ক্ৰীড়া ষ্টেডিয়ামৰ পিছত এইবাৰ নৰেন্দ্ৰ মোডীৰ নামেৰে হ’ব এখন মেডিকেল কলেজ। বাতৰি অনুসৰি, আহমেদাবাদৰ মণিনগৰৰ এলজি চিকিৎসা মহাবিদ্যালয়ৰ নাম সলনি...
Read moreDetailsকেন্দ্ৰই অসমৰ আঠটা আদিবাসী উগ্ৰপন্থী সংগঠনৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা...
Read moreDetailsবিশ্বৰ ক্ৰীড়াজগতৰ অগণন ক্ৰীড়াপ্ৰেমীক বিচলিত কৰি আজি টেনিচ বিশ্বৰ মহাতাৰকা ৰজাৰ ফেডাৰেৰে সামৰণি পেলোৱাৰ কথা ঘোষণা কৰিলে নিজৰ বৰ্ণাঢ্য কেৰিয়াৰৰ।...
Read moreDetailsঅহা ২৮ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া দ্বিপাক্ষিক টি-২০ আৰু এদিনীয়া শৃংখলাৰ বাবে ভাৰত ভ্ৰমণ কৰিব দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলে। টি-২০...
Read moreDetailsছুইডেনৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী মাগদালেনা এণ্ডাৰছনে দেওবাৰৰ নিৰ্বাচনত তেওঁৰ চৰকাৰ পৰাজিত হোৱাৰ পিছত পদত্যাগ কৰিছে। মাগদালেনা এণ্ডাৰ্ছনৰ ছ'চিয়েল ডেমক্ৰেটিক পাৰ্টিয়ে...
Read moreDetailsভাৰতীয় সমাজ ব্যৱস্থা বৰ্ণবাদৰ কৰাল গ্ৰাসে এতিয়াও ভয়াৱহভাৱে আৱৰি ৰাখিছে। বৰ্ণবাদৰ এনে ঘৃণনীয় পৰিস্থিতিয়ে এতিয়াও অৱদমিত কৰি ৰাখিছে সমাজৰ নিম্ন...
Read moreDetailsআমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনেট সমিতিয়ে টাইৱানকলৈ এটা ঐতিহাসিক সিদ্ধান্ত লোৱাৰ প্ৰথমটো পদক্ষেপ সম্পূৰ্ণ কৰিছে। তেওঁলোকে টাইৱান বিষয়ত অনা এখন বিধেয়কৰ সপক্ষে...
Read moreDetailsনিজৰ জীৱনৰ সুদীৰ্ঘ আৰু বৰ্ণময় চিনেমাখন শেষ কৰিলে জাঁ লুক গডাৰে। ৯১ বছৰীয়া জীৱনকালত গডাৰে ফৰাচী ভাষাত নিৰ্মাণ কৰি উলিয়াইছিল...
Read moreDetailsউত্তৰ-পূব সীমান্ত ৰে'লৱেই আগন্তুক পূজাৰ বতৰত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে আৰু কেইখনমান পূজা বিশেষ ৰে’ল চলাবৰ বাবে সিদ্ধান্ত...
Read moreDetailsআঠ ঘণ্টাৰ বাবে মুকুটবিহীন সম্ৰাট! কিন্তু মুহূৰ্তৰ ভিতৰতে খহি পৰিল সপোন। ভাগ্য সুপ্ৰসন্ন বুলি ভগৱানক ধন্যবাদ দিবলৈ গৈও ৰৈ গ’ল...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd