ৰাজনীতি

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীত ৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া 'ককৰোচ জনতা পাৰ্টী'ৰ প্ৰতিবাদী সমদলক বাধা দিবলৈ দাখিল কৰা আবেদন নাকচ কৰিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ে।...

Read moreDetails

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

'নীট' পৰীক্ষাত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ হৈ মাত মাতি চৰ্চালৈ অহা 'ককৰোচ জনতা পাৰ্টী'ৰ নেতাসকলক লৈ শেহতীয়াকৈ এক তাৎপৰ্যপূৰ্ণ...

Read moreDetails

চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

তেওঁ বিজেপিৰ অন্যতম জ্যেষ্ঠ নেতা। তেওঁ দলটোৰ প্ৰাক্তন সৰ্বভাৰতীয় সভাপতিও। অটল বিহাৰী বাজপেয়ী চৰকাৰত তেওঁ মানৱ সম্পদ উন্নয়ন মন্ত্ৰী হিচাপে...

Read moreDetails

সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

পাণ্ডুলিপিখনৰ প্ৰস্তাৱিত সম্পাদকীয় পৰিৱৰ্তনক লৈ মতানৈক্যৰ পিছত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ আগন্তুক স্মৃতিকথা ‘বিলংঙিং: এ জাৰ্নি অৱ লাভ’ প্ৰকাশৰ পৰা...

Read moreDetails

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

দেশত সৰ্বাধিক ভিক্ষাৰী কোনখন ৰাজ্যত আছে? বিগত লোকপিয়লৰ হিচাপ অনুসৰি দেশৰ ভিতৰতে সৰ্বাধিক ভিক্ষাৰী আছিল পশ্চিমবঙ্গত। কিন্তু পৰৱৰ্তী সময়ত কোনখন...

Read moreDetails

অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

পাকিস্তানে এইবাৰ অপাৰেচন সিন্দুৰক লৈ চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে। আমেৰিকা আৰু ইৰাণৰ সংঘাতৰ মাজতে পাকিস্তানে দাবী কৰিছে যে ২০২৫ চনৰ...

Read moreDetails

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

উজনি অসমৰ তিনিখন জিলাত অলপতে (প্ৰধানকৈ শিৱসাগৰ, লগতে চৰাইদেউ আৰু যোৰহাট জিলা; জুলাই, ২০২৬) যি প্ৰলয়ংকৰী বানপানী হৈ গ’ল সেয়া...

Read moreDetails

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

'নীট' পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা বিতৰ্কক লৈ দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰা 'ককৰোচ জনতা পাৰ্টী'য়ে পুনৰ আন্দোলনৰ পথ বাছি লৈছে।...

Read moreDetails

দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

কেৱল যোৱা বছৰতে দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীসকলৰ বাসগৃহ মেৰামতিৰ কামত ৯২.৩৫ কোটি টকা ব্যয় কৰা হৈছিল। আৰটিআইৰ জৰিয়তে এনে তথ্য পোহৰলৈ...

Read moreDetails

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

তিনিখনকৈ দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা এগৰাকী প্ৰাক্তন কূটনীতিবিদেই এতিয়া নিজ দেশত প্ৰমাণ কৰিবলগীয়া হৈছে নিজৰ নাগৰিকত্ব! ভাৰতৰ নিৰ্বাচন আয়োগৰ ভোটাৰ...

Read moreDetails
Page 21 of 27 1 … 20 21 22 … 27

Stay Connected

Recent News