প্ৰথমবাৰ নিগেটিভ ওলোৱাৰ পাছত দ্বিতীয় আৰু তৃতীয়বাৰ পৰীক্ষাত ক’ৰ’না পজিটিভ মেঘালয়ৰ ক’ৰ’না আক্ৰান্ত

মেঘালয়ৰ ক’ৰ’না আক্ৰান্ত ৰোগী এগৰাকী ১৪ দিনৰ নিৰীক্ষণত থকাৰ পাছত কৰা প্ৰথমটো পৰীক্ষাত ফলাফল নিগেটিভ অহাৰ পাছত পুনৰ তৃতীয়টো পৰীক্ষাত...

Read moreDetails

ল’কডাউনৰ সময়ছোৱাত ভাৰতীয় খাদ্য নিগমৰ জৰিয়তে অভিলেখ সংখ্যক ৫ লাখ মেট্ৰিকটন চাউল অসমলৈ আহিছে : মুখ্য মন্ত্ৰী

ল’কডাউনৰ সময়ছোৱাত বিভিন্ন ঠাইত আৱদ্ধ হৈ থকা লোকসকলৰ যাতায়ত ব্যৱস্থা পৰ্যালোচনা কৰাৰ উদ্দেশ্যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গড়চুকস্থিত অসম...

Read moreDetails

কৰ’নাভাইৰাছ: গোলাঘাটত ঘৰে ঘৰে যাব স্বাস্থ্যকৰ্মী

গোলাঘাট জিলা স্বাস্থ্য বিভাগে কৰ’না প্ৰতিৰোধৰ পদক্ষেপ হিচাপে অহা ৭ মে'ৰ পৰা জিলাখনৰ জনসাধাৰণৰ ঘৰে ঘৰে গৈ স্বাস্থ্যৰ বুজ ল’ব। মঙলবাৰে জিলা...

Read moreDetails

ল’কডাউনৰ শিথিলতা : মহানগৰীত পেটৰ ভাতমুঠিৰ বাবে কামলৈ ওলাই আহি কৰুণ মৃত্যুক সাবটিলে দুই শ্ৰমিকে

কালিৰে পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ ল'কডাউন আৰু এই ল'কডাউনৰ সময়ছোৱাত কিছু পৰিমাণৰ শিথিলতা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। ল'কডাউন শিথিল...

Read moreDetails

ল’কডাউনৰ সময়ত শিৱসাগৰত ই-ৰিক্সা চলাচলৰ ক্ষেত্ৰত প্ৰশাসনৰ বিশেষ নিৰ্দেশনা জাৰি

তৃতীয় পৰ্যায়ৰ ল’কডাউনত শিৱসাগৰত ই-ৰিক্সা চলাচল কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে। এই সন্দৰ্ভত আজি জিলা উপায়ুক্ত...

Read moreDetails

ল’কডাউনত চুলি-দাঢ়ি কাটিবলৈ অস্বীকাৰ কৰা বাবেই নাপিতক গুলীয়াই হত্যা

বিহাৰৰ মেইনভা গাঁৱৰ দিনেশ ঠাকুৰ নামৰ এৰাকী নাপিতক ল’কডাউনৰ সময়ত সেৱা আগবঢ়াবলৈ অস্বীকাৰ কৰা বাবেই গুলীয়াই হত্যা কৰা হয়। দিনেশ...

Read moreDetails

গুৱাহাটী মহানগৰীত এগৰাকী যুৱতীৰ আত্মহত্যা

তৃতীয় পৰ্যায়ৰ ল'কডাউনত মহানগৰীত সংঘটিত হৈছে এক অঘটন ৷ ল'কডাউনৰ বাবে মানসিক হতাশাগ্ৰস্ততাত ভুগি গুৱাহাটী মহানগৰীৰত এগৰাকী যুৱতীয়ে আত্মহত্যা কৰিছে।...

Read moreDetails

অসম জামাতৰ চৰকাৰলৈ আহ্বান : দিল্লীত কোৱাৰেণ্টাইনৰ ম্যাদ শেষ কৰা জামাতীসকলক উভতাই আনক

অসম প্ৰদেশ তবলিগী জামাতে চৰকাৰলৈ আহ্বান জনাইছে যে দিল্লীত কোৱাৰেণ্টাইনৰ ম্যাদ শেষ কৰা জামাতীসকলক অসমলৈ উভতাই আনিব লাগে। দিল্লীৰ নিজামুদ্দিন...

Read moreDetails

বিশ্বনাথত ৰেচন কাৰ্ড নথকা লোকলৈ পাঁচ কেজিকৈ বিনামূলীয়া চাউল

খাদ্য সুৰক্ষা আইন, ২০১৩ৰ অধীনত বিনামূলীয়া চাউল লাভ কৰিবৰ বাবে ৰেচন কাৰ্ড নথকা বিশ্বনাথৰ মুঠ ৩৬,৬৮৩টা পৰিয়ালে লাভ কৰিব পাঁচ...

Read moreDetails

এইচ আই ভিৰ দৰে কৰ’নাভাইৰাছৰো কেতিয়াও নোলাব পাৰে প্ৰতিষেধক: বাতৰি

কৰ’নাভাইৰাছৰ কেতিয়াও প্ৰতিষেধক নোলাবই পাৰে। যিদৰে বহু বছৰজোৰা গৱেষণাৰ পিছতো এইচ আই ভি বা আনকি ডেংগুৰ ক্ষেত্ৰতো প্ৰতিষেধক ওলোৱা নাই।...

Read moreDetails
Page 3459 of 5984 1 … 3,458 3,459 3,460 … 5,984

Stay Connected

Recent News