আলফা (স্বা:)-এ জাগুনত অপহৰণ কৰিলে শিলৰ ক্ৰাছাৰৰ মহৰীক

পৰেশ বৰুৱাক আলোচনালৈ চৰকাৰে আহ্বান জনাই থকাৰ সময়তে উজনি অসমত আলফা (স্বা:) পুনৰ অপহৰণ কাণ্ড সংঘটিত কৰিছে। ১১ ফেব্ৰুৱাৰিত সংগঠনটোৰ এটা...

Read moreDetails

বাংলাদেশত কাৰাবাসৰ ম্যাদ বঢ়াবলৈ কি কৰিছিল অনুপ চেতিয়াই?

সংযুক্ত মুক্তি বাহিনী, অসম, চমুকৈ “আলফা”ৰ সাধাৰণ সম্পাদক গোলাপ বৰুৱা ওৰফে অনুপ চেতিয়া সুদীৰ্ঘ প্ৰায় ১৮ বছৰ ধৰি বাংলাদেশ কাৰাগাৰত...

Read moreDetails

অসমত ক’ৰ’না ভাইৰাছৰ দুটা ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ স্পষ্টীকৰণ

ক’ৰ’না ভাইৰাছত আক্ৰান্ত বুলি সন্দেহ কৰা অসমৰ দুটা ঘটনা সন্দৰ্ভত আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে স্পষ্টীকৰণ দিছে। বিশ্বত নতুন আতংক হিচাপে...

Read moreDetails

দিল্লীত কেজৰিৱালৰ বিজয় ৰথৰ ছন্দত ২১ লৈ পোখা মেলি অসম ৰাজ্যিক ‘আপ’ৰ নৱ জীৱন

অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়ে দিল্লীত তৃতীয় বাৰলৈ চৰকাৰ গঠনৰ বাবে নিৰঙ্কুশ সংখ্যা গৰিষ্ঠতা লাভ কৰাৰ পাছত অসমতো আম...

Read moreDetails

“বিজেপিক দিল্লীৰ জনসাধাৰণে আন্তৰিকতাৰে গ্ৰহণ কৰিছে”, দিল্লীৰ নিৰ্বাচনৰ ফল চাই সোণোৱালৰ মন্তব্য

আজি ফল ঘোষিত দিল্লীৰ নিৰ্বাচনত বিজেপিয়ে মুখ থেকেচা খোৱাৰ পাছতো টিঙৰ পৰা নানামিল অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। আনকি নিজে...

Read moreDetails

বাক্সাত ৮০ বছৰীয়া বৃদ্ধ নিৰুদ্দেশ; আৰক্ষী থানাত এজাহাৰ দাখিল

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত বাল্টিপাৰ গাঁৱৰ পৰা এগৰাকী ৮০ বছৰীয়া বৃদ্ধ নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ...

Read moreDetails

গুৱাহাটী মহানগৰীৰ ৫৫ হাজাৰ পৰিয়াললৈ বিশুদ্ধ খোৱা পানী; ১৫ মাৰ্চত প্ৰথম পৰ্যায়ৰ পানীযোগান আঁচনিৰ শুভাৰম্ভ কৰিব মুখ্য মন্ত্ৰীয়ে

চলিত বছৰৰ ডিচেম্বৰ মাহৰ ভিতৰত গুৱাহাটী মহানগৰীৰ ৫৫ হাজাৰ পৰিয়ালে বিশুদ্ধ খোৱাপানী লাভ কৰিব। প্ৰথম পৰ্যায়ত এই আঁচনিখন অহা ১৫...

Read moreDetails

হাফলঙত বন্ধৰ নামত হিংসাত্মক ঘটনা; ডি এফ অ’ক নমাই লৈ জ্বলাই দিয়া হ’ল চৰকাৰী গাড়ী

পৃথক স্বায়ত্তশাসিত জিলা গঠনৰ দাবীত ইণ্ডিজেনাছ পীপলছ ফ'ৰামে দিয়া অনিৰ্দিষ্টকালীন হাফলং বন্ধত আজি ব্যাপক হিংসাৰ ঘটনা ঘটে। বন্ধৰ সমৰ্থকে ৰাজপথত...

Read moreDetails

মহিলা টি-২০ বিশ্বকাপত এই নতুন পদ্ধতি ব্যৱহাৰ কৰিব আই চি চিয়ে

চলিত মাহৰ শেষৰফালে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া মহিলা টি-২০ বিশ্বকাপত প্ৰথমবাৰৰ বাবে ফ্ৰণ্টফুট ন’ ব’ল টেকনিকৰ ব্যৱহাৰ কৰা হ’ব। অলপতে ভাৰত...

Read moreDetails

সোণোৱালে প্ৰচাৰ চলোৱা বিজেপি প্ৰাৰ্থী সুনীল যাদৱৰ পৰাজয়

দিল্লীৰ নিৰ্বাচনত অসমৰ মুখ্য মন্ত্ৰী সোণোৱালে যিজন প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছিল সেইজন সুনীল কুমাৰ যাদৱৰ পৰাজয় হৈছে। সমষ্টিটোত আপৰ মুৰব্বী...

Read moreDetails
Page 3725 of 5981 1 … 3,724 3,725 3,726 … 5,981

Stay Connected

Recent News