উত্তৰ-পূব

অক্টোবৰত ত্ৰিপাক্ষিক বৈঠক : মুখ্য মন্ত্ৰীৰ আস্থা আৰু বিশ্বাসত পতিয়ন নাযায় আক্ৰাছু

বুধবাৰে  বিয়লি ৫ বজাত অসম চৰকাৰৰ নিমন্ত্ৰণক্ৰমে আক্ৰাছু, চিলাৰায় সেনা আৰু কোচ ৰাজবংশী মহিলা সমিতিয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু...

Read moreDetails

অপেছাদাৰী উপদেষ্টাৰ বাবে ক্ষমা ভিক্ষা মুখ্য মন্ত্ৰী সোণোৱালৰ

পেছাদাৰী মিডিয়া উপদেষ্টাৰ অভাৱে অসমৰ বিজেপি চৰকাৰ বিশেষকৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক পেলাইছে ভীষণ অস্বস্তিকৰ পৰিস্থিতিত। অসম প্ৰশাসনীয় প্ৰাধিকাৰী মহাবিদ্যালয়ৰ...

Read moreDetails

নৱেম্বৰত পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পক্ষত বিজেপি

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন অহা নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব। নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে ৰাজ্যিক বিজেপিৰ সভাপতি...

Read moreDetails

কৃষ্ণাইত বাছ আস্থান নিৰ্মাণৰ বাবে দান দিয়া মাটি বৰ্তমান ব্যৱসায়ীৰ দখলত

গোৱালপাৰা জিলাৰ কৃষ্ণাইত আজিও গঢ়ি নুঠিল এটা স্থায়ী বাছ আস্থান। যাৰ পিৰপ্ৰেক্ষিতত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটী-গোৱালপাৰা-ধুবুৰী-মানকাচাৰ-মেঘালয় আদি দূৰণিবটীয়া যাত্ৰীবাহী...

Read moreDetails

৯ বিধ নতুন সামগ্ৰী বাংলাদেশলৈ ৰপ্তানিত ত্ৰিপুৰা চৰকাৰৰ অনুমোদন

ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনৰ তিনিটা ভূমি সীমাশুল্ক আস্থানৰ মাজেৰে ৯ বিধ নিত্য ব্যৱহাৰ্য সামগ্ৰী বাংলাদেশলৈ ৰপ্তানিত অনুমোদন জনাইছে। উল্লেখিত এই ৯...

Read moreDetails

নিৰক্ষৰতাই সমস্যা : ‘গুণোৎসৱ’ৰ সময়তো শিক্ষক নাছিল কাৰ্বি আংলঙৰ শতাধিক বিদ্যালয়ত

স্বাধীনতাৰ ৭১ বছৰ পাছতো কাৰ্বি আংলংবাসীৰ বাবে এতিয়াও নিৰক্ষৰতা এক জ্বলন্ত সমস্যা হৈয়ে আছে। শিক্ষাৰ অভাৱৰ বাবেই আজিও অন্ধবিশ্বাস, কুসংস্কাৰ...

Read moreDetails

আন্দোলনক ‘শলাগ’ মুখ্য মন্ত্ৰীৰ, বিজেপিৰে একাংশ নেতাৰ বিপৰীত স্থিতি সোণোৱালৰ

আন্দোলনে তুলি ধৰা প্ৰশ্নসমূহৰ সমাধানেৰে স্ব-আৰোপিত দায়বদ্ধতা পালন কৰাৰ বিপৰীতে বিজেপিৰ একাংশ শীৰ্ষ নেতাই সুবিধা পালেই কৰা ‘আন্দোলন-বিৰোধিতা’ৰ বিপৰীত স্থিতিৰে...

Read moreDetails

‘ব্ৰহ্মপুত্ৰ খননকাৰ্য আৰু এক্সপ্ৰেছ ঘাইপথ প্ৰকল্প’ক লৈ চৰকাৰৰ মিথ্যাচাৰৰ অভিযোগ বিৰোধী দলপতিৰ

অসম বিধানসভাৰ বিৰোধী দলৰ নেতা দেবব্ৰত শইকীয়াই আজি প্ৰকাশ কৰিছে যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বহু হৈ চৈ কৰি ঘোষণা...

Read moreDetails

শ্রীলংকাৰ স্কুল ক্ৰিকেটত ৰাষ্ট্ৰীয় অভিলেখ অসমৰ প্ৰদ্যুন শইকীয়াৰ

শ্ৰীলংকাৰ স্কুল ক্ৰিকেটত ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিলে অসমৰ এগৰাকী কিশোৰ প্ৰদ্যুন শইকীয়াই। চলিত বৰ্ষৰ ১৭ অনুৰ্ধৰ ৰাষ্ট্ৰীয় স্কুল ক্ৰিকেটৰ এটা...

Read moreDetails

লুই বাৰ্জাৰ কেলেংকাৰি : জি এম ডি এৰ সচিব মহন্ত, মুখ্য কাৰ্য্যবাহী বিষয়া মজুমদাৰক চি বি আইৰ জেৰা

গুৱাহাটী মহানগৰীত খোৱাপানী যোগান প্ৰকল্প নিৰ্মাণৰ নামত সংঘটিত কেইবা কোটিটকীয়া লুই বাৰ্জাৰ কেলেংকাৰিৰ তদন্তৰ বাবে কালি গুৱাহাটীত উপস্থিত হোবা চি...

Read moreDetails
Page 5121 of 6192 1 … 5,120 5,121 5,122 … 6,192

Stay Connected

Recent News