ৰে’লৱে মন্ত্ৰী পীয়ুষ গোৱেলে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অন্তৰ্গত কেইটামান প্ৰাকৃতিক দৃশ্য থকা যাত্ৰাপথত নতুন ধৰণৰ ডবা সংলগ্ন কৰিবলৈ আগবাঢ়িছে। এই...
Read moreDetailsমিত্ৰজোঁটৰ চৰকাৰৰ পৰা অগপ ওলাই অহাৰ পাছতেই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখন নীতিগত কাৰণত ভংগ কৰাৰ দাবী জনাইছে প্ৰাক্তন মুখ্য মন্ত্ৰী...
Read moreDetailsঅসমৰ মানুহে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে জান-প্ৰাণ দি আন্দোলন কৰি থকাৰ সময়তে বিধেয়কখনৰ বাবে প্ৰধান মন্ত্ৰী মোদীক ধন্যবাদ জনালে অসম...
Read moreDetailsমাজুলী জিলাৰ ৰতনপুৰ মিৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত চাউৰেকীয়া গাঁৱৰ বিদ্যুৎ পৰিবাহী তাঁৰ সংলগ্ন কৰা খুঁটাবোৰে বিপদ মাতিছে গাওঁবাসীলৈ। উল্লেখ্য যে,...
Read moreDetailsঅসমীয়া মানুহৰ শংকা, প্ৰতিবাদ, আন্দোলন এক প্ৰকাৰৰ অসাৰ হোৱাৰ পথত। আজি বিৰোধীৰ প্ৰবল বিৰোধিতা সত্ত্বেও আৰু কংগ্ৰেছ, তৃণমূল কংগ্ৰেছৰ সদন...
Read moreDetails“মই খিলঞ্জীয়াৰ ক্ষতি হ’ব পৰা কাম নকৰো, অসমৰ মানুহ চিন্তিত হ’ব নালাগে” বুলি কৈ এতিয়াও পুৰণি ৰেকৰ্ডখন বজাই থকা অসমৰ...
Read moreDetailsআছু, নেছ'কে ধৰি ৩০ টা সংগঠনে আহ্বান জনোৱা ১১ ঘন্টীয়া উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সম্পূৰ্ণ প্ৰভাৱ অসমৰ পাহাৰীয়া ডিমা হাছাও জিলাত পৰিলক্ষিত...
Read moreDetailsনগাঁও জিলাৰ চামগুৰিত আজি সদৌ অসম ছাত্ৰ সন্থাৰ লগতে কেইবাটাও খিলঞ্জীয়া সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয়।...
Read moreDetailsঅগপই অসমবাসীক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি সোমবাৰে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰাৰ পাছতেই এতিয়া প্ৰশ্ন হয় নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে...
Read moreDetailsবিশ্বনাথৰ বন সংমণ্ডল প্ৰাধিকাৰী (বন্যপ্ৰাণ সংৰক্ষণ সংমণ্ডলত ) কাৰ্যালয়ত আজি এক শোকাকূল পৰিবেশ। কাৰ্যলয়টোৰ চৌদিশে কেৱল কান্দোনৰ ৰোল। সকলোৰে হিয়া...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd