ভাৰত চৰকাৰে বিজয় মালিয়া আৰু নীৰৱ মোডীকে ধৰি হাই-প্ৰফাইল পলাতকসকলক প্ৰত্যাৰ্পণৰ চেষ্টা চলাইছে। সেই প্ৰক্ৰিয়াৰ অংশ হিচাপে ব্ৰিটেইনৰ ক্ৰাউন প্ৰচিকিউচন...
Read moreDetailsনতুন জি এছ টি সংস্কাৰৰ পিছত কম মূল্যতে গাড়ী ক্ৰয় কৰিব পাৰিব। এইবাৰ টাটা মটৰ্ছে কোম্পানীটোৰ গাড়ীৰ মূল্য হ্ৰাস কৰিছে।...
Read moreDetailsআমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে গুগল, এপল, মাইক্ৰ’ছফ্ট আদি কোম্পানীসমূহৰ শীৰ্ষ কাৰ্যবাহীসকলক নৈশ আহাৰ গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল। মেটাৰ প্ৰতিষ্ঠাপক মাৰ্ক...
Read moreDetailsইয়াৰ পূৰ্বে ষ্টেট বেংক আৰু বেংক অৱ ইণ্ডিয়াই ঋণগ্ৰস্ত ৰিলায়েন্স কমিউনিকেশ্যনৰ প্ৰাক্তন অধ্যক্ষ অনিল আম্বানীক ‘প্ৰৱঞ্চক’ বুলি অভিহিত কৰিছিল। এতিয়া...
Read moreDetailsভাৰতীয় অটোমোবাইল উদ্যোগত নতুন অধ্যায় আৰম্ভ কৰিছে টাটা মটৰ্ছে। এসময়ৰ বহু চৰ্চিত আৰু আশাব্যঞ্জক গাড়ী “টাটা নেনো” পুনৰ বজাৰত নতুন...
Read moreDetails৪ ছেপ্টেম্বৰ, ২০২৫ তাৰিখ বৃহস্পতিবাৰে নতুন দিল্লীৰ এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ (ইডি) কাৰ্যালয়ত উপস্থিত হয় ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ শিখৰ ধাৱানক। 1xBet নামৰ...
Read moreDetailsভাৰত চৰকাৰে সামগ্ৰী আৰু সেৱা শুল্ক চমুকৈ জিএছটি ব্যৱস্থাত ডাঙৰ পৰিৱৰ্তন আনিছে। জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠকত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে...
Read moreDetails‘এক দেশ, এক কৰ’ নীতিৰ অধীনত ২০১৭ চনত প্ৰৱৰ্তিত জিএছটি ব্যৱস্থাই শক্তিশালী কৰি তুলিছে দেশৰ ৰাজকোষক। চলিত বৰ্ষৰ আগষ্ট মাহত...
Read moreDetailsপেটিএমৰ ইউপিআই সেৱা বন্ধ হ’ব বুলি ছ’চিয়েল মিডিয়াত চাঞ্চল্য সৃষ্টি হোৱাৰ পাছত উৎকণ্ঠিত হৈ পৰিছে ব্যৱহাৰকৰী । কিন্তু কোম্পানীয়ে স্পষ্ট...
Read moreDetailsটকাৰ লেন দেন থকা অনলাইন গেম নিষিদ্ধ কৰা বিধেয়ক সন্দৰ্ভত, আদালতে বিবেচনা নকৰালৈকে বিধেয়কখন আইনত পৰিণত নকৰিবলৈ অনুৰোধ জনাইছে আবেদনকাৰীয়ে।...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd