উত্তৰ-পূব

ইছৰোৰ পৰা প্ৰেৰণা লাভ কৰিছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই

ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থা (ইছৰো)ৰ চন্দ্ৰযান-২ অভিযানৰ প্ৰশংসা কৰিছে আমেৰিকা মহাকাশ সংস্থা নাছাই। নাছাই লিখিছেঃ ‘’মহাকাশ কঠিন বিষয়। আমি চন্দ্ৰৰ...

Read moreDetails

চামগুৰিত নিশা বনৰীয়া হাতীৰ তাণ্ডৱ; লণ্ডভণ্ড কৰিলে পকী ঘৰ, ধাননি পথাৰ

চামগুৰিৰ ব্ৰহ্মচাৰি সত্ৰ আৰু হাঁহচৰা বৰালী গাঁৱত পৃথকে পৃথকে বন্যহস্তীৰ দুটাকৈ জাকে শনিবাৰে নিশা উপদ্ৰৱ চলাই সন্ত্ৰাস সৃষ্টি কৰে। অঞ্চলটোৰ...

Read moreDetails

গৃহ বিভাগক স্মার্ট পুলিচ প্ৰকল্পৰ ক্ষিপ্ৰ ৰূপায়নৰ নিৰ্দেশ মুখ্য মন্ত্ৰী সোণোৱালৰ

ৰাজ্যখনৰ আৰক্ষী বাহিনীৰ উন্নীতকৰণ তথা আধুনিকীকৰণৰ উদ্দেশ্যেৰে মুখ্য মন্ত্ৰী সোণোৱালে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান তথা ৰাজ্যৰ গৃহ বিভাগক ৰাজ্যখনত আৰক্ষীৰ...

Read moreDetails

ষড়যন্ত্ৰমূলকভাৱে বৰ্মন-কছাৰী জনজাতিৰ ২,৫০০ মানুহৰ নাম এন আৰ চিত বাদ দিয়াৰ অভিযোগ

অসমৰ বৰ্মন-কছাৰী জনগোষ্ঠীৰ ২,৫০০ লোকৰ নাম সদ্য প্ৰকাশিত এন আৰ চিৰ পৰা ষড়যন্ত্ৰমূলকভাৱে বাদ দিয়াৰ অভিযোগ তুলিছে নিখিল বৰ্মন-কছাৰী ছাত্ৰ...

Read moreDetails

ৰাজ্যখনৰ সকলো চিকিৎসকক ব্যক্তিগত নিৰাপত্তা প্ৰদানৰ দাবী অসম নিৰ্মাণ দলৰ

ৰাজ্যখনৰ সকলো চিকিৎসকক ব্যক্তিগত নিৰাপত্তা দিয়াৰ দাবী উত্থাপন কৰিছে অসম নিৰ্মাণ দলে। শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি...

Read moreDetails

চৰকাৰৰ সন্মতি নোপোৱাকৈয়ে জোৰদাৰ প্ৰচাৰ চলিছে কোটি টকীয়া “ব্ৰহ্মপুত্ৰ পুষ্কৰমৰ”; ভক্তই বিচাৰিছে পঞ্চতাৰকা হোটেল

চৰকাৰে এতিয়ালৈকে সন্মতি দিয়া নাই যদিও অসমত থকা বহিৰাগত এশ্ৰেণী লোকৰ দ্বাৰা পূৰ্ণ্যোদ্যমে চলিছে অসমত অচিনাকি পুষ্কৰম উৎসৱ আয়োজনৰ প্ৰস্তুতি।...

Read moreDetails

এন আৰ চিক এন পি আৰ বুলি ঘোষণা কৰাৰ দাবী বিধায়ক শিলাদিত্যৰ

এন আৰ চিক এন পি আৰ অৰ্থ্যাৎ ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীলৈ সলনি কৰাৰ দাবী তুলিছে বিজেপি বিধায়ক শিলাদিত্যই। শনিবাৰে অৰ্থাৎ আজি...

Read moreDetails

ছাত্ৰীক যৌন নিৰ্য্যাতনৰ অভিযোগ এইবাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে

জ্যেষ্ঠ অধ্যাপকৰ দ্বাৰা এগৰাকী এডমিশ্যন প্ৰত্যাশী ছাত্ৰীক যৌন নিৰ্য্যাতনৰ এটা গুৰুতৰ অভিযোগে কঁপাই তুলিছে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ক। বিশ্ববিদ্যালয়খনৰ অৰ্থনীতি...

Read moreDetails

লিডুত ১ লাখ টকাৰ মূল্যৰ ব্ৰাউন চুগাৰসহ দুজনক আটক

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডু আৰক্ষীৰ চকীৰ অন্তৰ্গত টিৰাপ কলিয়ৰী অঞ্চলত লিডু আৰক্ষীয়ে আজি প্ৰায় ১ লাখ টকাৰ মূল্যৰ নিচাজাতীয়...

Read moreDetails

উভটি আহিব “অনামিকা”ৰ দীঘল চুলিৰ জুবিন, আপুনি বিচাৰেনে?

জুবিন গাৰ্গে আকৌ চুলি ৰাখিব, “কাঞ্চনজংঘা”ৰ সফলতা ঘোষণাৰে সংবাদমাধ্যমত তেওঁ নিজে কৈছে এই কথা। “অনামিকা” নামৰ কেছেটটোৰে অসমৰ সংগীত জগতত...

Read moreDetails
Page 4179 of 6191 1 … 4,178 4,179 4,180 … 6,191

Stay Connected

Recent News