উত্তৰ-পূব

নগাঁৱত কেঁ‌কোসাপসহ দুই চোৰাং ব্যৱসায়ী গ্ৰেপ্তাৰ

নগাঁও আৰক্ষীৰ বিশেষ বাহিনীয়ে গোপন সূত্ৰৰ পম খেদি আজি কেঁকোসাপসহ দুই ব্যৱসায়িক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আটকাধীন দুই চোৰাং ব্যৱসায়ীক...

Read moreDetails

মৃণাল হাজৰিকা-জিতেন দত্তৰ পিছত বিজেপিৰ টাৰ্গেট এইবাৰ প্ৰৱাল নেওগ; হোজাইত গোচৰ ৰুজু কৰিলে নেতাজনৰ বিৰুদ্ধে

অসমত এতিয়া কোনোবাই খিলঞ্জীয়া মানুহৰ হৈ মাত মাতিলেই টাৰ্গেট হয় নেকি বিজেপি দল আৰু চৰকাৰৰ? এই প্ৰশ্ন উত্থাপিত হৈছে খিলঞ্জীয়া...

Read moreDetails

শিলচৰৰ ‘দৃষ্টিহীন’ কুমাৰে মাটিৰ চাকি সাজি দেখুৱাই আহিছে জীৱিকাৰ বিৰল দৃষ্টান্ত

শিলচৰ চহৰৰ পৰা মাথোঁ ৮ কিঃমিঃ নিলগৰ শ্ৰীকোনাৰ বাসিন্দা বাপ্পন পালে সমগ্ৰ জীৱনজুৰি মাটিৰ চাকি সাজি আহিছে। পালে ল’ৰালিৰ পৰাই...

Read moreDetails

চামগুৰি গেন্ধালিত অৰ্ধ গলিত বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ

নগাঁও জিলাৰ শালনা আঞ্চলিক বন কাৰ্যালয়ৰ অধীনৰ উদমাৰী উপ খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত গেন্ধালিত আজি এটা বনৰীয়া হাতীৰ অৰ্ধ গলিত...

Read moreDetails

চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক, লেখক মাণিক বৰাৰ দেহাৱসান

বোলছবি নিৰ্মাতা, লেখক, ঔপন্যাসিক, সম্পাদক মাণিক বৰাৰ আজি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭২ বছৰ। পৰিয়ালৰ সূত্ৰই জনোৱা...

Read moreDetails

গোৱালপাৰাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ : সংৰক্ষিত আসনৰ তালিকা ঘোষণা

ডিচেম্বৰৰ ৯ তাৰিখে অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জিলা নিৰ্বাচনী বিষয়া...

Read moreDetails

আগন্তুক পঞ্চায়ত নির্বাচন সম্পৰ্কে বােকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ত জৰুৰী সভা

অসম ৰাজ্যিক নির্বাচনী আয়োগে পঞ্চায়ত নির্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে আজি বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত এখনি জৰুৰী সভা অনুষ্ঠিত হয়।...

Read moreDetails

বৰপেটাত ‘শ্ৰীময়ী অসমীৰ শীতল বুকুত’ স্ৰষ্টা পুৰুষোত্তম দাসৰ প্ৰতিমূৰ্তিৰ লাইখুঁটা স্থাপন

'শ্ৰীময়ী অসমীৰ শীতল বুকুত' গীতৰ স্ৰষ্টা, সুৰ সাধক তথা বৰপেটাৰ সু-সন্তান পুৰুষোত্তম দাসৰ পূৰ্ণাৱয়ব প্ৰতিমূৰ্তিৰ লাইখুঁটা আজি বৰপেটা চহৰত স্থাপন...

Read moreDetails

গুৱাহাটীতো আলফাৰ ধন সংগ্ৰহ অভিযান! দৃষ্টি ৰাজখোৱাৰ নামত দাবী কৰা ধন নিবলৈ আহি জালত পৰিল যুৱক

শেহতীয়াকৈ আলফাৰ সক্ৰিয়তা ভালেখিনি বৃদ্ধি পোৱাৰ মাজতে আজি গুৱাহাটীত আলফাৰ নামত ধন দাবী কৰা এজন যুৱক আৰক্ষীৰ জালত পৰে। গড়চুক...

Read moreDetails

বান্দৰদেৱাত কেইবাটাও পতিতালয় ধ্বংস; গোগামুখত বিক্ৰী কৰিবলৈ অনা ১০ বছৰীয়া নাবালিকাক উদ্ধাৰ

যোৱা নিশা অসম আৰুণাচল প্ৰদেশ সীমান্তত অৱস্থিত লখিমপুৰ জিলাৰ অন্তৰ্গত বান্দৰদেৱাৰ হিম্মৎসিংকাৰ চৌহদৰ নিকটস্থ ৭খন পতিতালয়ত অসামৰিক আৰু আৰক্ষী প্ৰশাসনে...

Read moreDetails
Page 4992 of 6192 1 … 4,991 4,992 4,993 … 6,192

Stay Connected

Recent News