জাতিধ্বংসী বিধেয়কৰ ওপৰত ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰিলে প্ৰদেশ কংগ্ৰেছে

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত ৰাজ্যৰ চৌদিশে ক্ষোভৰ জুই চলি থকাৰ সময়তে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এই জাতিধ্বংসী নাগৰিকত্ব...

Read moreDetails

এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশৰ অন্তিম তাৰিখ ৩১ জুলাই

ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে চলিত বৰ্ষৰ ৩১ জুলাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ বাবে অন্তিম সময়সীমা বান্ধি দিছে। সৰ্বোচ্চ ন্যায়ালয়ে...

Read moreDetails

অগপই বন্দিত্বৰ পৰা মুক্তিৰ আনন্দ উপলব্ধি কৰিছে : ড০ হীৰেন গোহাঁই

জাতিৰ পক্ষত থাকি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বিজেপিৰ সংগ ত্যাগ কৰা অসম গণ পৰিষদক গেৰুৱা দলটোৰ ‘সৰ্পিল আলিংগন’ৰ বান্ধোনৰ পৰা...

Read moreDetails

গুৱাহাটীত স্থাপন হ’ব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো আঞ্চলিক তথ্যকেন্দ্ৰ

উত্তৰ পূৰ্বাঞ্চলৰ বাবে এটা আচুতীয়া আঞ্চলিক তথ্যকেন্দ্ৰ স্থাপন কৰা হ’ব বুলি ড’নাৰ মন্ত্ৰীয়ে জনাইছে। ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় তথ্যবিদ্যা কেন্দ্ৰৰ (National...

Read moreDetails

শৈশৱতে ধেমালিতে : মনোনয়ন লাভক লৈ ভুল বাতৰি পৰিৱেশনৰ প্ৰসংগ

'শৈশৱতে ধেমালিতে' অসমীয়া চিনেমাখনে প্ৰথম অসমীয়া চিনেমা হিচাপে গ’ল্ডেন ৰীল এৱাৰ্ডলৈ বিদেশী ছবিৰ শিতানত ৬ টাকৈ শাখাৰ বাবে মনোনয়ন লাভ...

Read moreDetails

২০২১’ৰ পাছত ৰাজনীতিত নাথাকে হিমন্ত বিশ্ব শৰ্মা : ৰাজনৈতিক ৰণ কৌশল নে অন্তৰাত্মাৰ আহ্বান?

‘’২০২১’ৰ পিছত মই ৰাজনীতিত নাথাকো।‘’ সৰুসজাইত পঞ্চায়ত প্ৰতিনিধিৰ অভিনন্দন সমাৰোহত বৃহস্পতিবাৰে এই মন্তব্য কৰিছে ৰাজ্য বিত্ত, গড়কাপ্তানি, স্বাস্থ্য মন্ত্ৰী তথা...

Read moreDetails

তামুলপুৰত অসম দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণৰ সফল সামৰণি

অসম চৰকাৰৰ দ্বাৰা নিবনুৱা যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ প্ৰশিক্ষণ আৰু ৰোজগাৰৰ বাবে চলি থকা আঁচনিৰ ড্ৰিমচ্ এন.জি.ওৰ উদ্যোগত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ...

Read moreDetails

কবিতাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ জাগীৰোডত

জাগীৰোড শাখা সাহিত্য সভাৰ সোণালী জয়ন্তী উপলক্ষে সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত জাগীৰোড শাখা কবি সন্মিলনৰ সৌজন্যত বুধবাৰে জাগীৰোড শিশু...

Read moreDetails

হাউলীৰ জয়পুৰত ‘হেপ্পী ভেলী’ নামৰ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় মুকলি

সংখ্যালঘু অধ্যুষিত অঞ্চল সমূহত গুনগত শিক্ষাৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যে স্থানীয় একাংশ শিক্ষাব্ৰতী লোকৰ প্ৰচেষ্টাত বৰপেটা জিলাৰ হাউলীৰ সমীপৰ হালাপাকুৰী-জয়পুৰ...

Read moreDetails

মন্ত্ৰী হিমন্তৰ পুত্ৰ নন্দিল কেপ্টেইন হ’ল প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধী পঢ়া বিখ্যাত ডুন স্কুলৰ

দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধী পঢ়া, ‘ভাৰতৰ ইটন’ খ্যাত ডুন স্কুলত কেপ্টেইন নিৰ্বাচিত হ’ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্তান...

Read moreDetails
Page 4671 of 5967 1 4,670 4,671 4,672 5,967

Stay Connected

Recent News