Popular Stories

মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

বিনামূলীয়াকৈ খাদ্য বিতৰণ বা লঙ্গৰ পতাৰ কথাটো আমাৰ বাবে নতুন নহয়। কিন্তু এইবাৰ এক একেবাৰেই ব্যতিক্ৰমী লঙ্গৰৰ খবৰে সকলোৰে দৃষ্টি...

Read moreDetails

বাতৰি অপছন্দ, সাংবাদিকক হোৱাইট হাউছত প্ৰৱেশত নিষেধাজ্ঞা ট্ৰাম্পৰ; তালিকাত চিএনএন, আৰু কাৰ নাম?

পুনৰ সংবাদ মাধ্যমক লক্ষ্য কৰি লৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। শুকুৰবাৰে তেওঁ CNN, MS NOW আৰু Politico-ক হোৱাইট হাউছত প্ৰৱেশ...

Read moreDetails

১৩৯৯টা ভূমিকম্পৰ নেপথ্যৰ কাৰণ উত্তৰ কোৰিয়াৰ পাৰমাণৱিক পৰীক্ষা? গৱেষণাত বিস্ফোৰক দাবী

যোৱা কেইবছৰমানৰ পৰা বিশ্বৰ বিভিন্ন স্থানত বিধ্বংসী ভূমিকম্প দেখা গৈছে। ইয়াৰ মাজতে এটা নতুন গৱেষণা প্ৰকাশ পাইছে। অনুমান কৰা হৈছে...

Read moreDetails

হত্যাৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ নন্দীগ্ৰাম উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী; মমতা বেনাৰ্জীয়েও দিছিল সমৰ্থন

নন্দীগ্ৰাম উপনিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী মিলন প্ৰধানক গ্ৰেপ্তাৰ কৰা হৈছে! পুৰণি হত্যাকাণ্ডৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ হৈছে। তাৎপৰ্যপূৰ্ণভাৱে শুকুৰবাৰে মমতা বেনাৰ্জীৰ নন্দীগ্ৰামৰ...

Read moreDetails

প্ৰথম পত্নীৰ সৈতে যোগাযোগৰ বাবে স্বামীক হত্যা; প্ৰেমিকসহ গ্ৰেপ্তাৰ মহিলা

প্ৰথম পত্নীৰ সৈতে স্বামীৰ যোগাযোগ আছিল। ইয়াৰ বাবেই স্বামীক হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, লোকজনৰ বৰ্তমানৰ পত্নীয়ে...

Read moreDetails

পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

ৰাষ্ট্ৰসংঘত আমেৰিকাই এক বৃহৎ বাধাৰ সন্মুখীন হৈছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত বাস্তৱিকতে কূটনৈতিক পৰাজয় আমেৰিকাৰ। বিশেষজ্ঞসকলৰ মতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীক লৈ...

Read moreDetails

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

বজালীৰ কংগ্ৰেছ নেতা গুপ্তমণি শৰ্মাই বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনটো “ফাঁকিবাজ দিৱস” হিচাপে পালন কৰি ক’লা কাপোৰ পিন্ধি প্ৰতীকী প্ৰতিবাদ...

Read moreDetails

মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

ভাৰতীয় অ’পেনাৰ অভিষেক শৰ্মাই আফগানিস্তানৰ বিৰুদ্ধে শৃংখলাৰ অন্তিমখন টি-২০ মেচত মাত্ৰ ৩০টা বলত শতক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। তেওঁ...

Read moreDetails

ছ’মাহতে মোহভংগ! ‘প্ৰতাৰক’ পৃথ্বীৰ সৈতে সম্পৰ্ক ভাঙিলে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

শ্লীলতাহানিৰ গোচৰত জড়িত হৈছিল তেওঁৰ নাম। তেওঁৰ বাগদত্তাইও প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰিছিল। অৱশেষত পৃথ্বী শ্ব’ৰ এংগেজমেণ্ট ভাঙি গ’ল। বৃহস্পতিবাৰে ক্ৰিকেটাৰগৰাকীৰ...

Read moreDetails

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

মাত্ৰ পাঁচ মিনিটৰ এখন গুগল মিট বৈঠক। আৰু সেই বৈঠকতে প্ৰায় ৮০ জন ভাৰতীয় কৰ্মচাৰীয়ে একেলগে চাকৰি পৰা বৰ্খাস্ত কৰিলে।...

Read moreDetails
Page 57 of 1552 1 … 56 57 58 … 1,552

Stay Connected

Recent News