শীর্ষ সংবাদ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইজৰাইলক সংযত থকাৰ পৰামৰ্শ দিছিল। ইৰাণৰ সৈতে হোৱা চুক্তি প্ৰায় চূড়ান্ত হোৱা বুলিও তেওঁ কৈছিল। এই...

Read moreDetails

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

যোৱা ২২ মে’ত ৰহস্যজনক পৰিস্থিতিত প্ৰাঞ্জল লাহন নামৰ ২৯ বছৰীয়া যুৱক নিৰুদ্দেশ হোৱাৰ পিছত টিংখাং সমষ্টিৰ বৰবাম আৰক্ষী চকীৰ অন্তৰ্গত...

Read moreDetails

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ অতি গুৰুত্বপূৰ্ণ বৈঠকৰ মাত্ৰ এদিন পূৰ্বে দিল্লীত এখন গুৰুত্বপূৰ্ণ ৰাজনৈতিক বৈঠক অনুষ্ঠিত হয়। আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয়...

Read moreDetails

‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

উত্তপ্ত বাক্য বিনিময় চলি আছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দীৰ্ঘসময় ধৰি নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিছিল। কিন্তু শেষত তেওঁ নোৱাৰিলে। দেওবাৰে...

Read moreDetails

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

শিশুৰ পৃথিৱীখনেই যেন মাতৃ নিৰ্ভৰ। এটা সময়লৈকে শিশু এটাই মাকৰ বাহিৰে একো বুজি নাপায়। আৰু মাকে সন্তানৰ বাহিৰে একো ভাবিব...

Read moreDetails

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

বিশ্বকাপ ফুটবল আৰম্ভ হ’বলৈ আৰু মাত্ৰ চাৰি দিন বাকী থকা অৱস্থাত মেক্সিকোত পৰিস্থিতি অতি উত্তপ্ত হৈ পৰিছে। আমেৰিকা আৰু কানাডাৰ...

Read moreDetails

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত সিঁচৰতি হৈ আছে শ শ ডলফিন আৰু তিমিৰ মৃতদেহ। তেজৰ ৰঙত ৰঙা হৈ পৰিছে সাগৰৰ পানী। এনে এক...

Read moreDetails

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা ভক্তসকলে দান কৰা কোটি কোটি টকা নোহোৱা হৈ গৈছে। দেওবাৰে সমাজবাদী পাৰ্টিৰ সাংসদ অখিলেশ যাদৱে এই...

Read moreDetails

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিচাৰে যে দেশৰ যুৱ প্ৰজন্মই কেৱল ছচিয়েল মিডিয়াত ৰিল বনাওক আৰু পকৰি ভাজক। চিবিএছই পৰীক্ষাৰ উত্তৰ বহী...

Read moreDetails

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

অহা ৮ আৰু ৯ জুনত ইউৰোপীয় সংঘৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দল অসম ভ্ৰমণলৈ আহিব। এই ভ্ৰমণৰ মূল উদ্দেশ্য হৈছে ইউৰোপ...

Read moreDetails
Page 161 of 5929 1 160 161 162 5,929

Stay Connected

Recent News