শোকাৱহ; ঘৰলৈ আহি থকা অৱস্থাত পথ দুৰ্ঘটনাত পুনৰ ২৪ গৰাকী প্ৰব্ৰজিত শ্ৰমিকৰ কৰুণ মৃত্যু

ল’কডাউন সময়ত নিজৰ ঘৰলৈ উভতি আহি থকা অৱস্থাত পথ দুৰ্ঘটনাত পুনৰ ২৪ গৰাকী প্ৰব্ৰজিত শ্ৰমিকে দেশত প্ৰাণ হেৰুৱাবলগীয়া হয়। শুকুৰবাৰে...

Read moreDetails

GMCH ৰ কৰ’না কক্ষত যন্ত্ৰণাত ভাগি পৰিল ৰোগী; কান্দি কান্দি ফোনত কি ক’লে মাতৃ-পত্নীক?

GMCH ৰ কৰ’না কক্ষত মৰ্মান্তিক বেদনাৰ মাজৰে দিন কটাইছে জাগীৰোডৰ দুৰ্ভগীয়া কোভিড-১৯ আক্ৰান্ত ৰোগী অমৰ ডেকাই। স্নায়বিক আৰু পক্ষাঘাত ৰোগত...

Read moreDetails

ভাৰতীয় দলৰ হৈ ২০২৩ বিশ্বকাপ জয় কৰিব বিচাৰে বেগী বলাৰ এছ শ্ৰীশান্তে

পুনৰ ভাৰতীয় দলৰ হৈ ক্ৰিকেট খেলাৰ ইচ্ছা ব্যক্ত কৰিছে ভাৰতীয় দলৰ পৰা নিষিদ্ধ হোৱা বেগী বলাৰ এছ শ্ৰীশান্তে। এটা লাইভ...

Read moreDetails

মিজোৰামত ৩১ মে’লৈ বৃদ্ধি ল’কডাউন  

দেশত তৃতীয় পৰ্যায়ৰ ল’কডাউনৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত মিজোৰাম চৰকাৰে শুকুৰবাৰে ৰাজ্যখনত ল’কডাউন ৩১ মে’লৈ...

Read moreDetails

কৰ’নাৰ সংহাৰ: চীনক অতিক্ৰমি বিশ্বৰ ১১ নম্বৰ স্থানলৈ ভাৰত; আক্ৰান্তৰ সংখ্যা ৮৫হাজাৰলৈ বৃদ্ধি

কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যাৰ দিশতে ভাৰতে চীনক অতিক্ৰম কৰিলে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি শুকুৰবাৰে নিশা পৰ্যন্ত ভাৰতত মুঠ আক্ৰান্তৰ...

Read moreDetails

হাইড্ৰ’ক্সিক্লৰ’কুইনৰ প্ৰতিদান; আমেৰিকাই ভাৰতলৈ সাহায্য হিচাপে আগবঢ়াব ভেণ্টিলেটৰ

ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে ভাৰতলৈ সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি...

Read moreDetails

অধিনায়ক হিচাপে মহেন্দ্ৰ সিং ধোনী বেছি দলীয় বৈঠকত বিশ্বাস নকৰে; ধোনীৰ প্ৰশংসাত দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক

দক্ষিণ আফ্ৰিকাৰ তাৰকা ক্ৰিকেটাৰ তথা প্ৰাক্তন অধিনায়ক ফাফ ডু প্লেছিছে মহেন্দ্ৰ সিং ধোনীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। ডু প্লেছিছে ধোনী...

Read moreDetails

অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যাৰ ঘটনা: তদন্ত বিচাৰি পত্নীয়ে দাখিল কৰিলে এজাহাৰ

যোৱা মঙলবাৰে আত্মহত্যা কৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকগৰাকীৰ পত্নীয়ে তেওঁৰ স্বামীৰ মৃত্যুৰ তদন্ত বিচাৰি শুকুৰবাৰে যোৰহাটৰ লিচুবাৰী আৰক্ষী চকীত এখন...

Read moreDetails

বহিৰ্ৰাজ্যৰ পৰা বৰপেটালৈ আহিল ৪৯ জন: সৰভোগ,পাঠশালাত কৰা হ’ল কোৱাৰেন্টাইন

বহিৰ্ৰাজ্যৰ পৰা আহি শুকুৰবাৰে আবেলিলৈ বৰপেটা জিলাত ৪৯ জন লোকে প্ৰবেশ কৰিছে। পুৱতি নিশাতে পাটাছাৰকুছিৰে জিলাখনত প্ৰৱেশ কৰা ৯ জন...

Read moreDetails

উত্তৰ-পূব ভাৰতৰ ২২ “ম’ষ্ট ৱাণ্টেড উগ্ৰপন্থী”ক গতালে ম্যানমাৰে

ম্যানমাৰ সেনা তাতমাদাৱে শুকুৰবাৰে ২২ গৰাকী “ম’ষ্ট ৱাণ্টেড উগ্ৰপন্থী”ক ভাৰতৰ হাতত গতাই দিছে। ম্যানমাৰৰ চাগাইংস্থিত সূত্ৰ অনুসৰি মূলতঃ অসম আৰু...

Read moreDetails
Page 3421 of 5984 1 … 3,420 3,421 3,422 … 5,984

Stay Connected

Recent News