চৰকাৰৰ নতুন নিৰ্দেশনা : চালকে আৰু কঢ়িয়াব নালাগিব অনুজ্ঞাপত্ৰ, পঞ্জীয়ন প্ৰমাণপত্ৰ

ভাৰতত যান-বাহনৰ চালকসকলে আৰু চালকৰ অনুজ্ঞাপত্ৰ, গাড়ীৰ পঞ্জীয়ন প্ৰমাণপত্ৰ আৰু আন আন আনুসংগিক কাগজ-পাতি লৈ ফুৰাৰ দিন উকলিল। এতিয়া ভাৰতৰ...

Read moreDetails

মৰাণৰ চেপন তিনিআলিত দুৰ্ঘটনাত নিহত তিনিজন, ৮ বছৰীয়া শিশুসহ আহত তিনিজন

ডিব্ৰুগড় জিলাৰ মৰাণৰ চেপন তিনিআলিত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত তিনিজনকৈ লোকে প্ৰাণ হেৰুৱাৰ লগতে এটি শিশুসহ...

Read moreDetails

যুৱ ছাত্ৰ পৰিষদৰ ধাৰাবাহিক ধনদাবীত অতিষ্ঠ স্নায়ু শল্য চিকিৎসক

এয়া মাথোঁ অসম মুলুকতেই সম্ভৱপৰ। সোণৰ অসম গঢ়িবলৈ আগবঢ়া অসমৰ অন্যতম ছাত্ৰ সংগঠন— অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা বাৰে...

Read moreDetails

বগীবিল দলঙৰ উদ্বোধনী অনুষ্ঠানৰ বাবে নিৰ্দিষ্ট পথ চিনাক্ত কৰিছে ধেমাজি জিলা প্ৰশাসনে

প্ৰধানমন্ত্ৰীৰ আগমনক লৈ ব্যাপক তৎপৰতা অৱলম্বন কৰিছে ধেমাজি জিলা প্ৰশাসনে। ধেমাজি জিলা উপায়ুক্ত ৰশ্মি অপৰাঞ্জী কৰাটিয়ে এক সংবাদমেলৰ জৰিয়তে জনাই...

Read moreDetails

খৈৰাবাৰীৰ ওচৰৰ ভূঞাখাত আৰু ঝাৰগাঁৱত অবৈধ কাঠফলা মিল জব্দ

২১ ডিচেম্বৰ শুকুৰবাৰে ওদালগুৰিৰ ধনশিৰি ফৰেষ্ট ডিভিজনৰ অন্তৰ্গত বনৰক্ষীৰ এটা দলে খৈৰাবাৰীৰ ওচৰত অতৰ্কিতে অভিযান চলাই দুটা অবৈধ কাঠফলা মিল...

Read moreDetails

কুম্ভকৰ্ণ নিদ্ৰাত অসম চৰকাৰ : অসমৰ মাটিত মেঘালয়ৰ স্কুল, অসমৰ গাঁৱত মেঘালয়ৰ ফলক

গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ খাৰদাং-বেলপাৰা,মংৰে,বাবুকোনাত মেঘালয়ৰ আগ্ৰাসন চলিছে৷ ৰাজ্য চৰকাৰৰ সীমান্তৱৰ্ত্তী অঞ্চল সমূহৰ প্ৰতি থকা অমনোযোগিতাৰ ...

Read moreDetails

এফালে মুখ্য মন্ত্ৰীৰ কংগ্ৰেছ দলক ‘বেইমান’ আখ্যা আনফালে বিজেপি-কংগ্ৰেছী কৰ্মীয়ে মিলি প্ৰহাৰ কৰিলে অগপ কৰ্মীক

২০ ডিচেম্বৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নতুন দিল্লীত অনুষ্ঠিত এখন সংবাদমেলত কংগ্ৰেছ দলক 'বেইমান' বুলি কটাক্ষ কৰাৰ সময়তে বটদ্ৰৱাত দেখা...

Read moreDetails

ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীয়ে মাজুলীত লৈছেহি গুৰুজনাৰ অংকীয়া ভাওনাৰ পাঠ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ পৌৰাণিক আখ্যানৰ ভিত্তিত ব্ৰজাৱলী ভাষাত ৰচনা কৰা অংকীয়া নাটসমূহ অধ্যয়ন তথা ভাওনাসমুহৰ প্ৰশিক্ষণ ল’বৰ বাবে মাজুলীত শিক্ষাগ্ৰহণ কৰিছেহি ভাৰতবৰ্ষৰ বিভিন্ন...

Read moreDetails

কাজিৰঙাত প্ৰথমবাৰ কৰা জলচৰ পক্ষীৰ গণনাত ওলাল ৮০ টা প্ৰজাতিৰ ১০,৪১২ টা পক্ষী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বিভিন্ন সংগঠনৰ সহযোগত প্ৰথমবাৰৰ বাবে আয়োজন কৰা  জলচৰ পক্ষীৰ গণনাত গণনাকাৰী সকলে নিৰ্দিষ্ট সময়ৰ ভিতৰতে জলচৰ...

Read moreDetails
Page 4758 of 5966 1 4,757 4,758 4,759 5,966

Stay Connected

Recent News