেয়াৰ ফালে ঢাল খোৱা বুলি...

Read moreDetails

ভিয়েটনামত ৯ম শতিকাৰ এটি শিৱ লিংগ আৱিস্কাৰ কৰিছে ভাৰতৰ পুৰাতত্ত্ব জৰীপে

ভাৰতৰ পুৰাতত্ত্ব জৰীপে( ASI) শেহতীয়াকৈ ভিয়েটনামত এটা একাশ্ম বালিশিলৰ শিৱ লিংগ আৱিস্কাৰ কৰিছে। ভিয়েটনামৰ কোৱাং নাম প্ৰদেশৰ এটা হিন্দু মন্দিৰৰ...

Read moreDetails

মন্ত্ৰী, সাংসদৰ প্ৰতিশ্ৰুতি অসাৰ; পানীৰ তলত শিৱসাগৰৰ দিচাংমুখ অফলাৰ বিস্তীৰ্ণ অঞ্চল

ৰাজ্যত এফালে ক'ৰ’না মহামাৰীৰ সন্ত্ৰাস আৰু আনফালে আগতীয়া বানৰ সংহাৰী ৰূপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত লকডাউনৰ সমান্তৰালকৈ বানপানীৰ ফলত স্তব্ধ হৈ...

Read moreDetails
Page 3377 of 5985 1 … 3,376 3,377 3,378 … 5,985

Stay Connected

Recent News