উত্তৰ কোৰিয়াই এক বিশাল ভাণ্ডাৰ কেন্দ্ৰৰ নিৰ্মাণ কৰি থকাৰ কথা পোহৰলৈ আহিছে। এইটো পৰমাণু অস্ত্ৰৰ ভাণ্ডাৰ হিচাপে তথা পৰীক্ষণৰ বাবে...
Read moreDetailsৰাজস্থানৰ পৰা ত্ৰিপুৰালৈ কৰ্মৰ সন্ধান অহা এগৰাকী প্ৰব্ৰজিত শ্ৰমিকৰ ৮ মে’ত চিকিৎসালয়ত মৃত্যু হয়। বৰ্তমানলৈ মৃত্যু হোৱা ৰাজস্থানৰ প্ৰব্ৰজিত শ্ৰমিকজনৰ...
Read moreDetailsক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিক সকলক খোজকাঢ়ি ঘৰলৈ নাহিবলৈ আহ্বান জনাইছে মধ্যপ্ৰদেশৰ মুখ্য...
Read moreDetailsৰিলায়েন্স জিঅ’ই ৱৰ্ক ফ্ৰম হোম (WFH) প্লেন মুকলি কৰিছে। কোম্পানীটোৱে এবছৰৰ বাবে ৱৰ্ক ফ্ৰম হোম প্লেন মুকলি কৰিছে য’ত প্ৰতিদিনে...
Read moreDetailsউত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম-জং-য়ুনে ব্যক্তিগত বাৰ্তাযোগে চীনৰ ৰাষ্ট্ৰপতি ঝি ঝিনপিঙক ক’ৰ’নাৰ বিৰুদ্ধে যুদ্ধত জয়ী হোৱা বাবে ধন্যবাদ জ্ঞাপন কৰে।...
Read moreDetailsআমেৰিকা যুক্তৰাষ্ট্ৰত কৰ’না আক্ৰান্ত হৈ মৃত্যু হ’ল ভাৰতীয় বংশোদ্ভৱ দুগৰাকী চিকিৎসকৰ। সম্পৰ্কত দুয়ো আছিল পিতৃ-কন্যা। আমেৰিকাৰ নিউ জাৰ্ছিত চিকিৎসক দুগৰাকীৰ...
Read moreDetailsত্ৰিপুৰাত শুকুৰবাৰে নতুনকৈ ৩০ গৰাকী ব্যক্তিৰ শৰীৰত মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। শুকুৰবাৰে নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হোৱা ৩০ গৰাকী...
Read moreDetailsক’ৰ’না ভাইৰাছৰ মহা সংহাৰৰ মাজতে জনপ্ৰিয় ফুটবল ক্লাৱ বাৰ্চিলোনাই শুকুৰবাৰৰ পৰা অনুশীলন আৰম্ভ কৰিছে। শুকুৰবাৰে বাৰ্চিলোচনাৰ তাৰকা ফুটবলাৰ লিয়োনেল মেছিকে...
Read moreDetailsবাবৰি মছজিদ ধ্বংস গোচৰৰ বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰা তথা ৰায়দানৰ বাবে লক্ষ্ণৌৰ বিশেষ চিবিআই আদালতক চাৰি মাহৰ সময় দিছে উচ্চতম...
Read moreDetailsঅষ্ট্ৰেলিয়ান ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা, নিৰ্ভৰযোগ্য মিডল অৰ্ডাৰ বেটছমেন মাইকেল হাচীয়ে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক অষ্ট্ৰেলিয়াৰ সৰ্বশ্ৰেষ্ঠ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd