উত্তৰ-পূব

চামগুৰি আৰক্ষীৰ জালত পলাতক কিশোৰী ধৰ্ষণকাৰী

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ তথা শিৱস্থান আৰক্ষী চকীৰ আৰক্ষীয়ে শনিবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি এটা ধৰ্ষণকাৰীক...

Read moreDetails

গণশিল্পী খগেন মহন্তৰ স্মৃতিত উদ্যান উদ্বোধন মুখ্য মন্ত্ৰী সোণোৱালৰ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে খগেন মহন্ত উদ্যান উদ্বোধন কৰে। ৰাজ্যখনৰ সাংস্কৃতিক জগতৰ এগৰাকী মহাৰথী খগেন মহন্তৰ স্মৃতিত ৰাজ্য চৰকাৰে...

Read moreDetails

হিন্দু জাগৰণ মঞ্চৰ কৰ্মীয়ে কৰ্তব্যৰত সাংবাদিকক কৰা অপমানক তীব্ৰ গৰিহণা জাতীয় দল সংগঠনৰ

শনিবাৰে কৰ্তব্যৰত সাংবাদিকক হিন্দু জাগৰণ মঞ্চ নামৰ সংগঠন এটাৰ কৰ্মীয়ে কৰা অশোভনীয় আচৰণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে অনুসূচীত জাতি ছাত্ৰ...

Read moreDetails

চহিদ কুশল কোঁৱৰক ৰখা লক-আপ সংৰক্ষণেৰে প্ৰশংসনীয় পদক্ষেপ গোলাঘাট আৰক্ষীৰ

এটা দৃষ্টান্তমূলক পদক্ষেপ লৈ আজি গোলাঘাট আৰক্ষীয়ে অসম গৌৰৱ, ভাৰতৰ স্বাধীনতা আন্দোলনৰ চহিদ কুশল কোঁৱৰক আটক কৰি ৰখা কুঠৰীটো সংৰক্ষণৰ...

Read moreDetails

শিৱসাগৰৰ ঐতিহ্যক্ষেত্ৰ পৰিণত হৈছে উচ্ছৃংখল যুৱক-যুৱতীৰ অনৈতিক কাৰ্যৰ আড্ডাস্থলীলৈ

শিৱসাগৰ বুলিলেই ৬০০ বছৰীয়া আহোম সম্ৰাজ্যৰ ইতিহাসৰ এক নাম। ছশবছৰীয়া আহোম সম্ৰাজ্যৰ স্মৃতি হিচাপে নানা পৌৰাণিক সমলেৰে ভৰপূৰ এইখন শিৱসাগৰ। বছৰৰ...

Read moreDetails

ডিব্ৰুগড় জিলাৰ ৰাজগড়ত গণতান্ত্ৰিক প্ৰতিবাদকাৰীক আটক কৰাক লৈ প্ৰতিক্ৰিয়া

ডিব্ৰুগড় জিলাৰ ৰাজগড়ত NH 52B ক্ষতিগ্ৰস্ত সুৰক্ষা সমিতিৰ যৌথ মঞ্চই আজি উলিওৱা এটা গণতান্ত্ৰিক প্ৰতিবাদক বাধা দি প্ৰতিবাদকাৰীক আটক কৰি...

Read moreDetails

৫০০০ অস্ত্ৰোপচাৰ সম্পন্ন কৰিলে জি এন আৰ চিৰ চিকিৎসক অংকুৰ হাজৰিকাই

জি এন আৰ চি হস্পিটেলৰ অস্থিশল্য বিশেষজ্ঞ অংকুৰ হাজৰিকাই ৫০০০ অস্ত্ৰোপচাৰ সম্পন্ন কৰিছে। হাজৰিকাই অস্ত্ৰোপচাৰ কৰা ৰোগীৰ ভিতৰত আছে দুবছৰীয়া শিশুৰ...

Read moreDetails

প্ৰাক্তন সতীৰ্থৰ দুৰ্নীতি বিৱৰি আওপকীয়াকৈ নিজৰ কাৰ্য্যকালৰ দুৰ্নীতিক স্বীকাৰ তৰুণ গগৈৰ

বিজেপিলৈ গমনৰ পিছতে প্ৰায় প্ৰতিজন প্ৰাক্তন কংগ্ৰেছী তথা নিজৰ একালৰ সতীৰ্থক গগৈয়ে দুৰ্নীতিগ্ৰস্ত কোৱাটো এটা অভ্যাসত পৰিণত হৈছে। গেৰুৱা হোৱাৰ...

Read moreDetails

“ৱজিৰ-এ-আলম” ইমৰান খান ভিখাৰী হৈ গ’ল!

ভিখাৰীত পৰিণত হৈছে পাকিস্তানৰ ৱজিৰ-এ-আলম ইমৰান খান। অতিকায় চাৰ্চ এঞ্জিন গুগলৰ জটিল এলগৰিদমে পাকিস্তানৰ প্ৰধান মন্ত্ৰীজনক ভিখাৰী সাজিছে। গুগলত যদি...

Read moreDetails

চৰাইদেউৰ বৰহাটত ব্যৱসায়ীক আলফাৰ নামত ধনদাবী কৰি আৰক্ষীৰ জালত দুজন

চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত মিছাজান গাঁৱৰ নিবাসী তথা বৰহাট নগৰৰ ব্যৱসায়ী বিজিত দে'ক সন্দেহযুক্ত আলফাই ধন দাবী কৰা...

Read moreDetails
Page 4236 of 6191 1 … 4,235 4,236 4,237 … 6,191

Stay Connected

Recent News