উত্তৰ-পূব

প্ৰশিক্ষকৰ দৌৰ : ভাৰতীয় ক্ৰিকেট দলৰ বাবে ভাল প্ৰশিক্ষক কোন হ’ব শাস্ত্ৰী, মুদী, কাৰ্ষ্টেন, জয়াবৰ্ধনে নে ছেগৱাগ?

বিশ্বকাপৰ ছেমিফাইনেলৰ পৰা বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় ক্ৰিকট দলৰ অপ্ৰত্যাশিত বিদায়ৰ পাছতে ক্ৰিকেট অনুৰাগী সকলৰ মাজত দলৰ প্ৰশিক্ষক সলনি কৰাৰ...

Read moreDetails

নতুন দিল্লীত বুধবাৰে অসম চুক্তিৰ ৬নং দফা বিষয়ক সমিতিৰ প্ৰথম বৈঠক

অসম চুক্তিৰ ৬নং দফা বিষয়ত পৰামৰ্শ আগবঢ়োৱাৰ বাবে শেহতীয়াকৈ গঠিত উচ্চস্তৰীয় সমিতিৰ প্ৰথমখন বৈঠক ২৪ জুলাইত নতুন দিল্লীত অনুষ্ঠিত হ’ব।...

Read moreDetails

কাজিৰঙাৰ উদ্ধাৰ কেন্দ্ৰলৈ অনা হ’ল বিশ্বনাথত মাতৃৰ পৰা বিচ্ছেদিত ৩ মহীয়া গঁড় পোৱালী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্বনাথ বন সংমণ্ডলৰ মুখবন্ধা চাপৰিত উদ্ধাৰ হোৱা এটা ৩ মহীয়া গঁড় পোৱালীক আজি ৰাষ্ট্ৰীয় উদ্যানখনৰ পানবাৰীত থকা...

Read moreDetails

বৃহৎ খবৰ|| পিছলৈ গ’ল চূড়ান্ত এন আৰ চি

উচ্চতম ন্যায়ালয়ে মঙলবাৰে অসমত সম্পূৰ্ণ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ অন্তিম সময়সীমা ৩১ আগষ্টলৈ বৃদ্ধি কৰে। এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক...

Read moreDetails

ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ; নিহত সংখ্যা ১১০লৈ বৃদ্ধি

ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১১০জনলৈ বৃদ্ধি পালে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ দৈনিক প্ৰতিবেদনত ২২ জুলাইলৈকে ইমান...

Read moreDetails

অযোধ্যাত ৰাম মূৰ্তি নিৰ্মাণ, হ’ব পৃথিৱীৰ আটাইতকৈ ওখ

গুজৰাটস্থিত চৰ্দাৰ বল্লভ ভাই পেটেলৰ মূৰ্তিকো চেৰাই পৃথিৱীৰ ভিতৰতে আটাইতকৈ ওখকৈ “ভগৱান ৰামচন্দ্ৰ”ৰ মূৰ্তি নিৰ্মাণৰ বাবে সাজু হৈছে উত্তৰ প্ৰদেশ...

Read moreDetails

এন আৰ চি খচৰাত ৰোহিংগিয়া অনুপ্ৰৱেশকাৰীৰ নাম অন্তৰ্ভূক্ত হোৱা বাতৰিক খাৰিজ প্ৰতীক হাজেলাৰ

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰাত ৰোহিংগিয়া অনুপ্ৰৱেশকাৰীৰ নাম অন্তৰ্ভূক্ত হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিক এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই...

Read moreDetails

বেংকৰ চাকৰি বিচৰাসকলৰ বাবে সুখৱৰ : এছ বি আইত ওলাইছে চাকৰি, লোভণীয় দৰমহা

ষ্টেট বেংক অফ ইণ্ডিয়াই (এছ বি আই) স্পেছিয়েল কেডাৰ অ’ফিচাৰ আৰু ডিউটি জেনেৰেল মেনেজাৰ পদৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। যিসকলে...

Read moreDetails

জি এম চিৰ অফাৰ : পথত জাৱৰ পেলোৱা লোকৰ ফটো তুলি লাভ কৰক ৫০০টকা

গুৱাহাটী মহানগৰক চাফ–চিকুণ কৰি ৰখাৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ লৈ অহাৰ পিছতো বিশেষ কোনো সুফল নোপোৱাত...

Read moreDetails

এক কোটিতকৈয়ো অধিক ধনৰ প্ৰৱঞ্চনাৰ বাবে সেনা জোৱানক গ্ৰেপ্তাৰ চিবিআইৰ

কেন্দ্ৰীয় অনুসন্ধান সংস্থাই (চিবিআই) লিকাবালিস্থিত আৰ্মি ছাপ্লাই কৰ্পছৰ এগৰাকী সেনা জোৱানক চৰকাৰী চাকৰি দিয়াৰ প্ৰলোভন দি নিৰীহ লোকৰ পৰা এক...

Read moreDetails
Page 4303 of 6191 1 … 4,302 4,303 4,304 … 6,191

Stay Connected

Recent News