কটন বিশ্ববিদ্যালয়ে নিজৰ মাটি বন্ধকত দিবলৈ ওলোৱা বিষয়টোৱে চৰকাৰৰ উচ্চ শিক্ষাৰ প্ৰতি কৰা চৰম অৱহেলাৰ কথা স্পষ্ট কৰি দিছে। প্রকৃত...
Read moreDetailsঅলপতে ঘোষণা হ’ল মণিপুৰৰ কাউন্সিল অৱ হাইয়াৰ চেকেণ্ডাৰী এডুকেশ্যনৰ ফলাফল। দ্বাদশ শ্ৰেণীৰ এই ফলাফলত প্ৰথম স্থান দখল কৰিলে মালেমংগনবি লায়শ্ৰমে।...
Read moreDetailsমনোৰঞ্জনৰ জগত মানে সপোনৰ জগত। এই পৃথিৱীত প্ৰতিষ্ঠিত সকলক চাই আমি ভাবো তেওঁলোকৰ কাম কিমাননো সহজ! বহুতে খ্যাতি আৰু সৌভাগ্যৰ...
Read moreDetails১৭০ কোটি টকাৰ সম্পত্তি! মহাৰাষ্ট্ৰৰ নান্দেড়ত আয়কৰ বিভাগৰ অভিযানৰ সময়ত উদ্ধাৰ হৈছে বিপুল পৰিমাণৰ নগদ ধন, কেজিয়ে কেজিয়ে সোণ। সূত্ৰৰ...
Read moreDetailsপ্ৰচণ্ড আৰ্থিক সংকটৰ সন্মুখীন হৈ কটন বিশ্ববিদ্যালয়ে ৰাজহ আহৰণৰ বাবে বিশ্ববিদ্যালয়খনৰ মাটি বাহিৰৰ প্ৰতিষ্ঠানক লিজত দিয়াৰ পৰিকল্পনা কৰিছে আৰু ‘বিশ্ববিদ্যালয়...
Read moreDetailsবুধবাৰে উচ্চতম ন্যায়ালয়ে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউএপিএ)ৰ গোচৰত নিউজক্লিকৰ প্ৰতিষ্ঠাপক তথা মুখ্য সম্পাদক প্ৰবীৰ পুৰকায়স্থক মুকলি কৰি দিয়াৰ নিৰ্দেশ...
Read moreDetailsৰাজতন্ত্ৰক সমালোচনা কৰি কাৰাগাৰত বন্দী হৈ থকা থাইলেণ্ডৰ এগৰাকী মহিলা অধিকাৰ কৰ্মীৰ অনশনৰত অৱস্থাতে মৃত্যু ঘটে। থাইলেণ্ড কৰ্তৃপক্ষই জনোৱা মতে,...
Read moreDetailsচহৰ আৰু গ্ৰামাঞ্চলৰ গৰিষ্ঠসংখ্যক লোকৰ জীৱনত এতিয়া মোবাইল ফোন অপৰিহাৰ্য হৈ পৰিছে। পণ্যৰ মূল্য বৃদ্ধিৰ বজাৰত ইমানদিনে সকলোৰে নিয়ন্ত্ৰণত আছে...
Read moreDetailsৰাজ্যৰ ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাক শেহতীয়াকৈ দিয়া কিছু বক্তব্যক লৈ দলটোৱে কাৰণ দৰ্শোৱাৰ...
Read moreDetailsবজালীত এগৰাকী অতিৰিক্ত উপায়ুক্তৰ স্বাক্ষৰ জাল কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এগৰাকী অধিবক্তা। বজালী জিলাৰ এখন আদালতত প্ৰেকটিছ কৰা অধিবক্তাগৰাকীয়ে শপতনামাত...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd