ৰাজনীতি

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

মঞ্চ সাজু হৈ আছিল। তেওঁ উঠি আহিল আৰু সকলোৰে অন্তৰ জয় কৰিলে। বিশেষকৈ সেইসকল মহিলাৰ, যিসকলে প্ৰতিদিনে নিৰাপত্তাহীনতাত ভুগি থাকে।...

Read moreDetails

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

অসমত জব্দ কৰা ৰঙাচন্দন কাঠৰ নিলাম আৰু বিক্ৰীত বৃহৎ খেলিমেলি হোৱা বুলি ৰাজ্য চৰকাৰে কৰা অভিযোগক লৈ এতিয়া গুৰুতৰ প্ৰশ্ন...

Read moreDetails

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি লাভ কৰা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সজ্জন কুমাৰৰ বৃহস্পতিবাৰে ৮০ বছৰ বয়সত...

Read moreDetails

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

২০২৭ চনৰ লোকপিয়লৰ পূৰ্বে ৰাজ্যখনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বা এন আৰ চি ৰূপায়ণৰ দাবীত মণিপুৰত পুনৰ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে।...

Read moreDetails

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

জুলাই মাহত শিক্ষামন্ত্ৰীৰ পদত্যাগ দাবী কৰি সাব্যস্ত কৰা ছাত্ৰ আন্দোলনৰ সময়ত আৰক্ষীৰ কাৰ্যকলাপক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু বিৰোধীৰ মাজত তীব্ৰ...

Read moreDetails

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

অসম জাতীয় পৰিষদৰ যুৱ নেত্ৰী কুংকি চৌধুৰীৰ নাম ব্যৱহাৰ কৰি বানপীড়িতক সহায় কৰাৰ চলেৰে একাংশ দুষ্ট চক্ৰই ৰাইজৰ পৰা ধন...

Read moreDetails

২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

দেশৰ ২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধত জড়িত থকাৰ অভিযোগ উত্থাপন হৈ আছে। উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ...

Read moreDetails

ডিমাগি নক্সাল! শিক্ষিত সমাজৰ ক্ষোভৰ চাপত মোডী চৰকাৰ; লক্ষাধিক ফ’ল’ৱাৰ, নতুন পাৰ্টি

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে দেশৰ যুৱক-যুৱতীৰ এটা শ্ৰেণীক উপহাস কৰি পইঁতাচোৰা আখ্যা দিছিল। সেই এটা শব্দই বিজেপি আৰু মোডী চৰকাৰৰ...

Read moreDetails

বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

ভাৰতীয় জনতা পাৰ্টিয়ে সোমবাৰে দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ নেতৃত্বত এখন নতুন ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতি ঘোষণা কৰিছে। আগন্তুক কেইবাখনো ৰাজ্যৰ...

Read moreDetails

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

বিজেপিৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিব বিচাৰি পুনৰ দললৈ পত্ৰ প্ৰেৰণ কৰিছে শ্বেহজাদ পুনাৱাল্লাই। সোমবাৰে দলৰ সভাপতি নীতিন নবীনলৈ প্ৰেৰণ কৰা...

Read moreDetails
Page 22 of 27 1 … 21 22 23 … 27

Stay Connected

Recent News