Popular Stories

থাইৰয়ডৰ সমস্যা আছে নেকি আপোনাৰ? ভুলতো নাখাব এইসমূহ খাদ্য

থাইৰয়ড হ'ল আমাৰ ডিঙিত থকা এক গুৰুত্বপূৰ্ণ গ্ৰন্থি, যিয়ে T3 আৰু T4 হৰম'ন উৎপাদন কৰে আৰু শৰীৰৰ বিপাকীয় ক্ৰিয়া (Metabolism)...

Read moreDetails

দেশী-বিদেশী পৰ্যটকৰ ভিৰ চৰাইদেউত: আৰম্ভ হ’ল ‘বিশ্ব ঐতিহ্য সপ্তাহ ২০২৫’

ঐতিহাসিক চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পাছৰ পৰাই অধিক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে। ঠিক এবছৰ...

Read moreDetails

পুনৰ উত্তপ্ত নেপাল: Gen-Z ৰ প্ৰতিবাদৰ পিছতে সান্ধ্য আইন জাৰি

মাত্ৰ দুমাহ পূৰ্বে নেপালৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি কৰা Gen-Z যুৱক-যুৱতীসকলে পুনৰবাৰ ৰাজপথত নামি অহাৰ ফলত দেশখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি...

Read moreDetails

ভাৰতত অনিয়ন্ত্ৰিত হৈ পৰিছে চাইবাৰ অপৰাধ: আওপুৰণি প্ৰযুক্তিৰ বাবে তদন্তত জটিলতা

সম্প্ৰতি ভাৰতত চাইবাৰ অপৰাধ এক মুৰৰ কামুৰণি হৈ পৰিছে। কিন্তু সেই অনুসাৰে চৰকাৰে ব্যৱস্থা গ্ৰহণত ব্যৰ্থ হৈছে। সেয়ে চাইবাৰ সুৰক্ষা...

Read moreDetails

ভাৰতৰ ৮০% বিশেষভাৱে সক্ষম লোকৰ স্বাস্থ্য বীমা নাই: এনচিপিইডিপিৰ সমীক্ষা

নেশ্যনেল চেণ্টাৰ ফৰ প্ৰমোচন অৱ এম্প্লয়মেণ্ট ফৰ ডিচেবল পিপল (National Centre for Promotion of Employment for Disabled People - এনচিপিইডিপি)ৰ...

Read moreDetails

দীপৰ বিলত ভয়াৱহ ৰূপলৈছে প্ৰদূষণে! শংকিত পৰিৱেশবিদসকল

সম্প্ৰতি অসমৰ একমাত্ৰ ৰামছাৰ জলাশয় দীপৰ বিলৰ প্ৰদূষণৰ সমস্যা অধিক ভয়াৱহ হৈ পৰিছে। ইয়াৰ পূব দিশলৈ বনৰীয়া হাতীয়ে পানী খাবলৈ...

Read moreDetails

১৬ বছৰীয়া বানা আল-আবেদলৈ আন্তঃৰাষ্ট্ৰীয় শিশু শান্তি পুৰস্কাৰ

 ছিৰিয়াৰ গৃহযুদ্ধৰ ফলত ক্ষতিগ্ৰস্ত হোৱা শিশুসকলৰ হৈ সাহসীকতাৰে মাত মাতি বিশ্বজুৰি পৰিচিতি লাভ কৰা ১৬ বছৰীয়া বানা আল-আবেদক কিডছৰাইটছ ফাউণ্ডেচনে...

Read moreDetails

মেয়ৰ নিৰ্বাচনৰ পাছত প্ৰথমবাৰৰ বাবে ট্ৰাম্পক সাক্ষাৎ কৰিব জোহৰাণ মামদানীয়ে!

অৱশেষত দুই চিৰবৈৰীৰ মুখামুখি হ’ব। শুকুৰবাৰে অ’ভাল অফিচত বৈঠকত মিলিত হ’ব নিউয়ৰ্ক চহৰৰ নৱনিৰ্বাচিত মেয়ৰ জোহৰাণ মামদানী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি...

Read moreDetails

বাছ ট্ৰেজেডীঃ ছৌদি আৰৱত উপস্থিত ভাৰতৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল

ভাৰতীয় তীৰ্থযাত্ৰীৰ সৈতে সংঘটিত হোৱা মৰ্মান্তিক বাছ দুৰ্ঘটনাৰ পিছত ছৌদি কৰ্তৃপক্ষৰ সমন্বয়ত সাহায্য প্ৰদান আৰু সাহায্য ব্যৱস্থাৰ তদাৰক কৰিবলৈ বুধবাৰে...

Read moreDetails

বিজেপি-আৰএছএছে ভাৰতত বৈষম্যমূলক আইনক উৎসাহিত কৰিছেঃ আমেৰিকাৰ সংস্থাৰ বিস্ফোৰক অভিযোগ

ভাৰতৰ ধৰ্মীয় স্বাধীনতা সম্পৰ্কে আমেৰিকাৰ আন্তৰ্জাতিক ধৰ্মীয় স্বাধীনতা আয়োগৰ (USCIRF) শেহতীয়া প্ৰতিবেদন অনুসৰি ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাই ধৰ্মীয় সংখ্যালঘুৰ বিৰুদ্ধে বৈষম্যৰ...

Read moreDetails
Page 359 of 1554 1 … 358 359 360 … 1,554

Stay Connected

Recent News