উত্তৰ-পূব

ভাৰতীয় সেনা বাহিনীৰ শীৰ্ষ পদবীলৈ অসম সন্তান ৰাণা প্ৰতাপ কলিতা

অসম সন্তান লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই শুকুৰবাৰে ভাৰতীয় সেনা বাহিনীৰ কলকাতাৰ ফৰ্ট উইলিয়ামৰ ইষ্টাৰ্ণ কামাণ্ডৰ চীফ অফ ষ্টাফ (চি...

Read moreDetails

জাতীয় উৎসৱ বিহুক নতুন মাত্ৰা প্ৰদান কৰি উচ্চতৰ মাধ্যমিকত বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিব শিক্ষা সংসদে

অসমৰ নৱ প্ৰজন্মক জাতীয় উৎসৱ বিহুৰ বিষয়ে অধিক জ্ঞান আহৰণৰ সুবিধা প্ৰদান কৰি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে বিহুক অসমৰ...

Read moreDetails

ৰংমন’ৰ উদ্যোগত শিৱসাগৰ নাট্যমন্দিৰত ‘বিহু গ’লে বিনাবা কাক’

শিৱসাগৰৰ অন্যতম সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান ‘ৰংমন’ৰ উদ্যোগত শিৱসাগৰ নাট্যমন্দিৰত ‘বিহু গ’লে বিনাবা কাক’ শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হৈ যায়। পতাকা...

Read moreDetails

অসমৰ ডিটেনশ্যন কেম্পৰ বন্দীক “কঠিন চৰ্ত”ত মুকলিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

অসমৰ ডিটেনশ্যন কেম্পবিলাকৰ বন্দীসকলৰ বিষয়টোত আজি দেশৰ উচ্চতম ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰে কয় যে যিসকল বন্দীয়ে ইতিপূৰ্বে ৩ বছৰৰ বন্দিত্বৰ...

Read moreDetails

“প্ৰতিটো নিৰ্বাচনৰ আগত মিত্ৰতাৰ নামত কোটি টকাৰ বেপাৰ কৰে অগপৰ নেতৃত্বই”

অগপ নেতৃত্বৰ বিৰুদ্ধে বিষোদগাৰ অব্যাহত আছে ইজনৰ পিছত সিজন সতীৰ্থৰ। বিজেপিৰ সৈতে মিত্ৰতাৰ নামত দলক ব্যৱহাৰ কৰি নেতৃত্বই কোটি টকাৰ...

Read moreDetails

নিহত এজন, সাম্প্ৰদায়িক সংঘৰ্ষত উত্তপ্ত হাইলাকান্দিলৈ ঢাপলি মন্ত্ৰী-শীৰ্ষ বিষয়াৰ

হাইলাকান্দিৰ শুকুৰবাৰৰ সাম্প্ৰদায়িক সংঘৰ্ষই জাছিম হুছেইন নামৰ এজনৰ প্ৰাণ লৈছে। উত্তেজনাই বিৰাজ কৰা বৰাকৰ চহৰখনলৈ মুখ্য মন্ত্ৰীৰ নিৰ্দেশত ইতিমধ্যে ঢাপলি...

Read moreDetails

কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্প বাতিলৰ দাবীৰে প্ৰতিবাদী সমদল; উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে এই প্ৰতিবাদ

ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশৰ কাৰ্বি আংলং পাহাৰত চলি থকা অবাধ বনাঞ্চল আৰু পাহাৰ ধ্বংস যজ্ঞ বন্ধ...

Read moreDetails

দেৱদূতৰূপী চিকিৎসকৰ স্পৰ্শত হাফলঙত চলন্ত ৰে’লতে পৃথিৱীৰ বুকুলৈ এটি কন্যা

জননী সুৰক্ষা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অন্যতম উদ্দেশ্য। কিন্তু স্বাস্থ্য কেন্দ্ৰত চিকিৎসকহীনতাৰ দৰে গুৰুতৰ ব্যৱস্থাগত ত্ৰুটিয়ে শুকুৰবাৰে ৰে’লতে প্ৰসৱ কৰিব লগা...

Read moreDetails

ভকত চাপৰিৰ খহনীয়া প্ৰতিৰোধী আঁচনিৰ অনিয়ম সন্দৰ্ভত মাজুলীৰ নাগৰিক সমাজৰ সৈতে আলোচনা ব্ৰহ্মপুত্ৰ বোৰ্ডৰ অধ্যক্ষৰ

নামনি মাজুলীৰ ভকত চাপৰিত জিঅ' বেগ সংস্থাপনেৰে খহনীয়া প্ৰতিৰোধ আঁচনি ৰূপায়ণত অনিয়ম হোৱা বুলি উঠা অভিযোগ সন্দৰ্ভত শীঘ্ৰে তদন্তৰ ব্যৱস্থা...

Read moreDetails
Page 4479 of 6191 1 … 4,478 4,479 4,480 … 6,191

Stay Connected

Recent News