উত্তৰ-পূব

‘নৱ’ৰ পৰা সমষ্টি কাঢ়ি আনিবলৈ ৰণকৌশল প্ৰস্তুত বি পি এফ প্ৰধান হাগ্ৰামাৰ

বি পি এফে পুনৰ উদ্ধাৰ কৰিব পাৰিবনে কোকৰাঝাৰ লোকসভা সমষ্টি? বিগত ২০১৪ চনত কোকৰাঝাৰ লোকসভা সমষ্টি বি পি এফৰ হাতৰ...

Read moreDetails

গাঁৱে-ভূঞে সিঁচৰতি হৈ থকা প্ৰচাৰবিমুখ গ্ৰন্থ-ক্ষুদ্ৰ আলোচনী-পৰিপূৰিকা সংৰক্ষণৰ পদক্ষেপ

অসমৰ বিভিন্ন প্ৰান্তত প্ৰকাশ হোৱাৰ পাছত প্ৰচাৰবিমুখভাৱে সিঁচৰতি হৈ থকা গ্ৰন্থ, ক্ষুদ্ৰ আলোচনী আৰু পৰিপূৰিকাসমূহ শৃংখলিতভাৱে নথিভুক্ত কৰি উপযুক্তভাৱে সংৰক্ষণ...

Read moreDetails

ফাঁচীবজাৰৰ উদ্ভিদ উদ্যান নিৰ্মাণ কৰাৰ পৰিকল্পনা ধোঁৱাচাঙত

ব্যস্ত জীৱনৰ পৰা আঁতৰি অকনমান মুকলি ঠাইত ফুৰি সময় পাৰ কৰাৰ বাবে গুৱাহাটী মহানগৰীত মুকলি ঠাইৰ বাৰুকৈ অভাৱ। মহানগৰীৰ চাৰিওফালে...

Read moreDetails

কাজিৰঙাত তীব্ৰ বেগী ট্ৰেভেলাৰৰ খুন্দাত আহত গঁড়

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হালধিবাৰী এনিমেল কৰিড'ৰৰ  ৩৭ নং ৰাষ্ট্ৰীয় পথত এখন তীব্ৰবেগী গাড়ীৰ খুন্দাত এটা গঁড় আহত হয়। ঘটনাৰ বিৱৰণি...

Read moreDetails

নগাঁৱত দিল্লী আৰক্ষীৰ অভিযান : ২৩.৫ কিলোগ্ৰাম হিৰোইন সহ গ্ৰেপ্তাৰ মহিলা

নগাঁও জিলাত উপস্থিত হৈ দিল্লী আৰক্ষীয়ে মঙলবাৰে নিশা নগাঁও চহৰৰ নিকটৱৰ্তী বেঙেনআটিত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধেঅভিযান চলায়। নগাঁও আৰক্ষীৰ সহযোগত চলোৱা...

Read moreDetails

বিজেপিৰে পুনৰ মিত্ৰতা : অগপৰ পৰা উত্তৰ বিচাৰিলে আছুৰ নেতৃত্বই

বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বিজেপিৰ সংগ ত্যাগ কৰি আজি পুনৰ মন্ত্ৰিত্বৰ দায়িত্ব হাঁহি মুখেৰে গ্ৰহণ কৰা অগপৰ পৰা উত্তৰ বিচাৰিলে...

Read moreDetails

আছু-কংগ্ৰেছ নেতাৰ লগতে অভিনেতা পুত্ৰৰো বিজেপিত যোগদান

বুধবাৰে বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত অনুষ্ঠিত হয় এক যোগদান অনুষ্ঠান। য’ত আছুৰ প্ৰাক্তন নেতা আৰু কংগ্ৰেছৰ প্ৰাক্তন নেতাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান...

Read moreDetails

বিজেপিৰে পুনৰ মিত্ৰতা : পূৰ্বে সম্ভাষণ জনোৱা নেতাই এইবাৰ ধিক্কাৰ দিলে অগপক

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিজেপিৰ সৈতে মিত্ৰতা ত্যাগ কৰি অসমবাসী ৰাইজ তথা বিধেয়ক বিৰোধী আন্দোলন কৰা জাতীয় দল-সংগঠনৰ হিয়াৰ...

Read moreDetails

অসমীয়া ভাষা সম্প্ৰসাৰণৰ বাবে কাম কৰা প্ৰতিষ্ঠানক সাহিত্য সভাই আগবঢ়াব ৰঞ্জিৎ বৰপূজাৰী বঁটা

অসমীয়া ভাষা সম্প্ৰসাৰণৰ বাবে আত্মনিয়োগ কৰা অসমৰ বহুজাতিক ব্যৱসায়-প্ৰতিষ্ঠানক ভাষা চহিদ ৰঞ্জিৎ বৰপূজাৰী বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে অসম...

Read moreDetails

মন্ত্ৰীৰ আসনত অতুল-কেশৱ-ফণী : পূৰ্ব নিৰ্ধাৰিত আছিল নেকি অগপ-বিজেপিৰ পুনৰ মিত্ৰতা?

দুমাহ পূৰ্বে মন্ত্ৰিত্ব ত্যাগ কৰা অগপৰ তিনি মন্ত্ৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী নাটকখনৰ যৱনিকা পেলাই বুধবাৰে দিচপুৰৰ মন্ত্ৰীৰ আসনখনলৈ উভতি...

Read moreDetails
Page 4636 of 6191 1 … 4,635 4,636 4,637 … 6,191

Stay Connected

Recent News