Popular Stories

হায়দৰাবাদৰ ‘ভাৰত চামিট’ক লৈ তীব্ৰ বিতৰ্ক! অনুমতি দিয়াৰ পাছতো হঠাৎ মাজনিশা কিয় বাতিল কৰা হ’ল ১১৫ গৰাকী বিদেশীৰ ভিছা?

কংগ্ৰেছ শাসিত তেলেংগানা চৰকাৰৰ উদ্যোগত হায়দৰাবাদত আয়োজিত 'ভাৰত চামিট'ত অংশগ্ৰহণ কৰিবলগীয়া শতাধিক বিদেশী প্ৰতিনিধিৰ ভিছা বাতিলক লৈ ৰাজনৈতিক বিতৰ্কৰ সূত্ৰপাত...

Read moreDetails

অভূতপূৰ্ব, চীনত APEC-ৰ মাজতে ট্ৰাম্প, জিনপিং আৰু পুটিনৰ প্ৰথম ত্ৰিপাক্ষিক বৈঠক! কি আলোচনা হ’ব?

অহা সপ্তাহত চীনৰ শ্বেনজেনত অনুষ্ঠিত হ’ব এছিয়া-পেচিফিক অৰ্থনৈতিক সহযোগিতা(APEC) শীৰ্ষ সন্মিলন। আমেৰিকা, চীন আৰু ৰাছিয়াৰ শীৰ্ষ নেতাসকলে সন্মিলনৰ মাজতে বৈঠকত...

Read moreDetails

কিশোৰীসকলক প্ৰেমৰ জালত পেলাই যৌন নিৰ্যাতন! ব্ৰিটেইনত ভাৰতীয় ছাত্ৰ বিলাল কাজীক ৩০ বছৰৰ কাৰাদণ্ড

অনলাইনত ভুৱা পৰিচয়ৰে কিশোৰীসকলৰ সৈতে বন্ধুত্ব, তাৰ পিছত প্ৰেমৰ সম্পৰ্কৰ অভিনয়। তেওঁলোকৰ আস্থা লাভ কৰাৰ পিছত, ব্যক্তিগত ফটো আৰু ভিডিঅ’...

Read moreDetails

কুকুৰৰ সঁজাত ভৰাই জীৱন্তে পুতি থোৱা হৈছিল ১১ মহীয়া এটি কেঁচুৱাক! ২৪ ঘণ্টাৰ পিছত মাটি খান্দোতেই চকু থৰ উদ্ধাৰকাৰীৰ

এটি ১১ মহীয়া কেঁচুৱাক কুকুৰৰ সঁজাত ভৰাই জীৱন্তে পুতি থোৱা হৈছিল! প্ৰায় ২৪ ঘণ্টা ধৰি মাটিৰ তলত আবদ্ধ হৈ থকাৰ...

Read moreDetails

মধুচক্ৰৰ জাল! নগ্ন ফটোৰ বিনিময়ত ভাৰতৰ গোপন সামৰিক তথ্য ফাদিল উইং কমাণ্ডাৰৰ

দিল্লী আৰক্ষীৰ অভিযোগনামাত এটা চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে। ভাৰতীয় বায়ুসেনাৰ এজন উইং কমাণ্ডাৰক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অভিযোগত অভিযুক্ত...

Read moreDetails

অসহায় টিম ইণ্ডিয়া! ৮৯ ৰানত অল আউট, নিউজিলেণ্ডৰ বিৰুদ্ধে ২৪৪ ৰানত লজ্জাজনক পৰাজয়

বেটিং বিপৰ্যয়ৰ সকলো সীমা অতিক্ৰম কৰিলে টিম ইণ্ডিয়াই। ৩৩৪ ৰানৰ লক্ষ্য খেদি গোটেই দলটোৱে মাত্ৰ ৮৯ ৰানতে অল আউট হয়।...

Read moreDetails

“মোৰ ফোন টেপ কৰা হৈছে, সকলো অভিযোগৰ প্ৰমাণ মোৰ ফোনত আছে” ৰাহুল গান্ধীৰ ডাঙৰ দাবী

কংগ্ৰেছৰ সাংসদ তথা লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে দাবী কৰে যে তেওঁৰ ফোন টেপ কৰা হৈছে। তেওঁ কয়, "মোৰ...

Read moreDetails

টয়লেট চাফা কৰাৰ পৰা ৪.৫ ট্ৰিলিয়ন ডলাৰৰ এনভিডিয়া সাম্ৰাজ্য! জেনচেন হুয়াঙৰ অবিশ্বাস্য কাহিনী

সৰুতে তেওঁ আমেৰিকাৰ এখন স্কুলত শৌচাগাৰ চাফা কৰিবলগীয়া হৈছিল। কেতিয়াবা ৰেষ্টুৰেণ্টত বাচন ধুইছিল, কেতিয়াবা ওৱেটাৰৰ কাম কৰিছিল। কোনে ভাবিছিল যে...

Read moreDetails

বিবাহিতা মহিলাৰ হাতত ৫০০ গ্ৰাম পৰ্যন্ত সোণ থাকিলে জনাব লাগিব উৎস! ৰায় উচ্চতম ন্যায়ালয়ৰ

ঘৰত সোণৰ গহনা ৰখাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে ডাঙৰ ৰায় দিছে। নিয়ম অনুসৰি বিবাহিত মহিলাৰ ৫০০ গ্ৰাম, অবিবাহিত মহিলাৰ ২৫০ গ্ৰাম...

Read moreDetails

দুবছৰত প্ৰথমবাৰ দেশৰ খুচুৰা মুদ্ৰাস্ফীতি ৬ শতাংশ অতিক্ৰম! সাধাৰণ জনতাৰ মূৰত মাধমাৰ

একেৰাহে ১২ মাহ ধৰি উৰ্ধমুখী ধাৰা অব্যাহত ৰখাৰ পিছত অক্টোবৰ মাহত দুবছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰে ৬...

Read moreDetails
Page 9 of 1552 1 … 8 9 10 … 1,552

Stay Connected

Recent News