উত্তৰ-পূব

কৃষ্ণাইত বিজেপিৰ দিশে ধাৱমান হৈছে সংখ্যালঘু ভোটাৰ, শংকিত বিৰোধী শিৱিৰ

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ আন আন অঞ্চল সমূহৰ দৰে গোৱালপাৰাতো ক্ৰমাত বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ...

Read moreDetails

বহু দল সংগঠনে উগ্ৰপন্থীৰ কাৰ্যকলাপক উদগনি দিছে : মুখ্য মন্ত্ৰী সোণোৱাল

সোমবাৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ বাবে শিৱসাগৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। শিৱসাগৰ নগৰৰ সমীপৰ জয়সাগৰৰ পৰাগধৰ চলিহা ষ্টেডিয়ামত পঞ্চায়ত নিৰ্বাচনৰ...

Read moreDetails

দিল্লীত কেন্দ্ৰ, ৰাজ্য চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ গুৰুত্বপূৰ্ণ ত্ৰিপাক্ষিক বৈঠক

বৈঠকত বড়ো চুক্তিৰ দফাসমূহ ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। এন ডি এফ বি (পি)আৰু ভাৰত চৰকাৰৰ শান্তি আলোচনাৰ বিষয়টোও উত্থাপন...

Read moreDetails

নাগৰিকত্ব বিধেয়কে ‘জাতীয় নায়ক’ৰ মুকুট ভুৱনেশ্বৰ কলিতাকহে দিবগৈ নেকি?

কাইলৈ অনুষ্ঠিত হ’ব লগীয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ যুটীয়া সংসদীয় সমিতিৰ বৈঠকত অসমৰ খিলঞ্জীয়া ৰাইজৰ পক্ষত স্থিতি ল’বলৈ অসমৰ সদস্য কেৱল...

Read moreDetails

সুদূৰ বিৰচাৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানালৈ অনা হৈছে উট পখী আৰু লাফিং হায়না

গুৱাহাটী মহানগৰস্থিত অসম ৰাজ্যিক চিৰিয়াখনালৈ সুদূৰ ৰাঁচিৰ পৰা জীৱ-জন্তুৰ বিনিময় ব্যৱস্থাৰ মাজেৰে এযোৰ উট পখী আৰু দুটাকৈ লাফিং হায়না অনা হৈছে।...

Read moreDetails

কাহিনী-চিত্ৰনাট্যৰ সৰ্বভাৰতীয় প্ৰতিযোগিতাত উজলিল অসমৰ ৰাজদ্বীপ, বঁটা দিলে আমিৰ খানে

বলিউডৰ অাগশাৰীৰ প্ৰযোজনা প্ৰতিষ্ঠান চিনেস্তানৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আয়োজিত ভাৰতৰ সৰ্ববৃহৎ কাহিনী-চিত্ৰনাট্য প্ৰতিযোগিতাত দেশ-বিদেশৰ সহস্ৰাধিক প্ৰতিযোগীক চেৰ পেলাই ৰাজ্যৰ জনপ্ৰিয়...

Read moreDetails

কাইলৈ জেপিচিৰ গুৰুত্বপূৰ্ণ বৈঠক : বিধেয়কৰ বিৰুদ্ধে মত দিব তেলুগু দেশম পাৰ্টীয়ে, জনালে আছুক

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ খিলঞ্জীয়া ৰাইজৰ লগতে বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে প্ৰৱল আন্দোলন গঢ়ি তোলাৰ পাছতো নিৰ্বিকাৰ ৰাজ্যৰ মুখ্য...

Read moreDetails

গোৱালপাৰাৰ পৰা আটক দুই নাৰী সৰবৰাহকাৰী : জে’ললৈ প্ৰেৰণ

ধুবুৰী জিলাৰ দক্ষিণ শালমৰাত শেহতীয়াকৈ সক্ৰিয় হৈ পৰিছে নাৰী সৰবৰাহকাৰী চক্ৰ। দক্ষিণ শালমৰাৰ ফকিৰগঞ্জ আৰক্ষীয়ে দেওবাৰে নিশা অভিযান চলাই গোৱালপাৰাৰ...

Read moreDetails

নৃত্যৰ ভাষাৰে সমন্বয়ৰ বাৰ্তা বিলাবলৈ যোৰহাটত দশম প্ৰাগজ্যোতি নৃত্য উৎসৱ

যোৰহাট ষ্টেডিয়াম চৌহদত অহা ২৭ নৱেম্বৰৰ সন্ধিয়া ৫-৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব দশম প্ৰাগজ্যোতি নৃত্য উৎসৱ। প্ৰাতঃভ্ৰমণ পৰিচালনা সমিতিৰ সহযোগত...

Read moreDetails

১২ হাজাৰ নাৰ্ছৰ কৰ্মবিৰতিত সংকটত চৰকাৰী চিকিৎসালয়! স্বাস্থ্যখণ্ডত বাৰে বাৰে অচলাৱস্থা

মাত্ৰ কিছু দিনৰ ব্যৱধানত অসমৰ স্বাস্থ্যখণ্ডত এটাৰ পাছত আনটো অচলাৱস্থা আৰু ব্যৰ্থতাৰ উদাহৰণ দেখিবলৈ পাইছে অসমৰ জনগণে। স্বাস্থ্যখণ্ডত জৰুৰীকালীন সেৱাৰ...

Read moreDetails
Page 4931 of 6192 1 … 4,930 4,931 4,932 … 6,192

Stay Connected

Recent News