দীপক দাস-ভূপেন ৰায়ক লৈ বিমোৰত অগপ; আজি ঘোষণা কৰিব বৰপেটা, ধুবুৰীৰ প্ৰাৰ্থী!

নাগৰিকত্ব বিধেয়কক লৈ মিত্ৰতা ত্যাগ কৰা বিজেপিৰে পুনৰ মিত্ৰতাৰ পাশত আৱদ্ধ হোৱা অসমৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ...

Read moreDetails

প্ৰথম পৰ্যায়ৰ ৫টা সমষ্টিৰ নিৰ্বাচনৰ বাবে মুঠ ৪৫ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

অসমত অহা ১১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া লোকসভাৰ প্ৰথম পৰ্যায়ৰ ৫টা সমষ্টিৰ নিৰ্বাচনৰ বাবে মুঠ ৪৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল...

Read moreDetails

অসমত নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছৰ ‘ষ্টাৰ কেম্পেইনাৰ’ ৰাহুল,ছোনিয়া, মনমোহন, প্ৰিয়ংকা

লোকসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলবোৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰণ কৌশল প্ৰস্তুত কৰি তুলিছে। অসমত নিৰ্বাচনী...

Read moreDetails

দ্বিতীয় পৰ্যায়ৰ ৫টা সমষ্টিৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

লোকসভাৰ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। অসমত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ৫টা...

Read moreDetails

২৫ মাৰ্চৰ পৰা মঙলদৈত আৰম্ভ হৈছে সৰ্বভাৰতীয় আন্তঃৰে’লৱে ক্ৰিকেট

উত্তৰ-পূব সীমান্ত ৰে’লৱে, মালিগাঁৱৰ উদ্যোগত ২৫ মাৰ্চ অৰ্থাৎ সোমবাৰৰ পৰা ৬৪সংখ্যক সৰ্বভাৰতীয় আন্তঃৰে’লৱে ক্ৰিকেট প্ৰতিযোগিতাখন মঙলদৈ ষ্টেডিয়ামত আৰম্ভ হৈছে। লীগ ভিত্তিত...

Read moreDetails

সুৰামুক্ত অসমৰ দাবীত ২৭ মাৰ্চত গোলাঘাটত মদমুক্ত অসমৰ প্ৰতিবাদী কাৰ্যসূচী

যোৱা ফেব্ৰুৱাৰী মাহত গোলাঘাট আৰু যোৰহাটত জিলাৰ বিভিন্ন অঞ্চলত বিষাক্ত চুলাই সেৱন কৰি ডেৰ শতাধিকৰো অধিক লোকৰ মৃত্যু হোৱাৰ পিছতো ৰাজ্য...

Read moreDetails

আনুষ্ঠানিকভাৱে নগাঁৱত বিজেপিৰ প্ৰাৰ্থী ঘোষণা : বিধায়ক ৰূপক শৰ্মাই হ’ব দলৰ প্ৰাৰ্থী

বিগত কিছুদিন ধৰি নগাঁও লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ঘোষণাক লৈ বিভিন্ন জল্পনা-কল্পনা চলি থকাৰ মাজতে সোমবাৰে মাজনিশা বিজেপিয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ...

Read moreDetails

ৰাজ্য়ত এতিয়াও ৯ হাজাৰ ওঁঠ ফটা লোক চিকিৎসা সেৱাৰ পৰা বঞ্চিত

বিদুৰাম হাজং ( নাম সলনি কৰা হৈছে) পেছাত খেত মজুৰ। বিদুৰামৰ দুটা সন্তান। এটা সন্তানৰ সৰুৰে পৰা ওঁঠ ফটা। ঠিক...

Read moreDetails

বিমানবন্দৰ থকাৰ পাছতো অসম কৃষি বিশ্ববিদ্যালয়ৰ খেলপথাৰত হেলিপেড কিয়?

নিৰ্বাচনৰ বতৰত হেলিকপ্তাৰেৰে ৰাজ্যত প্ৰচাৰ অভিযানৰ বাবে সাজু হৈছে কেইবাটাও ৰাজনৈতিক দল। একোটা দলে ভাড়ালৈ লৈছে এখনৰ পৰা চাৰিখনলৈকে হেলিকপ্তাৰ।...

Read moreDetails

ৰূপহীহাট আৰক্ষীৰ জালত দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী

নগাঁও জিলাৰ ৰূপহীহাটত সোমবাৰে আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই দুজন ড্ৰাগছ সৰবৰাহকাৰী যুৱকক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন যুৱক...

Read moreDetails
Page 4517 of 5969 1 4,516 4,517 4,518 5,969

Stay Connected

Recent News