নেদাৰলেণ্ড আৰু বেলজিয়ামত অনুষ্ঠিত হ'বলগীয়া ২০২৬ চনৰ হকী বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ৰাষ্ট্ৰীয় হকী দলে শেহতীয়াকৈ তেওঁলোকৰ নতুন জাৰ্চী উন্মোচন কৰে।...
Read moreDetailsকমনৱেলথ গেমছ ২০২৬ৰ সপ্তম দিনটো ভাৰতৰ বাবে এক ঐতিহাসিক আৰু গৌৰৱোজ্জ্বল দিন হিচাপে পৰিগণিত হৈছে। ট্ৰেক এণ্ড ফিল্ডৰ লগতে বক্সিং...
Read moreDetailsজল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰদিনৰ বাবে অৱসৰ ঘোষণা কৰিলে ব্ৰাজিলৰ তাৰকা ফুটবলাৰ নেইমাৰে। ব্ৰাজিলৰ হৈ সৰ্বাধিক গ'ল...
Read moreDetailsআই পি এল আৰু অনূৰ্ধ্ব-১৯ পৰ্যায়ত দৃষ্টি আকৰ্ষণ কৰাৰ পাছত এতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বৈভৱ সূৰ্যবংশী। ইংলেণ্ডৰ...
Read moreDetailsৰূপালী পৰ্দাত একচন আৰু অভিনয়েৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰা বলীউডৰ জনপ্ৰিয় অভিনেতা টাইগাৰ শ্ৰফক এইবাৰ দেখা যাব ফুটবলৰ পথাৰত। পেছাদাৰী ফুটবল...
Read moreDetails২০২৬ বৰ্ষৰ কমনৱেলথ গেমছত ভাৰতৰ তাৰকা ভাৰোত্তোলক মীৰাবাই চানুৱে আশানুৰূপ প্ৰদৰ্শন আগবঢ়াই মহিলাৰ ৪৮ কিলোগ্ৰাম শাখাত স্বৰ্ণ পদক অৰ্জন কৰিছে।...
Read moreDetailsশেহতীয়াকৈ বিশ্বজয়ৰ গৌৰৱ অৰ্জন কৰা স্পেইনৰ তাৰকা মিডফিল্ডাৰ মাৰ্ক কুকুৰেয়াই খেলপথাৰত তেওঁৰ দীঘল কোঁচকৰা চুলি নাবান্ধি খোলাকৈ ৰখাৰ এক বিশেষ...
Read moreDetailsযন্তৰ মন্তৰত চলি থকা নিট পৰীক্ষাৰ প্ৰতিবাদক লৈ ইতিমধ্যে দেশৰ বহুতো বিশিষ্ট ব্যক্তিয়ে নিজৰ মত প্ৰকাশ কৰিছে। এইবাৰ এই বিষয়ত...
Read moreDetailsভাৰতীয় ফুটবলৰ গৌৰৱোজ্জ্বল ইতিহাসৰ প্ৰতীক ডুৰাণ্ড কাপৰ ১৩৫সংখ্যক সংস্কৰণ অহা ২৫ জুলাইৰ পৰা আৰম্ভ হ'ব। এছিয়াৰ আটাইতকৈ পুৰণি আৰু বিশ্বৰ...
Read moreDetails২০২৬ চনৰ ফিফা বিশ্বকাপৰ ফাইনেললৈ আৰ্জেণ্টিনাৰ যাত্ৰাক লৈ চলি থকা বিতৰ্কই পুনৰ এক নতুন পাক লৈছে, য'ত পৰ্তুগালৰ অধিনায়ক খ্ৰিষ্টিয়ানো...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd