Popular Stories

ইউক্ৰেইন সংঘাতৰ মাজতো বেলট যুদ্ধত অক্ষত মস্কোৰ দুৰ্গ! ৰাছিয়াৰ নিৰ্বাচনত পুটিন ধুমুহাত ধূলিস্যাৎ বিৰোধী

২০২২ চনত ইউক্ৰেইনত সামৰিক অভিযানৰ পিছত ৰাছিয়াত এইটোৱেই প্ৰথম সংসদীয় নিৰ্বাচন। আৰু সেই নিৰ্বাচনত ভ্লাদিমিৰ পুটিন নেতৃত্বাধীন ইউনাইটেড ৰাছিয়াই বৃহৎ...

Read moreDetails

কামৰ চাপ আৰু একঘেয়ামি জীৱনে আপোনাকো মানসিকভাৱে ক্লান্ত কৰিছে নেকি? মন সতেজ ৰখাৰ কিছু সহজ উপায়…

দৈনন্দিন ব্যস্ততা, কমৰ চাপ, বিভিন্ন অনাবশ্যক সমস্যা তথা পাৰস্পৰিক ভুল বুজাবুজিৰ বাবে মানুহৰ শৰীৰ আৰু মন ক্লান্ত হৈ পৰাটো সাম্প্ৰতিক...

Read moreDetails

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

মুম্বাইৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত এগৰাকী ২০ বছৰীয়া দলিত ছাত্ৰৰ মৃত্যুক লৈ সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদৰ মাজতে সোমবাৰে অৰ্থাৎ...

Read moreDetails

‘ই এক উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি!’ প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আৱেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

দিল্লী উচ্চ ন্যায়ালয়ে সোমবাৰে প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বাসগৃহত সংঘটিত অগ্নিকাণ্ডৰ পাছত বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ হোৱা ঘটনাৰ সন্দৰ্ভত...

Read moreDetails

শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ আমন্ত্ৰণমৰ্মে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে অহা ২৩ৰ পৰা ২৫ ছেপ্টেম্বৰলৈ ৱাশ্বিংটন ভ্ৰমণ কৰিব। চীন চৰকাৰে আনুষ্ঠানিকভাৱে...

Read moreDetails

আইআইটি গুৱাহাটীত মানসিক স্বাস্থ্য আৰু শিক্ষাৰ্থী কল্যাণ বিষয়ক দক্ষতা বিকাশৰ আঞ্চলিক কৰ্মশালাৰ সামৰণি

গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত উচ্চ শিক্ষানুষ্ঠানসমূহত ইতিবাচক মানসিক স্বাস্থ্য, মানসিক দৃঢ়তা আৰু কল্যাণৰ ওপৰত আয়োজিত এখন দুদিনীয়া কৰ্মশালাৰ ২১ ছেপ্টেম্বৰ,...

Read moreDetails

প্ৰথম গ্ৰেপ্তাৰ বেআইনী বিবেচিত হ’লে পুনৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে! উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

নতুন দিল্লীত ২১ ছেপ্টেম্বৰ, সোমবাৰে  উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দানযোগে স্পষ্ট কৰি দিয়ে যে আৰক্ষীয়ে কোনো অভিযুক্তক কৰা প্ৰথমবাৰৰ গ্ৰেপ্তাৰ...

Read moreDetails

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

নগাঁও লোকসভা সমষ্টিৰ আগন্তুক ২০২৬ বৰ্ষৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিনা শনিবাৰে তিনিগৰাকী প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। ইয়াৰ...

Read moreDetails

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

যোৱা ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশতে বিজেপিয়ে চাকি প্ৰজ্বলন কাৰ্যসূচীৰ পৰিকল্পনা কৰিছিল, য’ত বিভিন্ন শিক্ষানুষ্ঠানেও অংশগ্ৰহণ...

Read moreDetails

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

প্ৰথমখন ছবিৰেই আন্তঃৰাষ্ট্ৰীয় মঞ্চত এক ডাঙৰ স্বীকৃতি। নাগালেণ্ডৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘আংঘ’য়ে টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (টিআইএফএফ)ত প্লেটফৰ্ম বঁটা লাভ...

Read moreDetails
Page 54 of 1552 1 … 53 54 55 … 1,552

Stay Connected

Recent News