উত্তৰ-পূব

অসমত ‘আইছিছ’ৰ আত্মঘাতী বোমা বিস্ফোৰণৰ আশংকা; প্ৰতিৰোধ কৰিবলৈ সাজু অসম আৰক্ষী

‘আইছিছ’ৰ যিকোনো কূটাঘাতমূলক কাৰ্য প্ৰতিৰোধ কৰিবলৈ আৰক্ষী তৎপৰ হৈ আছে।' আৰক্ষী আয়ুক্ত দীপক কুমাৰে ৮ মে'ত এক সংবাদমেলত এই মন্তব্য...

Read moreDetails

প্ৰফুল্ল কুমাৰ মহন্তলৈ সাৱধানবাণী সভাপতি অতুল বৰাৰ

বিজেপিৰে পুনৰ মিত্ৰতা কৰাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে...

Read moreDetails

চৰকাৰী বিষয়াৰ ঘৰত শ্ৰম-সমাজ কল্যাণ বিভাগৰ অভিযান; ১৫ বছৰীয়া শিশু শ্ৰমিক উদ্ধাৰ

ধুবুৰী জিলাৰ এজন চৰকাৰী বিষয়াৰ ঘৰত বুধাৰে অৰ্থাৎ ৮ মে'ত শ্ৰম আৰু সমাজ কল্যাণ বিভাগে এক যৌথ অভিযান চলায়। এই...

Read moreDetails

ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্ব বিকাশৰ লক্ষ্যৰে কলিয়াবৰ মহাবিদ্যালয়ত কৰ্মশালা

কলিয়াবৰ মহাবিদ‍্যালয়ৰ পৰা সদ্যহতে শিক্ষা সমাপ্ত কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ব‍্যক্তিত্ব বিকাশৰ এক তিনিদিনীয়া কৰ্মশালাৰ আয়োজন কৰিছে কলিয়াবৰ মহাবিদ্যালয়ৰ বাণিজ্য বিভাগে।...

Read moreDetails

মহাবিদ্যালয়ৰ স্বীকৃতি বাতিলৰ বিৰোধিতা কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিক্ষা মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলা সমিতিয়ে বুধবাৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ...

Read moreDetails

বাংলাদেশীতকৈ আগতে ভাৰত আগমন বি টিভিৰ!

অসমকে ধৰি উত্তৰ-পূববাসীক উদ্বিগ্ন কৰি ৰখা বাংলাদেশী হিন্দুৰ আগমন ভাৰতলৈ হওক নহওক, দেশত আৰম্ভ হোৱাৰ পথত বাংলাদেশ টিভিৰ সম্প্ৰচাৰ। অহা...

Read moreDetails

টংলাত তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত যুৱতী

ওদালগুৰি জিলাৰ টংলাৰ সমীপৱৰ্তী টোকানকাটাত আজি বিয়লি সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী যুৱতীয়ে ঘটনাস্থলীতে মৃত্যুক সাবটি ল'ব লগীয়া হয়। নিহত...

Read moreDetails

দৰিদ্ৰ অসমীয়াক বাংলাদেশী জে’লত পচিবলৈ কিয় দিছে চৰকাৰে?

চুবুৰীয়া দেশৰ অ-মুছলমান শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব দিবলৈ ৰাষ্ট্ৰীয় সংকল্পধাৰী বিজেপি নেতৃত্বাধীন চৰকাৰৰ আমোলতে বাংলাদেশী জে’লত পচিছে দৰিদ্ৰ অসমীয়া। তাৎপৰ্য্যপূৰ্ণভাৱে, বিদেশীৰ...

Read moreDetails

চৰকাৰে প্ৰাদেশিকীকৰণ আইন সংশোধন কৰি ভেন্সাৰ স্কুল প্ৰাদেশিকীকৰণ নকৰাতো অগণতান্ত্ৰিক : ঐক্যমঞ্চ

‘‘ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইন-২০১৩ সংশোধন কৰি ৰাজ্য চৰকাৰে যদি তিনি টকীয়া দৰৰ চাউল হিতাধিকাৰীক এটকা দৰত দিব পাৰে তেন্তে প্রাদেশিকীকৰণ...

Read moreDetails

নিম্ন মানৰ নিৰ্মাণ কাৰ্য্য; মুকলি হোৱাৰ আগতে মাজভাগত খহিল পকী দলং

সৰুপেটাত বৰপেটা আৰু বাক্সা জিলা সংযোগী পথত  সোমবাৰে নিৰ্মীয়মান অৱস্থাত থকা এখন পকী দলং খহি পৰে।ঘটনাটোত কোনো লোক হতাহত হোৱা...

Read moreDetails
Page 4484 of 6191 1 … 4,483 4,484 4,485 … 6,191

Stay Connected

Recent News